পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Accompany [ 5 ] Accu n. Accompany ( এপেনি) v. t. to go with কাৰাে বা কিহৰ লগত যা, লগ ধৰ। --jment n. লগত নিয়া বস্তু ; গান গাওঁতে পাচত সহায় কৰা যন্ত্র । Accomplice (*196) n. an associate in a crime লগৰীয়া দোষী। Accomplish ( 972 ) v. t. to effect, to finish entirely পূৰা কৰ, শেষ কৰ, সিদ্ধি কৰ। ed adj. complete in acquirements refined সকলো গুণ পকা বা পৈণত, মার্জিত। An accomplished fact = 317 হৈ যােৱা কথা,

  • 1* *011 ---ment n. graceful acquirement

শােভনীয় গুণ। Accord (10+5) v. i. to agree একমত হ, মিল 1. to grant C ---1. harmony, consent মিল, সম্মতি । Of one's own accord = অপােন ইচ্ছামতে; নিজ খুচিতে। Accordance { wit/) conformity অনুসৰণ। In accordance with according 10 মতে, মানি, অনুসৰি । Accordingly ad'সেইমতে, সেইদৰে, সেইৰূপে, সেইদেখি, এতেকে। Accordion (একর্ডিয়ন) n. 11 musical instru- ment with keyboard on one side trea বজোৱা এবিধ বাদ্যযন্ত্র, প্রায় কনছা টিনা যন্ত্ৰৰ অনুরূপ। Accost (4) t, t. 10 speak first to, to adclress পােন-প্ৰথমতেই কাকে। কথা ক বা সম্ভাষণ কৰ। অসৎ অভি প্ৰয় লৈ কথা আৰম্ভ কৰ। able adj. easy of access সহজে ওচৰ চাপিব পৰা, পাব পৰা ; চিনাকি। Account n. a counting f572, 51994; statement বিবৰণ ; value মূল্য ; sake কাৰণ। Account o. t. to reckon হিচাব কৰ। —', ।, হিসাব ৰক্ষা কৰ, হিচাব নিকাচ কৰ, হিচাব দে। To render an account fota faz To settle an account হিচাব ঠিক Square accounts হিচাব নিকাচ কৰ। To open an account হিচাব খােল। To account for কাৰণ দেখুৱ ; ধােলােচা হিচাব দে। On account of বাবে, হেতুকে, কাৰণে। On one's own account কাৰে নিজৰ বাৰে। To take into account বিবেচনা কৰ Account current or open account ofas fotai .1ccount book হিচাব বহী । Casb-account বৰাকৰ বহী। Turn circumstances to good account অৱস্থা বুজি কাৰ্য কৰ, যেতিয়া যেনে কৰিলে উপকাৰ বা সুবিধা হয় তেনে কৰ । Accountable adj. liable, answerable ate (for a thing, to a person ) 1 Accountant n. হিচাব-ৰখা কেৰাণী, জমানবিচ। Accoutre (4612) v. t. to dress, to furnish সাজ পিন্ধা, সজা (বিশেষকৈ যােদ্ধাক)। —ments n. crjuipage সাজপাৰ ; আচবাব, আহিল। Accredit ( এক্রেডিট) v. t. to countenance, to give credit or honour to বিশ্বাসযােগ্য কৰ, সম্মানী বা ক্ষমতাবান্ কৰি দে। To accredit with =-কোনো বস্তুৰ বা কোনাে কথাৰ গৰাকী বা গুৰি বুলি কোনো জনক সাৰৰাগত কৰ। Accresent offltd.) adj. growing, increasing বর্ধনশীল, ক্রমে ওপৰলৈ বঢ়া, বেচি হােৱা । -cense n. বঢ়াটো, বর্ধন। Accretion ( এক্রীচন্) . continuous growth, external addition বৃদ্ধি, আদিৰেপৰা লগ লাগি গঙ্গাটো বা হােৱাটো ; টেমুনা ; উপৰুৱাকৈ পােরা সম্পত্তি। Accrue (F) v. to arise, to grow 193 হ, জন্ম, লাভ হ, যেনে The interest which accrue to the creditor amounts to Rs. 400 ধৰুৱাক দিবলগা। সুত ৪০০ টকা হল ; প্রাপ্ত । Accumbent (4914'46) adj. to lcan, recline towards or against ভেজা দি শুই থকা, আঁউজি থকা অৱস্থা। Accumulate (একিউমিউ'লে) v. t. to amass জমা কৰ, গােটা। –u. i, to increase জমা হ, গােট খা, দম্ হ। Arrears have accumulated বাকী কাম দম হৈছে ; বাকী ধন ক্রমে সৰহ হৈছে । —tion , দম, থুপ, জমা। Accuracy (একিউৰেচি) n. exactness 21 শুদ্ধতা। Accurate (একিউ’ৰেটু) ady. without errors, done with care ভুল নথকা, ঠিক, শুদ্ধ, নিখুঁত। —ly adv. শুদ্ধকৈ, নিখুঁতকৈ। Accurse (4916 ) 0. l. to curse, to doom to misery ye 69, 71 CHI --ed adj. very wicked দেওপৰা, শাও খাই ফুৰা।