পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Accusation [6] Acquiesce U. a sour Accusation (একিউজেশন্) n. the charge of a crime অভিযােগ, দোষাৰােপ, বাদ। Accusative a. ব্যাকৰণত কৰ্ম্মপদ। Accuse (একিউ) v. t. (of) to bring a charge against, to blamc সােষ দে, দায় ধৰ, জগৰীয়া কৰ, জাহ দে। -able adj. দোষী বুলি ধৰিবলগীয়া, দূষণীয়। ed adj. or . জগৰীয়া বা দোষী বুলি ধৰা হয়, বদীয়, আচামী (ফৌজদাৰী-মােকদ্দমাত)। cuser n. ফৰীয়াদী, বদীয়াৰ। Accused অভিযুক্ত, পদকীয়া, আচামী। Accustom (একাটু) . 1. (to) to make familiar by use অভ্যাস হােৱা, সহজ হােৱা বা কৰা। He is accustomed to it=01a সেই কামত অভ্যাস হৈছেগৈ বা সহজ হৈছেগৈ । Ace (46) n. the one. at cards or dice তাঁচখেলত এফুটীয়া টোটো, আৰু পাশাৰ অকল পওটা। কোনো বিষয়ত সৰ্বশ্রেষ্ঠ জন। French airman who destroys ten enemy planes- শত্ৰুৰ দহখন বিমান ধ্ব' সকাৰী ফৰাচী লোক। অতি সাহসী নিপুণ বিমানচালক। The complainant will not abate an of his claim --21 তাৰ দাবীৰ একাও 01 Within an ace of==নিচেই অকণ মানতে। Acephalous ( 6*415) adj. without a head মূৰ নথকা বা মূৰৰ চিন নথকা (জীৱ)। Acerbity ( এচাৰবিটি) n. bitterness, barsliness মুখত বেজবেজাই পােৱা, তিতা, টেঙ্গা ইত্যাদি চোকা গুণ; গা বেজোৱা ভার। Acervate ( 451666) adj. to help up 49'* * grey #13 Certal; growing in heaps or clusters as certain fungi কিছুমান কাঠফুলা- জাতীয় উদ্ভিদৰ উভৈনদী গজন অথবা বাঢ়ন। Acetic (a'lice ), acetous ('76016.) adj. sour টেঙেচীয়া। –cetify ( এচেটিফাই) . . or v. i. টেঙা কৰ বা টেঙা হ; pertaining to vinegar ভিনিগাৰ বিষয়ক । Acetone (-foba) n. colourless liquid solvent হাড় গলাৰপৰা এবিধ লালী পনীয়া বস্তু। Acetyline (এ'চিটিলীন) . এবিধ লাৰ পৰবৰ ঢাকা গেছ, (আপ)। Ache (এক) n. a continued pain একেৰাহে ধৰা বিষ। — ৫. বিশ্ব যেনে Head-ache মূৰৰ বিষ ; Tooth-ache দাতৰ বিষ। Achieve (এষ্ঠী) 1. to perform ; to gain কোনাে কাম ভালকৈ কৰি উঠ, সিদ্ধি কৰ; ots *1-chievable adj. পাব পৰা, সিদ্ধি কৰিব পৰা। —ment , an exploit, heroic deed সাহসৰ কাম। Achromatic (এমেটিক) adj. ৰং-নথকা fqay; giving light free from colour. Acicular ( এচিকিউলাৰ) adj. needle-shaped বেজীৰ নিচিনা জোঙা। Acid (four) adj. sour (0611 - substance টেঙা বস্তু । ness ta. টেঙা গুণ । -ulate v.! অলপ টেঙেচীয়া কৰ। -ify v. t. টেঙা কৰ। –ulous calj. অলপ টেঙেীয়া। Acidity ( এচিডিটি ) 11. the quality of being sour (86784 ; Aricity of the stomach =পেটৰ পৰা মুখলৈ টেঙাপানী উঠাটো। Acknowledginent ( 4*-79' 13.06 ) n. admission, receipt কবুল, স্বীকাব, ৰচি, ৰামীনামা। Acne (একমি ) n. the highest point ; crisis মুধা-ফুটা অৱস্থা, নিচেই ওপৰ ঠাই, কোনাে বেমাৰৰ শেষ দশা; চৰম সীমা। Aconite { একনাইটু) ft. poison এবিধ বিহ দৰৰ বা ঔষধ, বৰ বিহ। Acorn n. the secd of the ok বিলাতী ‘ও’ গছৰ Oft From a small acorn grons a mighty tree =নিচেই অকণমান গুটি এটি পৰাই একোজোপা প্রকাণ্ড গছ হয়, সৰুৰ পৰাহে ডাঙৰ হয়গৈ । Acosmism ( একদমি জম্ ) . পৰকাল নমনা। Acoustics ( এক ওচ টিচ,) . the science of sound শব্দবিজ্ঞান। Acquaint ( 241'6006). to inform, to make familiar with with) Sofaata C7, চিনাই দে, পৰিচয় কৰ। --ance n. পৰিচয় ; চিনা- জন লােক, চিনাকি । --ed adj. চিনা না থাকা। Acquiesce (725) o. i. to comply, to assent to (with in) মাস্তি হ, সম্মত হ, সৈমান Ti-escence (77465*) n. silent assent সম্মতি, সৈমান। escent adj. submissive ভাল বুলি মনে মনে ধৰা, সৈমান। ace a হাল আদি