পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Buttery [ 90 ] Byzantine Buttery (ata) n. a storeroom for liquor etc. মদ আদি ৰখা ভৰালী কোঠা। Buttock (216) n. upper part of the thigh behind the rump টিকা, নিতম্ব। Button (ba) n. a knob of metal or bone used to fasten the dress বুতাম, গুণঠি ; a knob at the head of anything call, at ওলােৱা কাঠফুলাৰ মূৰ । —v. t. to fasten with buttons বুতাম মৰা বা গা। -hole n. a hole in a coat for button বুতাম বা গুনঠি লগােরা I don't care a button=7*091 তােছ নকৰে, মই অলপপা পৰয়া নকৰাে। A boy In buttons=a servant in livery (stratfat 18 চিনৰ সাৰ পিন্ধা চাকৰ বা লগুৱা। Buttress (710'6 ) n. a projecting support to a wall পকি বেৰৰ বাহিৰে আগবঢ়াই দিয়া ঠেকা; any prop ঠেকা, ঢােকা, ভেজা। Buxom (37967 ) adj. gay, jolly, lively FA, হই, ৰৱাল, ৰাংঢালী। May (বাই) v. t. to purchase কিন, ধন দিল ; to bribe (06; to exchange for some- thing মেলা, সলা। -er n. কিনােতা। -in শীত কোন বস্তু গিৰীহঁতৰ পক্ষে কিনি ল। Buy of or out=ধন দি খাটনিৰ পৰা মােকোলা। –ove ভেটী খুৱাই হাত কৰ। up to pur- chase wholesale থাকতে কিন। Buzz (r.) v. i. to make a humming noise like the bees ভেন্ ভােনা, গু-গুন্ শব্দ কৰ। —v. t. to whisper মনে মনে ক, ফুচফুচাই ক, —n. a humming sound ভাে- তােনি; whisper তলে তলে কোৱামেলা কৰ, বাতৰি, কণাকলি। Buzzard (atott) n. a bird of the falcon family শেন জাতীয় চৰাই, মোসাপ চৰাই; a blockhead গাধ, মুর্থ। By (7) prep. near to, at the side of #190, দাতিত; through the agency of দ্বাৰা, হতুৱাই, 01-31 --adv. in the direction of, near পিনে, ওচৰত, কাষেদি । He passed by me= তেওঁ মােৰ ওচৰেৰেই গল। Send it by a servant =এটা ঢাকৰৰ হাতত দি পঠোৱা। The plaintiff appeared by a pleader==ফৰিয়াদী উকীলৰ ধাৰাই হাজিৰ হৈছিল। The house is destroyed by fire=ঘৰটো জুইয়ে পুড়িলে। He went by boat =তেওঁ নাৱেৰে গৈছিল। It is only sold by maunds:= ইয়াক কেবল মােণ হিচাবেহে বেচে । -corner n. an out-of-the-way place- wlootu1 $151-election tafakatsa 1 -end n. private aim ftu*717 aftstui --gone adj. past অতীত, আগৰ। -lanera side lane সুকীয়া বাট । -product আনুষঙ্গিক উৎপন্ন বস্তু। -stander=a looker on দর্শক, ওচৰত থকা মানুহ। -name n. nickname 19981 নাম। —time leisure time আজৰীয়া সময়, আহৱি। —way n. ভিতৰুৱাল বাট। —word 1, a common saying, a proverb উপকথা, কথাৰ (591 By-law, Bye-law, (991-) n. an additional law উপৰুৱা বিধি, জোৰা দিয়া আইন। By-and-by=presently, soon 7970, 6812- কালে, ক্রমে ক্রমে। that way সেইপিনে। his own account=তাৰ নিজৰ কথা মতেই। Day by day=প্রতিদিনে, নিতো, দিনকদিনে। Year by year=বছৰি বছৰি। --this time=1970, এনে সময়ত, এতিয়মানে। himself সি নিজে নিজেই, আপােনা-আপুনি । By turn=467 এটাকৈ, এটাৰ পাচত এটাই। -accident হঠাৎ, aday F1 By the by or by the by, by the way=in passing ; incidentally tatt 79120 এইটোও কব লাগে, কথাৰ চলেৰে, কথাৰ প্রসঙ্গত। «rote মুখত আৱৰাই । Byzantine (বাইজেন্টাইন্} • adj. কষ্টটিনপােল সম্বন্ধীয়।