পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

which cooking is carried out #TES ৰান্ধনীঘৰ । Cacao (0*10) n. a kind of tree from the seeds of which chocolate is made of

C, the third letter of the English alphabet ইংৰাজী বর্ণমালাৰ তৃতীয় অক্ষৰ ; সংখ্যা বুজাবলৈ ১০০ এশৰ পৰিবৰ্তে ব্যৱহাৰ কৰে ; গান-বাজনাত “গ।” সুৰ বুজায়। Cab (649) n. a carriage of various sizes drawn by one horse এটা ঘোৰাই টনা কেৰেয়া 1981 1671 --boy or man 7. কেৰেয়া গাড়ীৰ গাড়ােয়ান। -stand n. কেৰেয়া গাড়ী থকা ঠাই। —hire গাড়ী ভাড়া, গাড়ী কেৰেয়া। Cabal (64749) 11. a secret party গুপ্ত সভা, ষড়যন্ত্র কাৰী দল ; a secret plot গুপ্ত মন্ত্রণা। ৫. . to plot মন্ত্রণা কৰ, ফন্দি পাত । Cabbage (67659) n. a kind of kitchen vegeta!yle কবি-শাক, বন্ধ। কবি। Cabin (কেবিন্) . a small room in a ship জাহাজৰ কোঠা ; a hut “জাঘৰ। —boy জাহাজৰ যাত্ৰীৰ পৰিচাৰক । passenger ভদ্র শ্ৰেণীৰ যাত্রী। Cabinet (faca') n. a private apartment ভিতৰুৱা কোঠা; a case of drawers দেৰাজ ; a private 100m used by king for consultation 1391-97; 577 The Cabinet= ইংলণ্ডৰ পালিয়েমেন্ট-মহাসভাৰ ৰাজ- মন্ত্রীসকল । -maker = a maker of fine furniture মেজ, মাচিয়া আদি তৈয়াৰ কৰা মিস্ত্রী ; বাঢ়ৈ । -photograph= প্রায় ৬ ইঞ্চি x ৪ ইঞ্চি দীঘল বহাৰ আৰ্জা বা চিত্র-পট। Cable (*19) n. a strong rope or chain used in ships জাহাজ বন্ধ। ফই, ডাঙ্গৰ লেঙ্গু জিঞ্জিৰি বা শিকলি ; a nautical measure ৬০০ ফুট দ পৰিমাণ ; a rope for submarine tele- graphs সাগৰত পানীৰ তলে নিয়া টেলিগ্রাফ তাৰ ; a cable message সাগৰেদি অহা টেলিগ্রাফ বাতৰি। -0.t. to send message বাতৰি দে । -gram n. a message sent by cable 7777fa অহা ঠাৰৰ বাতৰি। Caboose (6*) n. room on ship's deck in a Cache (কেশ) n. a hole in the ground for hiding treasures ধনবস্তু লুকাই থােৱা গাঁত। —v. t. to hide লুকাই থ। Cachination (কেকিনেশ্ব) n. loud laughter ডাঙ্গৰ হাঁহি, অট্টহাস্য ; ঢেকঢকনি। Cacholong (**) n. opaque variety of opal নীলচীয়া অস্বচ্ছ গোদস্ত-মণি। Cackle (কেক) the noise of a hen or goose ৰাজহাঁহ বা মাইকী কুকুৰাৰ মাত । ~o.i. to make a noise like a goose ******* মাত, কে কেঁকা। —ling n. কেঁফেলি। - n. a talkative person বৰ কথকী হ। Cacogastric (কেকগেস্ট্রিক) adj. dyspeptic পেটৰুগীয়া। Cacophony (কেকফনি) n. a harsh sound টেটেয় মাত। —nous adj. টেটে, কেঁক- কেকীয়া। Cactus (কে টচ,) n. a tropical plant with prickly leaves এবিধ কাইট গ; সাৰ:ফেনা, নাগ-ফণা ; শিঙ্কু জাতীয় গছ। Cad (695) n. a mean fellow the curta মানুহ, গেবাৰি মানুহ; a bus-conductor ব্যহত মানুহ যােৱা ভাৰাগাড়ী চলাওঁতা। Cadastral (কেডেষ্ট্রেল) adj. pertaining to survey on the scale of 16 inches to the mile জৰীপ, বিষয়ক, পিয়ল বিষয়ক। Cadaverous (Futsat) adj. pale like a dead body, having sickly appearance CTITI- সেৰেলুৱা, শেতশতীয়া, কুক্কচ, প্রেতাকা। Caddie ( cafe ) n. a boy who attends a golf- player and carries his clubs o cut মানুহৰ লগে লগে সজুলি লৈ ফুৰা লিটিকাই।