পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

সাহিত্য সাধাৰণ নক্ষণ। সুদী নুবুলি এশ বা জেৰ শত বুলি আচলখেটো দিয়া যায়, তেৰে হলে প্রবন্ধৰ ভাষা সুললিত নহৰ পাৰে, বা আন কোনো কাৰে বেয়া হল পাৰে। এই কথাটে মাহে গৰি নাচায়। বর্ণনাত যি পায় তাকে বিশাস কৰে। ৰামায়ণত কম যে হমন্তই হেনে নেমে নেমে একোটা পর্ব। বাক্ষি লৈ জপিয়াইছিল। এই কথাটো কেন ভাবৰ বহল মাথোন। ইয়াৰ দ্বাৰাই করিয়ে দেখাইছে যে হনুমন্ত বৰ বৰৱান আছিল, তেওঁ বৃহৎ বৃহৎ পতকো তৃ যেন দেখিছিল। আচলতে কে হনুমন্তই দহ হেজাৰ পৰ্কত পাত বান্ধি লৈ জাপ মাৰিছিল এনে কথা নহয়। ৰামায়ণ আৰু মহাভাৰতত এনেকুৱা শব্দ আৰু ভাৰৰ আধিক্য অনেক পােৱা যায়। আন আন পুথিতো আছে হয়, কিন্তু পৰিমানে ইমান নহয়। এই দুই পুথিত কথাবোৰ ইমাৰ বঢ়াই লেখিছে যে তাৰ পৰা আচল পাৰ কথাখিনি বাজি উলিওৱা বৰ টান হৈ পৰিছে। পৃখিবীত আন যিবিলাক জাতি আছে তেওঁলােক সাহিত্যতো এই. গোষ বা দোষমুক্ত জলঙ্কাৰ আছে; কিন্তু হিন্দু গ্রীক আৰু মুছলমান সাহিত্য বৰ বেচি পৰিমাণে দেখা যায়। আন জাতিৰ লিংকে যদি এক চাৰি কৰে, হিন্দু আৰু মুছলমানে তাক চাৰি হাজাৰ নকৰে মনে নেবে। এই দোষ অৱশ্য একেবাৰে গুচাব নোৱাৰি, কিয়নাে ই সাহিত্যৰ একি জলাৰ। কিন্তু বহুতকৈ এনেকুৱা অলঙ্কাৰ লগালে ভাষা অৱনী নহৈ কদাকাৰহে হয়। ভাষাক অলঙ্কাৰ পিন্ধাৰ খেলোতে কেতিয়াবা মিছ কথাও ফৰ লগা হয়, অর্থঃ বি স্তটো ৰা গুণটো নাই তাকে আছে বুলি কব লগাত পৰে। এই দোষটো প্রায় অগৰ মিলাওঁতে বা শুনিবলৈ সুললিত কৰোতেহে হয়। এটা আখৰৰ নিচিনা আন এট। শৰ লগতে লিখকে দুই চাইট। মিছা কথা লিখে। বিবেচনা কৰাঁ, এটা মানুহক তুমি উজ্জল বুলি যাই, কিন্তু উত্ৰাৱল শব্দ টোৰ দৰে আৰু দুই চাইটা শব্দ আছে; কেনে, উগ্র, উষ্ণ, বা উতনুৱা। পিছে শিখৰুে যেতিয়া উত্ৰাৱল শফটে। লিগে তেতিয়া ভাষা সুশ্রাব্য কৰিবৰ মনেৰে উগ্ৰ ৰা উতনুৱা কথাও লিখি পেলায়। লিকে জানিৰ পাৰে, যে উত্তাল মানুহজন উগ্র বা উতনুৱা নাছিল, তেওঁ দুয়ােটা শক একে লগে লিখিলে শুনিবলৈ ভাল হয় দেখি তেওঁ অৰ্থলৈ বৰ কাণ নকৰে। এনেকুৱা কথা সলো