পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৯৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

মায়ণ। মাৰীচ বাহু সে আমাৰ | কৰয় যত উছন। অনেক সন্তাৰ | আনি আৰু বাৰ • চাহে। যজ্ঞ কৰিব। ৰাসক মাৰি | যজ্ঞ ৰাধিক | ৰামক পিক মোক। শুনিয়া ৰাজাৰ মাথাত পৰিল | সত্ৰৰ যেন প্ৰহাৰ। উভয় শঙ্কটে পৰিয়া নৃপতি দেখ দুখে অজাৰ। ৰামক নিদিলে, শাপ দিয়া ঋষি | কৰিবেক বংশ চন। ঋষিৰ লগত | ৰামক পঠালে, হৈবেক মোৰ মৰণ। একভিতি বাবে খেদে আৰোভিতি নদী ঘোৰ বাৰিষাৰ। জাম্প দিলে মৰে, জাম্প নিদিলেও, | বাবে লয়ে প্ৰাণ তাৰ। সেহি পটন্তৰ পায়। আছে মোক, | কৰিলে। কোন উপায়। হেন মনজুখে থাকি ৰাঙ্গা পাচে | মাতি। ঋষিক চাই। বাৰ বৰিষৰ ছাৱা ৰাম মোৰ, শিশুমতি অতিশয়। কিমতে বণত | মাৰিবেক ৰামে | ৰাক্ষস বৰ দুৰ্জয়। ব্ৰহ্মাৰ বৰ, | ৰাষগণ, বাঢ়িল বল অপাৰ।