পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

শানতি সভ্যতা। মানুহবিলাকৰ মনত যিমান স্বাধীন ভাৱৰ উদয় হবলৈ ধৰিলে, সিমান যোৰ ৰায়তবিলাকে দাসত্বৰ শিকলি হিজিবলৈ নানা উপায় উলিয়াবলৈ কৰাৰ কৰিলে। শেহত বেৰণবিলাকৰ অত্যাচাৰ অসৎ হোত দ্বিতীয় ৰিচাৰ্ডৰ সময়ত ইংলণ্ডত সাধাৰণ মানুহৰ বিদ্ৰোহীনল উপঞ্চিত হয়। ইংলণ্ডৰ বুৰঞ্জীত, এই শিদ্ৰোহৰ নাম কৃষক-বিদ্ৰোহ। কৃষক বিদ্ৰোহ ইংৰাজ সাজলৈ সাম্যতাৰ আৰু স্বাধীন আনিবৰ উদ্দেশত আৰু এটি প্ৰধান উদ্যম। এই উদ্যমৰ পাচত ইউপিত, শিক্ষা, সমাজ, ধৰ্ম, শাসনপ্ৰণালী এই সকলোৱে এক নতুন গঢ় লৈ এক নতুন যুগ আৰম্ভ কৰে। ইটপীয় বুৰঞ্জীত এই যুগৰ নাম (Renascence Period) ন্যু দয় কাল। এই যুগৰ এৰিভতে ইংলণ্ডত অকৰ্ড, কেজি প্ৰভৃতি ঠাইত ইউনিভৰচিটি বা বিশ্ববিদ্যালয়বোৰ স্থাপিত হয় আৰু থেলিক ধৰ্ম্মৰ পৰিবৰ্তে প্ৰটেষ্টেট, ধৰ্ম ইংলণ্ডত চলিবলৈ ধৰে। ইউনিটিটিবোৰৰ গাৰাই ফিউডেল নিয়মৰ গুণত লোপ পোৰা সমাজৰ সাম্যভাৱ আৰু স্বাধীনতা আকে উদ্ধাৰ কৰা হল। বিদ্যালয়বিলাকত। মানুই সৰু মানুহৰ মাজত ভেদাভেদ নথকাৰ বাৰে দেশত কোণীনত্বৰ হেচা অনেক পৰিমাণে লঘু হল। সিফালে কেলি ধৰ্ম্মৰ অৱনতিৰ লগে লগে অৰ্থলোভী ধৰ্মযাজকবোৰৰ প্ৰাধান্যও নোহোৱা হল। সাধাৰণ মানুহৰ আধ্যাত্মিক স্বাধীনতা হল। তেতিয়াৰপৰা আজিলৈকে ইংলীয় বুৰীয়ে আমাক কেবল ইংলণ্ডীয় সমান্থত সম্মিলন, সাম্যভাৱ আৰু স্বাধীনতাৰ উন্নতিৰ কথাহে দেখুৱাইছে। | ইংলণ্ডীয় সমাজৰ এই সমস্যা যে কালত নোহোৱা হৰ, চোজিয়েলিষ্ট নামে এল মানুহে এনে বিশ্বাস কৰে। তেওঁলোকে কয় যে, সম্প্ৰতি এফালে যেনেকৈ কিছুমান মানুহৰ খুৰ সৰহ ধন সম্পত্তি হৈছে কান ফালে তেনেকৈ কিছুমান মানুহ একেৰাৰে নিকি হৈছে। ইংলণ্ডত মানুহৰ সৰি এনেকুৱা অসাম হোৱাৰপৰা সমাজৰ অৱস্থা বেমা হব আৰু তাৰ ফলত জাতীয় সভ্যতাৰ অৱনতি হব, এনে কথা তেওঁবিলাকৰ মুখে শুনিবলৈ পোৱা যায়। আজিকালি মাগিদেশ সমাজত ওখ ধাপৰ সন্মিলন, সাম্যভাৰ গা স্বাধীনতা থকাৰ নিমিত্তে বিখ্যাত। হেৰি অঞ্জ, নামে এজন আমেৰিকান অৰ্থনীতিৰি চোছিয়েনিষ্টৰপৰ জানিব পৰা যায় যে, বৰ্তমান সময় আমে