পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Badge [ 46 ] Bait hurtfull অনিষ্টকাৰী ; unfavourable কুদ্ধচ। Bad blood=কোপভাব। Bad character বদমাচ। Bad livelihood=চুৰি-ডকাইতি কৰি খাই ফুৰা বৃত্তি, অসৎ বৃত্তি । Bad debts=আদায় কৰিব নােৱাৰা ধাৰ। Bad shot=হাত পােন নোহােৱা, গুলিঠিকত নপৰা। To go bad=গেলি বা পচি যা। 'To go to the bad =নষ্ট হ বা ধ্বংস হ। With bad grace: অনিচ্ছাপূৰ্ব্বক। -ly ado, বেয়াকৈ । To be badly off=দুৰৱস্থাত পৰ। —ness n. Baddish n. প্রায় দুষ্ট। দুষ্ট ধৰণৰ। Badge (বেজ্জ) n. a mark of distinction f6a, নিচানি, তোকমা, চাপৰচ। Badge of honour= সম্ৰমৰ চিন । Badger (বেজাৰ) n. a kind of quadruped জহামলৰ নিচিনা এবিধ জন্তু। -----v. t. to worry, to pester অমনি কৰ, ত্যক্ত কৰ, হাইৰণ কৰ। Badinage (caft'c755) n. a banter pafo I Badminton (বেডমিন্ট) n. লটেনিচ খেলাৰ দৰে খেলা, মূৰত পাখি লগােৱা একৰকম ঢোপ খেলা। জহকালি খাব পৰা এবিধ মিশ্রিত পানীয়। Baffle (69790) v. t. to make ineffectual, to foil নিস্ফল কৰ, বৃথ। কৰ, পশু কৰ। Baffing winds=ca cola 74 2018 It bafles des- cription == ইক বর্ণব নােৱাৰি, ই বর্ণনাৰ অতীত। Bag (বেগ) n. a sack, pouch থৈলা, মােনা, থুনুক, বস্তা; the quantity of game secured চিকাৰত ধৰা বা মৰা জন্তুৰ সংখ্যা। --. t. to put into a bag especially of game cantato সুমা, চিকাৰ কৰি মাৰ। ---gy adj. puffy ফোপোল।। A waterman's bag=নােট, মচক। A bag of bones=হাড়ছাল থকা নিচলা মানুহ। A bag of cloth=কাপােৰৰ টোপোল।। The whole bag of tricks =সকলো চালাকি, সকলো উপায় । To give one the bag to hold = হাতত টোপােল। দি আঁতৰ হ। To let the cat out of the bag=016 কথা বাহিৰ কৰ, গুপ্ত কথা প্রকাশ কৰ। To march out with= bag & baggage=to clear out completely টোপলা-টোপলি লৈ একেবাৰেই আঁতৰ হ। Bagasse (বেগাচ) n. কুঁহিয়াৰৰ জাবৰি ; ৰসখিনি উলিয়াই নিয়াৰ পাচত থকা শুকান সাৰ, খৰি হিচাপেও ব্যৱহাৰ হয়। Bagatella (বেগেটে’ল) n. a trifle অকিঞ্চিৎকৰ বস্তু; a light music একপ্রকাৰ সঙ্গীত। বিলিয়ার্ড দৰে এবিধ খেল। Baggage (C77*1965) n. necessaries of an army সেনাৰ আচবাব ; traveller's luggage টোপোলা-টাপলি, কাপোৰ-চোপৰ । Baggy (বেগ-গি) adj. pufly ওফোন্দ খাই থকা ; hanging in an irregular fold সেত-মেচ ধোপোচ। যেনে trousers baggy at the knces, baggy skin bclow the cyes. Bagpipe (বেগপাইপ) n. চৰাৰ মোনাত সংলগ্ন থক। মুখেৰে বজোৱা এবিধ পেঁপা। Bail (570) n. a surety for another's appear- ance in court, the security given waai ---v. t. to release on the security of an- other জামিনত খাল চ দে। --able adj. জামিনত এৰিব পৰা, জানিত, দিব 94411 To give accept, to admit or allow bail: জামিন দে, জামিন মঞ্জৰ কৰ, জামিনত খলচ দে । To stand bail= জামিন হ। Bail-bond-জামিননামা। Bail (বেল) n. মুকলি ঘোৰা-ঘৰত ভেঁৰা আলগ আলগকৈ ৰাখিবন নিমিত্তে বান্ধি দিয়। পথালি দাও; বল-খেসাত উইকেটৰ ওপৰত পথালিকৈ দিয়া মাৰি এডোখৰ । Bail (বেল) ১. ৫. কোঢ়োনাৰে নৱৰ পানী সিচ। Bailee (বেলি } . গছনীয়।। Bailer (বেইলাৰ) n. person who bails জামিন লওঁতা ; vessel used in bailing নাৱৰ ভিতৰত পৰ অতিৰিক্ত পানী সিচি পেলাবলৈ ব্যৱহাৰ কৰা পত্রি। Bailif ( বেইলিফ) n. custodian, magistrate নগৰপাল, স্যায়ৰক্ষী ; ৰাজকীয় কৰ্মচাৰী; এ land agent যিজনে মাটিৰ গৰাকীৰ হৈ মাটিৰ তত্বাৱধান লয় । Bailor (বেইলৰ ) commits goods to another in trust under some contract আনৰ ধন জমা থওঁতাজন। Bait (696) n. food put on a hook 2010 fa fari CGIY; allurement acasa ; re- freshment taken on a journey to catat জলপান। -0.t. to put on a bait বৰশী টোপা ; লোভ দেখা; বাটত জলপান খা; to worry cuf 12. person who