পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Brak [ 45 Bad Back saw a বৃটিৰ উদ্ভিদ, যাৰপৰা বেমাৰ উৎপত্তি হয়, জীৱাণু। -pt. Bacilli (বেচিল্লাই)। Back (677) n. the hinder part of the body in man and the upper part in beasts Tall; the part opposite to the front side কোনো বস্তুৰ পাচ ভাগ ; a foot-ball player behind the forwards ফুটবল খেলত যিজন ফৰৱৰ্ডৰ পিছত থাকে। adv. to forincr place or state আগৰ ঠাইলৈ, পাচলৈ, ওভােতাই, অকে। —v. t. to help সহায় কৰ; to support সমর্থন কৰ। On or upon the back of=পিঠিত উঠা বা বােজাই কৰা। To be on ones back=শয্যাশায়ী হ, সকলো নাশ কৰি উপায়হীন ই। To break the back of হেঁচা মাৰি ধৰ, কোনো কামৰ টান ভাগ কৰি আঁত।। To set or put up the back="7 (019! T turn one's back upon=calcat atasca faqa হ। To turnt the back=পিঠি দেখুৱা, পলাই যা। With one's back to the Wall==নিচেই যোহীন। To back a horse= ঘোৰাটে। জিকিব বুলি বাজি ৰাখ। To back the oars= পচলৈ নিয়া। To back down=নিজৰ ঠাই বা মত এৰি দে। To back out=প্রতিজ্ঞা ভঙ্গ To back up=সমর্থন কৰ। Back n. ছাই কয়ল। কঢ়িৱ। দুৰুণী। Backbite (capait ) v. t. to speak evil of any one in his absence *1771 অসাক্ষাতে কথা লগা, টোটক-লগা, টোটক-নাটক কৰ। —biter n. যি কথা লগায়, টুটকীয়া মানুহ, কুটস্থ, তাই লুকীয়া, লগনীয়া। ---biting n. টোটক-নাটক, পৰনিন্দা, কুটস্থালি, কুটনাট। Backbone (697-1919 ) n. the bone of the back মেৰুদণ্ড, ৰাজহাড় ; the main support of anything প্রধান আশ্রয়, ঢোকা। To the back bone ==একেবাৰেই, সম্পূৰ্ণৰূপে । Back-door (697-0,3) a door behind a house 9!5-4a13! Back end (cap-u'on) n. শেষ-শৰত ; আঘােণ মহীয়। দিন। Backgammon (ৰে-গেম) . এক কম পাশা খেল। Back-ground (677.00) . ground at the back পাচফালৰ ঠাই, কোনো ছবিৰ পাচৰ খালি ঠাই ; a place of obscurity অ! ওহতীয়া ঠাই। To keep one's self in the back-ground= আঁৰতে থকা ; সংস্কৃতি ; শিক্ষা পদ্ধতি। ( বেক-শ্ব) n. saw with a bar of stiff metal welded to the upper edge to give strength and rigidity এবিধ কাঠফল। কৰত---ইয়াৰ ধাৰ নথক। ফালটো কঠিন ধাতুৰে বন্ধোৱা থাকে যাতে কতখন লেহুক। নহয় । Back-side ( বেকু-চাই ) n. পাচফল। Back stop (বেক-স্টপ) n. player who fields in a straight line behind the wicket- keeper; long stop ক্রিকেট খেলত পচফালে থার্কোতাজনৰ অলপ পচতে থাকেঁাতাজন। Back room boys=গুপ্ত গৱেষণা কৰোঁতা। Back-slide (699-175) v. t. to fall back in faith or morals ভাল কথাত বা ধৰ্ম্ম-বিশ্বাসত পাচ হেঁাহক। er n. Back-stairs (ca9-816.) n. private stairs of a house ভিতৰুৱা খটখটী । Back-ward (বেকু-ওৱ!ড) adj. keeping back পাচত থকা ; unwilling পাচ-হেঁাহকা; slow আগুৱাব নােৱাৰা, লেহেম। s ado, পচলৈ, পিঠি faizi -ness n. dullness 9750 af 271 অৱস্থা। Back woods man=ব্যৱস্থাপক বা বিধান। সভাত যি সদায় অনুপস্থিত থাকে। Bacon (1994) n. swine's flesh salted and dried শুকান গাহৰি মঙ্গহ। Bacterium (1991b'fatt) n. extremely small single celled fungoid plants কাঠফুলাৰ দৰে হােৱা এবিধ সৰু বিষাক্ত উদ্ভিদ বা তেনে প্রাণী, যাক বহুত বেমাৰৰ কাৰণ বুলি ধৰে। Bacteriology= উক্ত উদ্ভিদসম্বন্ধীয় বিদ্যা। -pl. Bacteria (বেটেৰিয়া) n. low forms of plant life consisting of single cell averaging 1,20,000 inch in length উদ্ভিদ জীবাণু; তাকে উসমা বা ভেকুৰা বোলে। Baculus (বেকুলচ) official staff rod emblem of authority কর্তৃত্বসূচক দণ্ড (মেয়ৰ, সভাপতি, অধ্যক্ষ প্রভৃতিৰ মেজত থাকে)। Bad () adj. ill (981; wicked , *; or