পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

সাহিত্যৰ সাধাৰণ লক্ষণ। = = মানুহে লিখা পঢ়া আৰম্ভ কৰে, তেতিয়াৰ পৰা সাহিত্যৰ ফাললৈকো চকু দিৰ লাগে; সাই তাত মন দিলেহে পিছে উপকাৰ পােৱা যায়। যদি সৰুৰে পৰা সাহিত্যৰ লগত একো সময় নাৰাখা, তেন্তে ডাকা হলে তাৰ কেনেকৈ বুজিব।? একেই সাহিত্য এটা অটল বিষয়, তাতে যদি আৰৰে পৰা তাক হেলা কৰা যায়, তেনেহলে পিচে তাৰ সােৱ পােৰা বৰ টান। কিন্তু নিচেই সৰুতে সাহিত্য শিকিবলৈ ধৰাও উচিত নয়, কিয়নাে তেতিয়া বহুত কথাৰ অৰ্থক বুজি নাপায় আৰু অর্থ বুজি পালেও কথাৰ ভিতৰ সােমাই তাৰ সাৰ বিচাৰি উলিয়াব নােৱাৰে। যেতিয়া বুজি পূৰঠ হয়, জটিল কথাৰ আঁত বিচাৰি উলিয়াব পাৰে, আৰু নীৰ বিষয়ত লাগি থাকিবলৈ বেজাৰ নলগা হয়, তেতিয়াহে সাহিত্যৰ ফালে মন দিয়া যুগুত। সাহিত্য এবাৰ মন বহিলে আৰু শঙ্কা নাই। তাৰ সােৱাদ এবাৰ পালে পাহৰিৰ নোৱাৰি। সেই দেখিহে এমন কবিয়ে ঈশ্বৰ খাটিছিল, যে তেওঁক যেন এই পৃথিবীত আকৌ জনম দিয়ে, কাকে যেন তেওঁ সাহিত্য সুধা পান কৰিবলৈ সাহিত্যৰ সোৱাদ আনবিলাক মিঠা বস্তুৰ দৰে নহয়। আন আন ৰাৰ সােৱাদ জিৰে পাওঁ, কান বস্তুৰ ৰূপ চকুৰে দেখে। কিন্তু সাহিত্যৰ সােৱাদ মুখৰ জিভাৰে নাপায় ; তাক মনেৰে চাৰিব লাগে, তেছে তাৰ ৰূপ । সােৱাদৰ গম পােৱা যায়। সেই দেখি কি নােহােৱা মানুহেও সাহিত্যৰ কম বুজিব পাৰে। কনাইও তাৰ রূপ দেখি ভোল যায়। সাহিত্য সন্তোগৰ নিমিত্তে বহত ধন-ৰিতত খৰচ কৰিব নালাগে, ৰা দেশ এৰি বিদেশলৈকো যাব নালাগে। ৰতে বহি সেই পবিত্র মুখ ভােগ কৰিব পাৰি। আন মুখৰত কেতিয়াবা দুধ মিলে, কিন্তু সাহিত্যৰ পৰা যি আনল পােৱা যায়, ভাত বিষাদৰ অলপাে মিহলি নাই। সাহিত্য কেন সুখৰ ভৰাল। নন্দন কানন যেনেকৈ ৰোসকলে এত পান কৰি সকলাে দু পাহৰে, সেই পৰে আনী মানুহে সাহিত পঢ়ি ৰা সমা লােচনা কৰি সংসাৰৰ চিন্তা পাহৰে আৰু পৰৰ হৰিৰে কাল নিন। নী লােকৰ পৰুে সাহিত্য মিণি লােৱাঠাই। এনবিলাক মানুহ যেতিয়া কৰি ভাগৰ লাগে, তেতিয়া তেওঁলােকে গান-বাজনা ৰা আশ কোনো