পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bush Telegraph [89] Butter n. one খপিয়াই ফুৰ । Good wine needs no bush= ভাল বস্তু চিনাবলৈ বেলেগ জাননী নেলাগে ; গুণীৰ গুণেই চিনাকি। Bush Telegraph চকুপচাৰতে ৰৌঢ়ি প্রকাশ কৰা ; তৎক্ষণাৎ বিয়পাই দিয়া (বাতৰি আদি)। ৰো-জাল, ৰে-জাল কৰা। Bushel (979) n. a dry measure of 8 gallons শুকান বস্তুৰ জোখ ( প্রায় ৯fo সেৰ)। Business (foca's) n. employment #49; trade, occupation ব্যৱসায়, বেহা-বেপাৰ; a Triatter কার্ষণ ; one's affairs সকাম, প্রয়ো- জন। -like alj. methodical কামত ঠিকঠাক, পকাপ কী, নিহ-লগ।। To mean business=to be in earnest অতি আগ্ৰহেৰে কোনাে কামৰ To mind one's own business= নিজৰ কামত লিপ্ত থাক, লাকৰ কামত খপ, জপ নক। To send about one's business = ততালিকে খেদাই দে। Business Tycoons = rulers of business কোনো ব্যৱসায়ৰ ৰজা বা ক্ষমতাবান লোকসকল। Busk (21%) v. t. or v. i. to dress one's self সাজ পিন্ধ, কাপােৰ পিন্ধি ওলা। --n. a corset কাপােৰফিন্দাই ৰাখিবৰ নিমিত্তে মেমবিলাকে ককালত পিন্ধা একৰকম কাঠৰ বা হাড়ৰ সজা। Buskin ( বাস্কি ) a tragic drama catego নাট; a half boot খৰা বুটজেতা। Buss (বাচ; } n. a rude kiss টকলিয়া চুমা। —v. t. টকচাই চুমা খা। ---. a kind of fishing vessel একৰকম জালোৱা জাহাজ। Bust (345) n. a statue representing the head and breast of a person বুকুলৈকে থকা আধুখিনীয় মূর্তি বা পট ; uper half of the body মুখৰপৰা ককাললৈকে এই ডােখৰ । Bustard (176) 1. a kind of large bird like the cranes এবিধ ডাঙ্গৰ চৰাই, বৰ টোকোলাৰ শ্ৰেণীৰ এবিধ চৰাই। Bustle (975) v. i. to busy one's self noisily ব্যস্ত হৈ চট্‌চটাই ফুৰ, ফটফটাই কামত ব্যস্ত হ। —n. hurry, tumult খচমচনি, চপচনি ; কোহল, হুমুৰা, উবাজুবা, উখল মাখল। Busy (বিজি) adj. employed with estness, active, diligent ব্যস্ত, কামীয়াল, 12 পৰিশ্ৰমী, আজৰি নথকা। --•. ৫. to make busy ব্যস্ত হ, মূৰ-পতি কামত লাগ, বনত মন দে। Busily adj. diligently ব্যস্ত হৈ, ধুমধামকৈ। It is a busy time= এতিয়া ধুমধাম কামৰ সময়। Busy- body=উপযাচি লগা Busy about nothing=মিছাই ব্যস্ত। But (916) conj. yet, still fm, betfar, co 0151 --adv. only 64001 --prep. exccpt, without, besides catata1 হলে, ব্যতীত, বাজে। I cannot but admire him তেওঁক নশলাশি নােৱাৰাে। But if = কিজানি ; জানােচা । Butcher (বুচ্চাৰ) who slaughters animals for food and sells it মঙ্গহ বেচেঁাতা, পশুবধ কৰা কচাই ; one who takes delight in slaughter যি হত্যা কৰিবলৈ ভাল পায়। --v. t. to slaughter animals for food 737 নিমিত্তে পশু বধ কৰ। –y n. a slaughter-house কচাইখানা, পশুবধ কৰা ঘৰ; massacre হত্যা। Butler (arbata ) n. a servant who takes care of liquor, plate etc. খাঞ্চামা, থাল, বাটি মদ ইত্যাদি ৰখা চাহাবলোকৰ চাকৰ। Butt ( বাটু) v. i. or v. t. to push with the head মুৰেৰে খুন্দিয়া, খুন্দা মাৰ ; ধূমমাৰ। Butt (916) n. a large cask #auta 9777 পিপা। Butt ( at ) n. a mound raised behind targets চামৰিৰ চাপ; one that is ridiculed নিন্দা পার, উপহাসৰ হল । Butt-end (216-490*) the thick and heavy end of anything catcat 37 তলৰ গধুৰ আৰু শকত ভাগ, যেনে বন্দুকৰ কুন্দা; trunk of tree just above ground গুৰি গছ। Butter (167) n. an oily substance obtained by churning milk মাখন, সৰ, গাখীৰ মথি উলিওৱা সাৰ বস্তু। —v.t. to apply butter মাখন লগা বা সান। milk=the milk that remains after separating butter মাখন ভােলা গাখীৰৰ মথা পানী। —knife মাখন লগােৱাত ব্যৱহাৰ কৰা ৰূপৰ ভােটা মুৰী। —fly ( agta-t) n. class of beautiful winged insect পখিলা। 71. cain-