পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Arena [ 33 ] Armour 1. With open Arena ( এৰেন ) n. any open place of public contest মালযু’জ কৰা মুকলি ঠাই, যুদ্ধক্ষেত্র। Arenaceous ( আৰেনেচাহ) adj. বালিহীয়।। Areography ( এৰিয়গ্রেফী) মঙ্গল গ্রহৰ ক্ষেত্র বিৱৰণী। Areola (এৰিয়লা) n. small open space কণমান gafon fit ; rose circle surrounding nipple স্তনদেশৰ গুলপীয়া টিপটে।। Argent (আর্জেন্ট adj. ৰূপযেন বগ।। Argil ( আজিল) n. white clay, potter's earth ৰূপৰ লেখীয়া মাটি ; কুমাৰ-চাকৰ বগা মাটি। Argue (act) v. t. (against, for, with, about to discuss, to reason তর্ক কৰ, বাদ কৰ, প্রমাণ কৰ; to prove হেতু দর্শ।।-gument a. discussion তর্ক, যুক্তি ; reason হেতু। For the sake of argument=তর্কৰ বাবে ; কথাৰ মাতত। —tation n. উতৰা-উতৰি, তর্ক কৰাটো। —tative adj. হেতুবাদযুক্ত ; তর্কপ্রিয়। Arid (9f25) adj. dry, parched 371a, 47- খৰীয়া। —dity, —ness n. জীপ নােহােৱা অৱস্থা, খৰখৰীয়। গুণ। Aries (9f55) n. the Ram of the zodiac ৰাশিচক্ৰৰ মেষ ৰাশি। Aright (এইট) ado. rightly, ঠিককৈ, যথার্থ- ৰূপে। Arise (att:) v. i. to rise up, to get up ওলা, উঠ ; originate উদ্ভৱ হ। -pa, p. arisen (এৰিজন)। Aristocracy (ufcuffs ) n. government by nobles বৰলােকসকলৰ দ্বাৰাই শাসন, ডাঙ্গৰ ডাঙ- ৰীয় শ্রেণীৰ ৰাজত্ব, অভিজাতত ; the nobility or the chief persons of a state ডাঙৰ মানুহৰ Carti --crat n. one who belongs to an aristocracy সন্ত্রস্ত লােক, বৰ মানুহ, অভিজাত ; arrogant person saisi --cratic adj. ভদ্র শ্ৰেণীৰ, ডাঙৰীয়া আয়মৰ ; অভিজাত- সুলভ। Arithmetic (এৰিথমেটিক) n. the science of numbers অঙ্কবিদা, পাটিগণিত। —metical adj. অঙ্কশাস্ত্রবিষয়ক। -metically adv. অঙ্কশাস্ত্রমতে। -metician n. Arithmetical progression= সমনাধিক সংখ্যা গণনা, সমান্তৰ শ্ৰেণী, সমান সমান পৰিমাণে হ্রাস বা বৃদ্ধি হৈ যােৱা অঙ্ক। যেনে ১, ২, ৩, ৪, বা ৭, ৫, ৩, ১। Ark (*) a chest, a rough wooden vessel (as Noah's) পেৰা, নােৱাৰ নাও। Arm (14) n. a limb of the body from the shoulder to the hand বাহু ; anything projecting from the main body cottat 475 (পৰা বাহুৰ দৰে ওলােৱা অংশ ; (pl) Arms অস্ত্র-শস্ত্র ; যুদ্ধৰ পতাকাত থকা জাতীয় বীৰত্ব- চিন। Arm-chair=হাতনি বাৰ থকা মাচিয়।। Arm in arm=180 1814fat! At arm's length-অচিনাকি ৰূপে। arms= সাদৰেৰে। Arm of the sea =সাগৰৰ ডােৱাৰ। Firearms=fala eta Man-at-arms=69111 of all arms=সকলো ৰকমৰ সেনাৰ। Stand of arms= প্রত্যেক সেনাৰ লাগতিয়াল সম্পূর্ণ আহিল।। Tolay down arms=হাৰ মান, বশ্যতা স্বীকাৰ কৰ। Up in arms=যুদ্ধলৈ সাজু হ। A passage at arms=অস্ত্ৰযুদ্ধ ; তর্কযুদ্ধ। Armed forces= সশস্ত্র বাহিনী। Arm v. t. to furnish with arms অস্ত্র-শস্ত্র দি সাজু কৰ। -ed adj. Armed body= অস্ত্রধাৰী মানুহৰ দল। Armada (আর্মাডা) n. collection of armed ships ৰণুৱা জাহাজ সমূহ, বিশেষকৈ ইংলণ্ড আক্রমণ কৰিবলৈ ১৫৮৮ চনত পঠোৱা স্পেনৰ জাহাজ সমুহ। Armageddon (14-629-1897) n. final battle- field of supreme conflict between the powers of good and evil ধৰ্ম্ম অধৰ্মৰ শেষ 2 Armament (withCT?!:) n. forces armed for war ৰণলৈ সাজু কৰা সেনা; the guns with which a battleship is equipped 2921 জাহাজত পতা বৰতোপ। Armature (আৰ্মেচাৰ) n. arrns অস্ত্র-শস্ত্র ; armour an বর্গ। Armistice (okrátes:) n. a short cessation of hostilities অলপ পৰৰ বাবে যুদ্ধৰপৰা বিৰাম ; খন্তেক যুদ্ধ-ক্ষান্তি। Armlet (B75798: ) n. ornament worn on the arm কেয়ুৰ, বান্ধু। Armour (wa) n. defensive dress agaya otu 5