পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Caddy 92] Calcaneum a Caddy (cfw) n. small box for tea চাহ যােৱা সৰু বাকচ। Cade (') . cask fagyi --adj. or n, a pet lamb or colt নিচেই লেপে কৰি তােলা ঘোৰা-পােৱালী বা ভেৰা-পােৱালী । Cadence (75's) n. the fall or modulation of the voice গীতৰ বিৰাম, সুৰৰ লয়। Cadenza n. a flourish at at 2121 Cadet (কেডেটু) n. the youngest son facos সৰুটো পুতেক, বংশৰ সৰু ডালৰ কোনাে এজন, কনিষ্ঠ সন্তান ; volunteer in the army serving for becoming an officer সেনাদলৰ ওপৰখাপৰ বিষয় পাবৰ আশাৰে যুদ্ধবিদ্যা শিকা বাজে লােক, ইচ্ছাধীন শিকাৰু সেনা। Cadge (6) v. i. to beg for stor 71 Cadre (কেডাৰ) n. a framework 45; the permanent constitution of a service either civil or military কোনো চকাৰী বিভাগৰ বিষয় নিবন্ধন। Cadre of the Judicial service=বিচাৰ সম্বন্ধীয় বিষয়াৰ নিবন্ধন। Caducous ( cafut#16) adj. falling early as leaves of flowers লগতে সৰ, ক্ষন্তেকীয়া, পতনশীল। Cadacity n. আলব অৱস্থা; perish- ableness অস্থিৰতা। Caesar ( চীজাৰ ) absolute monarch সম্রাট, মহাৰাজ । -ean adj. ৰোমদেশৰ ৰা জুলিয়চ চিজাৰ বিষয়ক । Cæsarean operation= পেট ফালি সন্তান জন্মােৱা কাৰ্য। Cesura or Cesura (feat) n. cutting off of a syllable in a verse পদবিক্ষত, পদলুপ্ত। Cafe (174) n. a coffee-house, a restaurant কফিখােৱা দোকান, বাটৰুৱা জলপনীয়া ঘৰ। Cafeteria (কাফেটেরিয়া) , cafe with a counter for self-service গ্রাহকে নিলে পৰিবেশন কৰি লােৱাৰ ব্যৱস্থা থকা আলপনীয়া খাৰবাৰুদ নিয়া গাড়ী ; a case for keeping out water while building a bridge go বান্ধোতে পানী ভেটি ৰখা যতন। Caisson ('ka ) n. novable covered chest on wheels, an ammunition wagon 61 লগোৱা চলন্ত বাকচ, যি বাকচত গােলা-বারুদ large water-tight chamber sunk below the surface of a river from which the water is excluded by pump- ing air into it and in which men work under water পানীৰ তলতে মানুহে কাম কৰিব পৰাকৈ বতাহ পূৰ কৰি পানী উলিয়াব পৰা ছিদ্রহীন ডাঙৰ পিপা বা বাকচ ; large iron receptacle sunk into the bed of a river and filled with cement in which the piers of a bridge are embedded 27 ওপৰত দিয়া দলঙৰ খটা সাজিবলৈ বিলাতী মাটি কৰি পানীৰ তললৈ নমাই দিয়া আধাৰ পাত্র। Caitiff (কেটি ফ} . a meal fellow নীচ লােক। adj. mean, base নীচ, অসভ্য, অধম। Cajole ( কেজ’ল) ৫. t. to coax, to deceive by flattery উচটা, ফুচুলা, উচটাই ছলক। —ment n. flattery 668 f., fast 9791--er one who flatters স্তাবক, ফুচুলাওত।। Cake (কে) , a small loaf of bread ft; any flattened and solidificd mass 94, চপৰা। Oil cake-=: খলিহৈ। Cakes and ale =সকলােবিলাক সুখাদ্য বস্তু । You cannot both have your cake and eat it=তুমি অসম্ভৱক সম্ভৱ কৰিব নোৱাৰা। Cakewalk=নৃত্যময় গতি ; স্বচ্ছন্দ প্রবাহৰ নাচ, যি নাচত জয়লাভ কৰোতাজনক কে’ক পুৰস্কাৰ দিয়া হয়। Calabash (কেলেবে) n. a kind of American tree bearing large fruits লাওৰ দৰে শকত গুটি লগা এবিধ গছ বা সেই গছৰ গুটি । Calamity (কেলেমিটি) . a great misfortune, disaster দুর্ঘটনা, বিলাই, বিপত্তি, বিপদ, আলৈ- বিলৈ, বিপর্যয়। -tous=disastrous বিপদজনক, দুর্দশীয়া। এtousness n. distress, misery দুর্দশা, বিপত্তি। Calcaneum (কেঝেনিয়ম্ ) ভৰিৰ ওচৰৰ হাড়। 11. an a ঘৰ। V. t. to Cage (**) 1. a place of confinement গড়ল; a box or frame for confining birds and animals সঁজা, কাঠ। confine in a cage জাত সুমাই থ। ed adj. confined সঁজাত আবদ্ধ, গড়ালত ৰখা। Cairn (কেয়ার্ন) , an ammunition wagon