পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Calcareous [ 93 ] Call Calcareous (6*7*14016.) adj. like lime for দৰে পেৰ্দেৰীয়া গুণ থকা। Calcine (6**6787) v. t. or v. i. to reduce to powder by means of heat তপতাই গুৰি কৰ, পুৰি চূণৰ দৰে কৰ। Calcium (কেলচিয়াম্) . the metallic 'subs- tance contained in chalk saatio 401 অন কোনাে চুণেৰে মিলােৱা বস্তুত থকা ধাতুৰ অংশ। Calculate (কেকিউ’লেটু) v. t. to count, to compute গণ, গণনা কৰ, টিক, হিচাপ কৰ, লেখ কৰ; to ascertain 5* 41; (with for in the passive voice ) to adapt talatait ; to think watai -lation n. the art of cal- culating গণনা, হিচাপ, লেখ, টিকা। ~lating adj. selfish, scheming টিমক, মতলবী, টিকয়া। -lator=one who calculates গণনাকাৰক, টিঝোতা, লেখােতা, লেখয়া । Calculus ( কেলকিউলাচ,) 0. the stone like formation in certain parts of the body পাথৰি ৰােগ ; a branch of mathematics গনণশাস্ত্ৰৰ বিভাগ। (pl. Calculi ). Caldron sce Cauldron. Caledonian (কেলিডনীয়া ) Scotchman স্কটলেণ্ডৰ মানুহ । Calefaction (কেলিফেন্) n. act of heating তাপ লগােৱা বা তপত কৰা কাম, সেকন । Calefy v. t. or v. i. to grow warm u19 C9, ota , সেক, ত পতা, তপত হ। Calefactor ( cafat *52) n. a small stove To তপতােৱা সৰু চৌকা। Calendar (19'etz) n. an almanac life, পঞ্জিকা, দিনবাৰৰ তালিকা ; a list of docu- ments ফিৰিস্তি কাকত, যেই সেই তালিকা। —v.t. to register তালিকা কৰ, লিষ্টিভূক্ত clock বাৰ মাহ আদি দেখুওৱা ঘড়ি। month জানুৱাৰী মাহ। Calender (কেলে’ৰ) . machine hot Press for smoothing and dressing cloth ইস্ত্রী, কাপােৰ আদি নিজম কৰা যতন। -0. 1. to smooth with a calender ইস্ত্রী কৰ। Calends ( 6 ) n, the first day of cach month ৰােমানবিলাকৰ ভিতৰত প্রত্যেক মাহৰ প্রথম দিন। Calf (17) n. the young of a cow. ele- phant and some other animals গৰু ম'হৰ পােৱালী, দামুৰি, বকনা ; a calf skin leather একৰকম চাম; a stupid person ভয়াতুৰ মূখ মানুহ। pl. Calves ( কাভজ)। Half calf= কিতাপৰ কনি-কাষত দিয়া চামৰাৰ বান্ধনি। love লৰা ছােৱালীৰ ক্ষন্তেকীয়া প্রণয়। Golden calf== কুবেৰ। Mottled-calf=পাতল ৰঙৰ ফুটফুটীয়া কিতাপৰ চামৰা। Calf (*1#) n. the thick fleshy hinder part of leg ভৰিৰ কলাফুল। Calibre, Calibe (কেলিবাৰ) the size of the bore of firearms হিলৈ বা বৰতােপৰ মুখৰ জোখ, বন্দুকৰ নলৰ বিন্ধাৰ পথালি পৰিমাণ; intellec- tual capacity বুদ্ধিশক্তি, মানসিক শক্তি ; weight of character. Calico (cofo') n. plain white cloth ** sytet 17771 --printing=the art of prin- ting cotton clothes কপাহী কাপােৰ চিত্ৰবিচিত্র কৰা কৌশল। Calif, Caliph (cafort) n. chief priest among the Mohammedans মহম্মদৰ উত্তৰ- ধিকাৰীসকলৰ উপাধি। -fate কেলিফৰ ৰাজত্ব বা শাসন প্রণালী । Caligraphy see Calligrapby. Calk (7) n. (see also Caulk) a sharp point on a horse-shoe cotata ato anal নালৰ কাইট। Calk, Calque (*'7) v. t. to chalk a draw- ing; to copy by tracing নক্সাত খৰিমাটিৰে দাগ দি অনুকৰণ কৰ, দাগ দি নক্সা তোেল। Call (*) v. t. to name ato; to summon আবাহন কৰ; to proclaim ঘােষণা কৰ; designate ক, বােল, নাম কৰ, কোনাে পদত মনােনীত কৰ, যেনে-He is called to be an apostle=তেওঁক ধর্মপ্রচাৰক পাতিছে। He is called to the bar==তেওঁক বেৰিষ্টাৰ বা উকীল পদলৈ তুলিছে; তেওঁ ওকালতি পাচ কৰিছে। -0.6. (out, to, after, at, down, up to cry aloud ৰিঙ্গিয়া, উকিয়া, চিঞৰি মাত ; a n. a to or