পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bandy [ 49 ] Barbarian Bandy (বেতি) adj. crooked আৰ্কোৰ। egged ফেৰেকা, গেমূখেলা আকেঁৰা লাঠিৰ দৰে ভৰিৰে । Bane (বেন) adj. destructive নাশকাৰী, অনিষ্টকাৰী। —n. death, destruction বিনাশ, অনিষ্ট ; poison বিহ। Bang ( বেং) sudden loud noise rate ধুমুৰকৈ হােৱা শব্দ। —v. i. to strike violently ধুম্কৈ মাৰ, ধুমকৈ শৰ কৰ। To go bang= ধমকৈ উঠ। Bangle (1976) n. a bracelet or anklet 37071, 1. n. a V. 1. Banquet (cacata'l) n. a feast (9161 to give a feast to ভােজ দিয়া। Bantam weight n. Boxer not exceeding 116 pounds in weight ১১৬ পাউণ্ডতকৈ বেচি গধুৰ নহয় এনে মুষ্টিযােদ্ধা। Banter ( বেটাৰ) v. t. to joke, to jest at চুপতি কৰ, খিকিন্দালি কৰ, উপহাস কৰ। ---1. raillery চুপতি, খিকিন্দালি, জোলনি, মস্কৰ, বিশ্লেষ । Bantling (বেন্টলিং) child (তাচ্ছিল্যার্থত)। Baptise (বেল্টাইজ) v. t. to christen খ্রীষ্টীয়ান ধৰ্মত দীক্ষিত কৰ, শৰণ লগা। —ism n. sprink- ling with water as a religious ceremony শৰণ লগােৱা কাৰ্য। Baptism of blood ---ধৰ্মৰ নিমিত্তে প্রাণ দান। Baptism of fire=ণুৱাৰ 949791-mal adj. -ist n. One who baptists যি গা ধুৱায় বা শাস্তি কৰি খ্ৰীষ্টীয়ান ধৰ্ম্মত শৰণ লগায় । Bar ( 919 ) n. a rod catata tys; a bolt 515; an ingot of precious stonc মূল্যবান ধাতুৰ পিণ্ড; an obstruction বাধা, প্রতিবন্ধক। Bar- bell=ব্যায়াম কৰিবৰ নিমিত্তে এবিধ ভাঙ্গ। ---gold 169491 -maid (100 27272 দোকানত মদ বেচা তিৰােতা। -0. t. to hinder বাধকতা জন্ম। Bar (10) n. the legal profession extafs; the whole body of pleaders উকীলসকল ; the wooden railing in front of a inagis. trate in 991 To be called 10 the bar-caf&181 9416 * To appear at the bar -- আদালতত হাজিৰ হ। Barred by limita- tion ==তামাদি হোৱা। To join the bar বেৰিষ্টাৰ হ। To cross the bar -ঘেৰৰ ভিতৰ সােম) ; ডাং পাৰ হ। Barb (ata) 1. anything like a beard uyfya নিচিনা ঘােৰখােৱা বস্তু। Barbed wire= পকোৱা কাইট থকা লােৰ ঠাৰ, কঁাটা-তাৰ । Barbarian ( বাৰ্বেৰিয়ান) n. or adj. a sivage আসুৰিক মানুহ, অসভ্য জঘলী মানুহ, ম্লেচ্ছ। -rism n. rudness of আসুৰিক স্বভাৱ। -ric adj. forcign আচহুৱা ; uncivilised অসভ্য, চহা। --rity 1. Svaye Bani(y)an (cafata) n. a big Indian tree (Ficus Indica) বড়গহ; বনিয়ান চোলা; গুজৰাটৰ ফালৰ এজাতি হিন্দু বেপাৰী। Banish (বেনিচ) t. (from, out, of ) 10 drive away, to expel খেদি দে, দেশাতৰী কৰ, জিলা খাৰিজ কৰ। —ment n. exile দেশান্ত- কৰণ, নিৰ্বাসন। Banjo (বেঞ্জে) a musical instrument চেতাৰৰ দৰে এবিধ বিলাতী বাজনা। Bank (<9*) n. a ridge of earth 614, C551; the raised edge of a road options ata, সাতি ; the side of river পাৰ। Bank (বে) n. a place where money is deposited, institution for lending, depositing and exchanging money 678, ধনভড়াল, ধন জমা ৰখা, ধাৰে দিয়া, কাৰবাৰ চলোৱা ঘৰ। er n. যি বেঙ্কৰ কাৰবাৰ চলায়। --ing . বেঙ্ক চলােৱা ব্যৱসায়। Savings Bank - ধন সঁচা বা জমা ৰখা ঠাই । bill হুণ্ডী। —note বে। ঋণপত্র। Banking business মহাজনী কাৰবাৰ। Bankrupt ( 6 catat. ) n. one who cannot pay his debts ধাৰ সুজিব নােৱাৰা লােক, দেউলিয়া। -madj. insolvent catforal; (of) destitute afiu i-cy n. insolvency, failure in trade ধাৰ সুজিব নােৱাৰা অৱস্থা। Banner (at) n. a flag or ensign bearing certain device, a military standardu পতাকা। To raise one's banner=যুদ্ধলৈ আগবঢ়া। —screen=পতাকাৰ আকৃতিৰ সৰু পর্দা। an court manner