পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Armpit [ 34 ] Arsey 12. পিৱা লােৰ জাখৰ, কবচ ; heraldic insignia জাতীয়, বীৰত্ব বা সন্ত্ৰমৰ চিন, যেনে ইংৰাজৰ সিংহ fisi --morial adj. belonging to armour কবচসম্বন্ধীয়; জাতীয় সন্ত্রম-সূচক। er n. কবচ গঢ়োঁতা, কবচ ৰক্ষক। —ry,Fory ( অৰ্মৰী) n. a repository of arms অস্ত্র গঢ়া বা অস্ত্র থােৱা ঠাই, অস্ত্রাগাৰ। Armpit (fort ) n. the hollow under dhe shoulder কাষলতি। Army (15) n. a large body of armed men ফৌজ, সেনা ; a great number ভালেমান সংখ্যা। Army corps ( wifácet comprising 30,000 to 40,000 strong of all arms, divided into 3 divisions=6 brigades=24 battalions সমবেত সেনাদল । Standing army = স্থায়ী সৈন্য বিভাগ। Arnotto (at) n. a kind of tree the seed of which is used in colouring yellow 6291 Aroma (এৰমে ) sweet smell সুগন্ধ, ভাল গােন্ধ ; a subtle charm শুৱলা মােহলগা গুণ। matic adj. fragrant সুগন্ধি, মলমলীয়া, ভাল গােন্ধাৱা। —tics সুগন্ধি মচলা। Around (Gatto) prep. or adv. on all sides of চাৰিফালে, কিউপিনে। Arouse (1) v. t. to awaken (sce rouse) জগা, টোপনিৰপৰা তােল, সাৰ পা; to stir up into activity উগ।। Arquebus আকুইবাচ) n. a hand-gun used in olden times অগৰ দিনৰ হিলৈ । Arraign (962a ) v.t. to call one to answer a charge in court, to accuse আদালতত থিয় কৰ ; গোচৰ কৰ, অভিযোগ কৰ। Arrange (এৰ'ৰেন্জ্জ) .t. to act in order চিজিল কৰ, গুছিয়াই থ, থানথিত লগা, দিহ। লগা, সজা; to settle ৰক্ষা কৰ, বন্দবস্ত কৰ, যো-জা কৰ, ঠিক ঠাক কৰ। ~ment . চিজিল, দিহা, শৃঙ্খলা, যাে-জা, আয়োজন, মিটমাট, ৰফা, বন্দবস্ত। —ging সজাই, দিহা লগাই। Arrant (4675.) adj. downright este, aal; infamous $forcatafal Arrant thief= আওচোৰ। Arrant fool=আওমুর্থ, জামুখ। Array ( এৰৰে) v. t. to arrange দিহা লগা, সজা; to cquip ৰেহা লগ।। n. dress সাজ; order দিহ, পংক্তি, সজোৱাটো, শৃঙ্খলা। In military array=যুদ্ধৰ সাজেৰে, সৈনিকৰ দিহাৰে। Arrear (এৰিয়াৰ) n. that which remains unpaid or undone স্বকীপৰা ধন, বন বা কাম। To fall into arrears=317 931 Tð be in arrears=দেনা বাকী পৰ, কৰিব লগীয়া কাম জমা হ, থোপ ধা। Arrest ( 45) v. t. to obstruct, to restrain আটক কৰ, বাধকত। কৰ ; to seize by warrent গ্রেপ্তাৰ -n. seizure by warrant গ্রেপ্তাৰ, আটক, ধৰা-পকৰা। Under arrest= গ্রেপ্তাৰ কৰা, আটক কৰা। --Hook বিমানৰ গতি ৰােধ কৰা আৰু বিমান ৰচি টন কৌশল। Arrive (R3155) v. i. (at) to reach, to come to a place কোনো ঠাইত উপস্থিত হ, পা ; to achieve one's purpose সফল ই, যেনে This movement has arrived=এই আন্দোলনটে। সফল হৈছে। -rival n. the act of coming আগমন, আহি পােৱাটো; persons or things that arrive যিবিলাক পায়হি বা পায়গৈ, আহি পােৱা বস্তু বা মানুহ। Until his arrival= তেওঁ নেপায়হি মানে। Arrogance (এৰৰগেঞ্চ) n. insolence of bear- ing, undue assumption of importance দম্ভালি, ফিতাহি, ডেম, বৰলােকালি। –gant adj. overbearing (911, দম্ভী, মইমত। -gantly adv. ofatti Arrogate (এৰৰ'গেট) v. t. to claim unduly and proudly অপােন মইমতে লবলৈ বিচাৰ বা বলেৰে ল। Arrow (99331) n. a pointed weapon for a bow ধেনুৰ কাড়। Arrow-head ==কাড়ৰ মুখ। Arrow-shot=*175 g cantat Fi -y adj. কঁড়ৰ দৰে, কাড়যুক্ত। Arrowroot ( এৰৰােৰূট) ৫. ৰােগীক বা কেঁচুৱা ল'ৰা-ছােৱালীক খুওৱা এবিধ গছৰ আলুৰ পৰা কৰা গুড়ি বস্তু, এৰাই, এবিধ বণকেতুৰি। Ares ( আর্চ). কোন জন্তুৰ পাচফালৰ ভাগ। Arsey-versey adj. ওভােতা-ওভতি।