পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাহিত্যসংগ্রহ। দ্ৰৌপদীৰ বিলাপ । ঔপদ-নন্দিনী মনে গুণি, স্বামীসকলৰ বাক্য শুনি, ৰাজহংস গতি চলি যান্ত ধীৰে ধীৰে। যথাতে জাছত শেৱ-হৰি, নৃপতিসকলে মধ্য কৰি, তথাতে চলন্ত তিতি নয়নৰ নীৰে । নেতৰ বসন পৰিধান, মাথাত মালভী কৰে খাণ, প্রবাসৰ কষ্টে তনু ভৈলা অতি ক্ষীণ । বিলাই বিপত্তি মনে স্মৰে, শোকে নয়নৰ নীৰ জৰে, পূৰ্ণচন্দ্ৰ যেন কলঞ্চে ভৈলা মলিন ॥ - মাধৱৰ গৈয়। সমীপত ধ্রুপদ-নন্দিনী উপগত, মাথে বস্ত্ৰ দিয়া বচন বুলিল। শোকে । দেখ1 দেখ৷ মোক দামোদৰ, অনাথিনী নাই মোতপৰ, দেধিলা বিপত্তি কুসমাজৰ লোকে । চুলে ধৰি দুঃশাসন-বাধে, কৃতৰাষ্ট্ৰ শ্বশুৰৰ জাগে, হসাইলে মোক অনাথিনী পববাহু। পাঞ্চপতি মোৰ সেই থানে বিলাই বিপত্তি ভৈল মানে, আগতে আছিলা গান্ধীবিণী জেষ্ঠ শাশু । পাঞ্চপতি সমে পাশ। জিনি, দাসী কৰিলে ক দুৰ্য্যোধনি, লাজ কবিলে ক ভৗন্ম মৃগু ৰব অাগে। সি বেলাত মোৰ নাহি জান, তোমাৰ চৰণ কৰি ধ্যান, নাৰায়ণ নাম হুমৰিhো অনুবাগে ৷ তেবে সমস্তৰে দিলে বৰ, পাঞ্চপাওবৰ ধষ্ণু শৰ, উদ্ধাৰ কৰিলে। পাঞ্চপতি সমে মাগি । ১৮