পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Acquire (7) Actual came Acquire (cata137) v. t. to gain something, to attain লাভ কৰ, পা, ব, খােদা বস্তু 9111 -ment n. that which is acquired by learning or effort লিখা পঢ়া শিকি বা যত্ন কৰি পােৱ বস্তু, বিদ্যা, বন ইত্যাদি । Acquisition ( একুইজিশন্) n. act of acquiring; the thing acquired আর্জোন ; আজ্জিত সম্পত্তি। -tiveness n. আজ্জিবৰ হেঁপাহ। Acquit (16) 0. t. to free, clear, from blame মুক্ত কর, এৰি দে, দায় বা জগৰৰপৰা নির্দোষী কৰ, খালাচ দে। He acquitted himself well- হয়েই উঠিল, তেওঁ ভালেতালেই সাৰিল। Acquittal n. formal release (912 7577 cotata পাচে এলাচ, মুক্তি। Acquittance {একুইটেঞ্চ) . a discharge from | debt; a receipt in full ঋণ মুক্ত হওন ; ধাৰ সুজাৰ ৰচিদ্ । Acquittance roll=431 fart ৰচিদ বহী। Acre (একাৰ) n. ইংৰাজী মাটিৰ কালি বুজোৱা জোখ। এক এক= অসমীয়) ৩ বিঘা ২ লোহা মাটি == ৪৮৪০ বর্গগজ =১০ বর্গচেইন । Acrid (57) adu. bitter, pungent বেয়া, চোকা। —ity n. বেজযেজীয়া তিতা বা মূৰলৈ, মামতিকৈ ওপৰে। Across the river= নৈৰ পাৰৰপৰ সিপাৰলৈ । I ACTOSS him=মই হঠাৎ তেওঁক লগ পাশে। Acrostic (8) R. a poem of which the first or last letters of the line forma name কোনাে এটা পদ্য যাৰ শাৰীবিলাকৰ আগৰ বা পাচৰ আখৰ কেইটা ফোটালে এটা নাম । এবি বৰ। Act 0. t. to perform ; to play #1 ** ; ute (1-0, t. to behave, to produce an effect আচৰ, পাল, গুণ । To act on or upon C মতে কাৰ্য্য হােৱা। To act up to ঠিক সেইদৰে কাৰ্যকৰ। —ing n. act of performing কৰাটো, ভাও দিয়াটে।। adj, আনৰ সলনি কাম কৰা ; কাৰ্যকৰী। Act n. something done ; division of a play ; a law passed by a legislative body ***; নাটৰ এছােৱা, অঙ্ক ; আইন। In act to =কবলৈ ৰোতেই ; কামত লাগোতেই ; অধিনিয়ম। Action (497) n. a deed ; a battle ; a suit ; a law; gesture, behaviour কাম, কাষ ; যুজ বা ৰণ ; মােকর্দমা বা গােছৰ; ঠাৰ ঠেও; আচৰণ of5c9191 -able adj. liable to a suit মােকদ্দমা চলিব পৰা বা হৰ পৰা। Committee কাৰ্যপৰিষদ। Active (165) adj. diligent, busy, practi- cal, quick কামিয়াল, টনকিয়াল, পৰিশ্ৰমী, কোবাল, খৰতকীয়া, উদ্যোগী, এলাহ নােহােৱা, কামত চোকা, চটফটীয়া, পচপচীয়া, পচপচী, আফগী । (ব্যাকৰণত ) সকর্মক । Active capitals কাৰবাৰত লাগিখকা মূলধন । Active service অখতীয়া চাকৰি। Active measures টনকীয়াল উপায়। Actively adv. in an active manner conto da, সচপচকৈ। Activity (একটিভিটি) n. nimbleness 437991, উৎসাহ ; উদ্যোগ, পচপচানি, উখল-মাখ। Actor n. stage player ভাৱৰীয়া, নটুৱা। -tress n. ভাৱৰীয়ানী, কাৰিকা। Actual (47.66.792) adj. real, আচল, প্রকৃত। —ly adv. really সঁচাকৈয়ে, আচলতে, প্রকৃতপক্ষে। no can Acrimony ( এক্রিমনি n. bitterness of feeling or language বেজযেজীয়া বা বেজে --monious adj. sharp (67+1, 696921 190 দুখ লগ; গা বেজাই যােৱা ; তিক্ততাপূর্ণ । Acrisia (font) n. a condition of discase which presents decided symptoms from which diagnosis be made যেতিয়া কোনাে ৰােগৰ লক্ষণসমূহ দেখি ৰােগ নির্ণয় কৰিব নােৱাৰি, সেই অৱস্থা । Acrobat (AFTE) n. a rope dancer cutana ওপৰত নচা বাজীকৰ, ধৰমৰা খেলােৱাৰ। —ic adj. কদুৰৎ সম্বন্ধীয়, ব্যায়াম সম্বন্ধীয়। Acropolis (এক্রপলিছ ) , মহানগৰী; the fortified upper part or citadel of a Greek city ঐতিহাসিক গ্ৰীচৰ নগৰ সমূহৰ দুৰ্গ শীর্ষ । Across (75) prepo. or adv. from side to side ইপাৰ-সিপাৰ, মাজেদি এমূৰৰপৰা আন true