পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Absurdity [ 4 ] Accommodate Absurdity n. কাণত নােসােমােৱা কথা ; অসঙ্গত to 11 an a Abundance (এবাডেঞ্চ) n. plenty বহুত, ভালে- মানখিনি, ওপচােৱা অৱস্থা। Abundant adj. বহুত, ভালেমান, প্রচুৰ, বিস্তৰ, ওপখােৱা। Abuse (fata) 2. t. to revilc; to illuse ককৰ্থন কৰ, গালি পাৰ, তিৰস্কাৰ কৰ; বিতণ্ডা কৰ ; অপব্যৱহাৰ কৰ। Abuse ( এবিউ) n. গালি ; বিতণ্ডা, অপব্যৱহাৰ। —ive adj. অপমানজনক, গালিথকা। Abut ( 4916) 7. i. to border on to eat, কাষত থকা। ment n. ( পকী সজা বা বন্ধ কামত হলে) যত ঘূৰণীয়া থাক বিসাক শেষ হয়গৈ বা বয়গৈ সেই ভাগ খুঁটা; a lateral support ঢােকা স্বৰূপে দিয়া গাথনি । Abyss (এবিচ) n. bottomless depth নােপােৱ দ গাত বা কুৰুং। অনন্ত কাল। Acacia (একেচিয়া) n. এবিধ গছ । Academy ( একাডেমি) n. a school of arts and science শিল্প, বিজ্ঞান ইত্যাদি শিক্ষা দিয়া পঢ়াশালি বা তেনে শিক্ষা দিবৰ নিমিতে হােৱা সমাজ। -demical adj. পঢ়াশালিসম্বন্ধীয়। Acarpous (wrote:) adj. unfruitful fama; বন্ধ্যা। Accede ( একচীড) . . assent সম্মত , মাস্তি হ (with to)। Accelerate (76atta) v. t. to hasten, to increase thc speed of ক্রমে বেগ বেচি কৰি নে, জমে বেগাই আগবঢ়া বা চলা; খৰকৰােৱা।—ation n. বেগ বৃদ্ধি। -ative at!. বেগ বঢ়াব পৰা। Accent ( একুচে’ণ্ট ) , প্রসুন, উচ্চাৰণ কৰোতে ঠায়ে ঠায়ে শব্দৰ কোনাে অংশত দিয়া জোৰ, কোনাে ডােখৰ কথাৰ ওপৰত দিয়া হেঁচা বা ঠেও; তেনে হেঁচ। বুজাবলৈ দিয়া চিন। .t. তেনে দৰে হেঁচা দে। Accentuate (একচে’চ্চয়েট) v. t. ফুটাই উচ্চাৰণ কৰ ; কথাৰ ওপৰত হেঁচা দি মাত। —ation . জোৰ বা হেঁচা বুজাবলৈ চিন দিয়াটো। Accept (4915't.) v. t. to receive ; to agree to ল, গ্ৰহণ কৰ ; মাস্তি হ। —able adj. গ্রহণীয়, সন্তোষেৰে বৰ মােগ্য। --ncc n. লােৱাটো, 19tai -ation n. the commonly received meaning of a word কোনাে শব্দৰ সাধাৰণ অর্থ —er, or . যি গ্রহণ কৰে বা লয় । Access (90765) .. liberty to come আহিবলৈ বা সােমাবলৈ ক্ষমতা, প্রবেশ ; approach সােমাই যােৱা বাট; increase বেচিভাগ । -ible adj. ওচৰ চাপিব পৰা, পাব পৰা, সুগম । -ary, --ory n. one who aids to commit a crime দোষজনক কামত যি মত দিয়ে বা সহায় কৰে, লগৰীয়া দোষী ; anything additional অতিৰিক্ত বস্তু, বাদে বস্তু ; প্রবেশ। Accession (একচে'শ ) act of coming to কোনো ঠাইলৈ অহাটো ; increase বাঢ়ি, ডেঢ়ি। to the throne বাজপাটত উঠাটো, অভিষেক ; অন্তর্ভুক্ত হােৱা । Accident ( এচিডেন্ট ) , unforescen event, chance আকস্মিক ঘটনা, দৈব ঘটনা, ভাগ্যক্রমে হােৱা কাৰ্য্য, অথৰ, আপদ। --dence n, (ব্যাকৰণত) শকৰ বিভক্তি প্রকৰণ । --dental adj. happening by chance অকস্মাৎ হোৱা, অপঘাত, সাধাৰণ অৱস্থাত হব নলগীয়া। —ally adv. by chance ঘটনাক্রমে, দৈবাৎ। Acclamation ( একক্লেমেশন্) n. a shout of ap- plause জয়ধ্বনি কৰি শসগাটো বা প্রশংসা কৰাটো। Acclaim v. t. বঙ্গেৰে চিৰি ক, জয়ধ্বনি কৰ। Acclimatise ( একক্লাইমেটাই জ) v. t. to inure to a clinate বিদেশৰ হৱ।-পানী বা জাৰজহত থাকিবলৈ সহজ কৰ, পৰিবেশৰ লগত খাপ খুৱাই লােৱা। —sation n. সেইদৰে তাত সুজুৱাটো বা সহজ কৰাটো। Acclivity (49ffel) n. ascent (opposite to declivity) ক্রমে ওপৰলৈ ওথ হৈ যােৱা ঠাই ; ওপৰলৈ থিয় পৰ্বতৰ কাষ।--vious ( এক্লিভিয়চ) adj. এঢলীয়ভাবে থিয় । Accolade { এক-অ-এ 'ড) . ceremony of conferring Knighthood বাহুত তৰােৱালেৰে থপৰিয়াই নাইট উপাধি দিয়া সম্মান চিন। Accommodate ( একম’ডেটু) v. t. to furnish or supply with conveniences খাব-থাকিবলৈ সুবিধা কৰি দে, ঠাই দে ; to adjust উপযােগী কৰ, ঠিক কৰ। –ing adj. মুখ হৰিব নােৱাৰা। —dation n. থকাৰ সুবিধা, থকা ঠাই ; compro- mise মিটমাট। to a