পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Calumny ( 95 ) Canal a call Or meter n. an instrument for measuring heat তমান যন্ত্র । Calumny (Catafa) n. malicious accusation, slander বনাম, অপবাদ, দুর্ণাম। —niate v. t. or v. i. to slander দুর্ণাম কৰ, অপবাদ দে। —nious adj. অপবাদ জনক। Calvanism (cat) n. the doctrine of the Genevan reformer Calvin ধর্মযাজক কেভিনৰ মত । Calve (stu ) v. t. to bring forth পােৱালি জগা। Calvities (কেলভিশ্বিজ) n. baldness ত পা অৱস্থা, চুলি নােহােৱা অৱস্থা। Calx ( 607 ) n. chalk or lime ufyata at 591 Metallic calx=81791 (pl. Calaxes Calces ). Calyx, Calix (caf05) n. the covering of a flower ফুলৰ আবৰণ, ফুলৰ বাহিৰা ঢাকনি, চুপহি। (pl. Calyces,xes). Cambist {কেম্বিষ্ট- } . one skilled in the science of exchange বাণিজ্যিক বিনিময়- বিজ্ঞানত দক্ষ ব্যক্তি ; one who deals in bill of exchange হুন্দীৰ লেনদেন কৰা মানুহ । Cambrel (*13) n. a bent wood or iron for hanging up carcasses 75167 931 0 আঁৰি থাের হার্কোটা ; the joint on the hinder leg of a horse ঘোৰাৰ পাচঠেঙৰ বেঁকা ভাগ। Cambric (carfar ) n. a kind of fine white linen মমলৰ নিচিন মিহি কাপােৰ। Camel ( কে) , domestic animal of Arabia with humps on its back to, 147 দেশৰ এবিধ কুজ, থকা বােজাই জল্প। -leer n. a camel driver or rider উচ্চালক ; উট- চোৱাৰী; —ry n. (উট ত উঠি যোৱা সেনাদল।) -backed adj. hump-backed 511 Cameleon see Chameleon. Camelopard (কে অপার্ড) n. the giraffe বৰ দীঘল-ডিঙ্গীয়া এবিধ ঘোৰাৰ দৰে জন্তু, জিৰাফ। Cameo (কেমিও) n. মূর্তি কটা বহুমূলীয়া পাথৰ। Camera (6*7131 ) a photographic instrument নক্সা বা আঞ্জা তোলা যন্ত্র। obscura আন্ধাৰ কৰি আৰ্জা তোলা যন্ত্র। Camera (676221) n. an arched room, pri- vate chamber বিচাৰকৰ গােপনীয় কোঠা। In camera=গুপুতে, কেঁৱে নজনাকৈ । Camouflage (*) n. a device to deceive ফাকি, চলনা। —v. t. or v. i. to deceive; to disguise ফঁাকি কৰ; ভুৱা দে। Camouflet মাটিৰ তলত শবধী মাইন ৰখা । Camp (cm) n. the place where an army pitch their tents ৰণলৈ যােৱা সেনা থকা ঠাই, fafaz ; temporary quarters for travellers বাহৰ ; a militairy station চকী ছাউনী ; a fortified site 6151 ---. i. to encamp $137 07751 --bed, --stool, chair,-table *** বা বাহৰত ব্যৱহাৰ কৰা জপাই সামৰি থব পৰা খাট, পীৰা, চকী, মেজ। follower বাজে কামৰ নিমিত্তে সেনাৰ লগত যােৱা মানুহ। -equipage শিবিৰ বা বাহৰত ব্যৱহাৰ কৰিবৰ নিমিত্তে লাগতিয়াল আহিলা-পাতি। A division in the camp=আত্মবিৰােধ। Campaign (6*7797) n. an open field or plain সমান মুকলি ঠাই, পথাৰ, ৰণস্থল ; the time an army keeps the field যুদ্ধৰ কাল, ৰণৰ সময় ; an excursion into the country আক্রমণ কৰিবৰ মনেৰে সৈন্য সহ কোনাে দেশত সােমােৱা, আক্রমণ। —er experienced soldier বহু যুদ্ধত ফুৰা চিপাহী। Campanile (কেম্পেনিলে) n. a bell tower ডাঙৰ ঘন্টা ঘৰ। Camphor (27) n. a solid white substance obtained from the camphor laurel কফুৰ। -rate v. t. to impregnate with camphor কফুৰেৰে পূৰ্ণ কৰ।—ic adj কযুক্ত। Can (কেন্) v. i. (pa.t. could) to be able পাৰ, ক্ষমতা থাক। Can (কেন্) a. a vessel for holding liquids জুলীয়া বস্তু ৰখা বা অনা-নিয়া কৰা পাত্র, লােৰ বা টিনৰ পিপা, টিন (যেনে কেৰাচিন তেলৰ টিন); a chimney pot ধােৱা যােৱা চুঙ্গিৰ মুখৰ ঢাকনী। ---v. t. to put in cans for preservation টিনত ভৰাই সঁচি থ। Canaille ( কেনেইল) n the mob সাধাৰণ মানুহ। Canal (Ca) n. an artificial watercourse n. an old a