সাহিত্য-সংগ্ৰন্থ। ' বঢ়াত সিহঁতে নানা উপায়েৰে নিজৰ প্ৰাধান্ত স্থাপন কৰিলে। ব্ৰাহ্মণপূ1 যাক দেবপূজা প্ৰায় এ:ক ংৈ পৰিগ, টান নিয়মবিলাকৰ নিমিত্তে নীট কুলী। মাছবোৰ নান। স্বত্বৰপৰা বঞ্চিত হল, সাধাৰণ মানুহৰ আধ্যাত্মিক স্বাধী নতা নোহোৱ। হল, তেতিয়। fহণু সভ্যতাবো শোচনীয় অৱস্থা হৈ পৰিল। ত। ৰতবৰ্ষৰ নিচিনাইংলওতে; এসময় ও সমাজ ত সন্মিগন, সাম্যভাৰ আক স্বাধীনতা লাহে লাহে কমি গৈছিল হয়, কিন্ব সৌভাগ্যক্ৰমে কিছুমান কাৰ্য্যৰ গষ্ঠিত ই‘মীয় সভ্যতাৰ অস্থ। বেয়া হবলৈ নেপালে, বৰং তাৰ উন্নতিৰ বাট মুকলি হল। মাসেয়ে কে!ৱা হৈছে, যে ইংলগু:তা পেণীয় সমাজ অনৈক্য গুচি নৰ্মাণ আক এগ্ৰোভাইন ফৈদৰ ৰজাবিলাকৰ ৰাজত্বৰ সমৰত মাস্তুহবোৰৰ মাজত সম্মিলন হবলৈ ধৰিলে। কিন্তু সম্মিলন হোৱাতে। সমাগত সাম্যভাৱ জাক স্বাধীনত। নথকাৰ বাবে ইংৰাজবিলাকৰ জাতীয় সD্যতাৰ উন্নতিয়ে বহৰ দিন প্ৰতিবন্ধক পাই আছিল। সমাজত সাম্যতাৰ পপাৰ প্ৰথম চেষ্টাত ৰজাৰ স্বেচ্ছাচাৰী ক্ষমতাক দমাবলৈ কাৰবাৰ কৰা হৈছিল। বেৰবিলাকে এই কাৰ্য্যত সাধাৰণ মন্ত্ৰহৰ নেতৃত্ব কৰিছিল। ৰজাক দমাবলৈ চেষ্ট। কৰোঁতে দেশত সমৰালি অলি উঠিল; বহত ৰক্ত পাতৰ ফলত মেগা কাৰ্ট। সাধাৰণ মানুহবিলাকে পালে। ইংলগুীয় সমাজত সাম্য ভাৱ. আক স্বাধীনতা স্থাপনৰ এয়ে প্ৰথম খোজ। সেই সময়ৰপৰাই ইংৰাজ প্ৰজাবিলাকৰ ৰজাৰ ওপৰত ক্ষম তা দিনে দিনে বাঢ়িবলৈ ধৰিলে। মেখ। কাটাৰ প্ৰায় ৪৫০ বছৰৰ পাচত স্বেচ্ছাচাৰীতাৰ বাবে প্ৰথম চাৰ্ল চৰ শিৰচ্ছেদ কৰি ইংলওীৰ প্ৰজাবিলাকে ৰজাৰ ওপৰত সিহতৰ প্ৰভুত্বৰ সম্পূৰ্ণ চিনাকি দিয়ে। কিন্ত আকল ৰজাৰ ক্ষমতা খৰ্ব কৰাৰপৰা একো ফল লাভ নহল। ৰজাৰ অপৰিসীম ক্ষমতাৰ পৰিবৰ্তে ফিটডেগ নিয়মৰ ওভ বেৰণবোৰৰ ক্ষমতা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিলে। ৰজাৰ বিপক্ষে আৰ ধৰোতে সাধাৰণ মানুহ আৰু বেৰণবিলাকে একে লগে গোট খাইছিল হয়, fকন্তু যেতিয়া ৰজ। প্ৰজাৰ হাতৰ তলতীয়া হল, চেভিয়া সাধাৰণ মাতুহবোৰে ৰেণবিলাকৰ অপৰিমিত ক্ষমতা খৰ্ব কৰিবলৈ কাৰবাৰ কৰিলে। ফি উডেণ নিয়মৰ দ্বাৰাই বেণবিলাকৰ মাটিত থকা বাাঙবোৰে বেৰণৰ দাসত্ব কৰিছিল। ক্ৰমে ইংৰাজাতিৰ