পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Call [94] Caloric to make (upon, for, at ) a short visit দেখা সাক্ষাৎ হ, দেখা কৰ, যেনে--He called on or upon me---তেওঁ মােক দেখা কৰিছিল, তেওঁ মােৰ ওচৰলৈ আহিছিল। Please call at my house on your way= যাওঁতে অনুগ্ৰহ কৰি মােৰ ঘৰত সােমাই যাব। To call bad names to some one=কাকো গালি পৰা, (কোৱা কথাত ব্যৱহাৰ হয় )। summons আহ্বান ; demand ; দাবী ; invitation নিমন্ত্রণ ; a short visit দেখা সাক্ষাৎ ; cry of bird চৰাইৰ মত ; admission to a rank (as a barrister ) উকীল পদত ভর্তি। —er দেখা সাক্ষাৎ কৰোতা। --ing n. occupation, trade or profession কাম-কাজ, ব্যৱসায়। Payable at call=খােজা- মাত্রকে দিবলগীয়া। —bird=a decoy bird ঘাই পতা চৰাই, বনৰীয়া চৰাই ফালত পেলাবলৈ শিকোৱা চৰাই। —boy ভাৱনাত ভাৱৰীয়া মাতিবলৈ নিযুক্ত কৰা লৰা। money খােজামকে দিব- লগীয়া ধন। -note জন্তু বা চৰায়ে পােৱালি বিচাৰি Toy stoi -of nature cuitoTo call back -ওভােতই মাতি আন, আকো মাতি আন। -attention to=to point out att , মনােযােগ আকৰ্ষণ কৰ। -away to divert the mind মনভুলা, আন কথালৈ মন নিয়া। –for=to demand, to ask loudly খােজ, তলব কৰ, যথা This matter calls for investigation=4767 কথা বিচাৰ কৰিব লগীয়া। He has called for an explanation=তেওঁ কৈফিয়ৎ তলব কৰিছে। --forth=to summon to action কামত লগা বা খটা (যেনে বল ; শক্তি)। —in=to collect গােটাই আন, সংগ্ৰহ কৰ; to bring in ভিতৰলৈ মাতি আন; to invite friends নিমন্ত্রণ কৰ। -in question=to express doubt, to challenge সন্দেহ নে মিছা প্রমাণ বিচাৰ। off মাতি লৈ যা, তলব কৰি নে। –on or upon=to invoke, to appeal to enteay

  • 1-out=to bawl, to challenge to fight

ৰিঙিয়া, বল প্রমাণ কৰিবলৈ আহ্বান কৰ; to service কাম কৰিবলৈ মাত। -over list of names-এটা এটাকৈ নামবিলাক মাত, বা পঢ়িযা।-up সােৱৰ। —to account দায়ী কৰ, জগৰীয়া হ। to mind সােৱৰ, মনত পেলা। Call Telephone টেলিফোন কথা, টেলিফনৰ মাত। Calling ব্যৱসায়, উপার্জন কৰা কাম। Caller n. one who pays a call or visit 991 কৰিবলৈ অহা লােক । Caliet ( *7'3) n. a scold, a woman of bad character ব্যভিচাৰিণী তিৰােতা, বেয়া স্বভাৱৰ মাইকী। Callid (515) adj. shrewd 6,692 Calligraphy (কেলিগ্রেফী) n. fine writing সুন্দৰ লেখা। Callisthenics (কেলিস্থেনিকচ ) exercises for promoting beauty and strength 49 কান্তি বঢ়াবৰ নিমিত্তে শ্রম। Callosity (786) 1. a hard swelling on the skin ছালৰ ওপৰত কাঠমৰা বা হিটীয়-বন্ধা ঠাই। Callous ( কেল্লচ) adj. hardened কাঠমৰা, টিপিলে বা ঘঁহিলে গম নােপােৱা, নিসাৰ ; unfecling করা, নি সাৰ । - Callous n. আওকাণ ; কাঠ- চিতীয়া গুণ। —ness. Callow (19.01) adj. not covered with feathers, unfledged offer নগ জা, নিচেই অজ লা; low-lying দ আৰু সময়মতে পানীত তল যােৱা ; unbearded গােফ গজা, গাইমুৱা ; যেন callow youth.-- . an alluvial piece of land চট বা চাপৰি। Callus (ক'লা n. গাৰ ছালত বন্ধ। হিকটীয়া। Calm (1) adj. still, serene, quiet 757, শাত নিস্তব্ধ, শান্ত, সুথিল। --n. absence of wind বায়ুশূলতা ; repose fe#Uy; tran- quility শাস্তি, সুথিল, নিটাল। --. . to quiet, to make calm শান্ত কৰ, সুথিল কৰ, শত কৰ; —ness n. tranquility নিটাল, নিজঞ্জাল, নিস্ত- কত, স্থিৰতা, সুথিল অৱস্থা। —ly adv. quictly মনে মনে, সুথিলৰূপে, শাতিৰে। Calomel (Cott'zl) n. chloride of mercury ৰস বা পাৰা মিহলােৱা এবিধ বিহ দৰব। Caloric (faq) n. the principle or chief element of heat উত্তাপ, তাপৰ মূল কাৰণ। -rific adj. causing heat 019471 lori- কৰ, সঁচা to summon