পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ৰীচ মুবাহ ৰখাৰ্থে ৰাম লক্ষ্মণৰু আনিবলৈ বিশ্বামিত্ৰৰ আগমন। ১৫ --- - সেহি সময়ত বিবামিত্ৰ গুলি তথাতে মিলিল আসি। দেখিয়া নৃপতি সময়ে সমিতি, | উঠিল আহি পৰে। প্ৰণাম কৰিয়া, | চৰণৰ খুলি, মাথাত লৈলা সাৰে। সুবৰ্ণ আসন আনিয়া নৃপতি, সমাজৰ মাজে দিল। সমস্তকে আশী ৰ্বাদ কৰি ঋষি, | আসনে আসি বসিলা। আপুনি চৰণ | ধুৱাই দশৰণে পাদোদক লৈল। মাথে। পৰম সাদৰে, | সমঘে ঋবিক পূঙ্গিলা পৃখিবীনাথে। যোহাতে ৰাজ। | মধুৰ বচুনে কুশল বাৰ্তা ছিল। ভযু দৰশনে, অমৃতৰ পানে, সন্তোষ যেন মিলিল। আপোনাৰ নিজ ভত্য বলি মোক ধৰিবাহ। মুনিৰাজ। আজ্ঞা কৰিয়োক, সম্প্ৰতি তোমাৰ মাধে। এই কি কাজ। ৰাজাৰ বচন শুনি বিশ্বামিত্ৰ ভৈলা আতি দমন। ৰাজাক বেলন্ত, শুনিয়ে নৃপতি, যেন মোৰ প্ৰয়োজন। বাৰৰে আদি যজ্ঞ আৰন্তিলে। অনেক কৰি যতন।