পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৰাম কর্তৃক হৰধসুৰ্ভঙ্গ । ১২ চৰাচৰ লোক কম্পি কম্পি গৈল ঠাই। সমাজৰ লোকৰ চেতন জ্ঞান নাই । কৰ্ণত হানিলা অল হৃদয় শুকাইল । পাচে কতোক্ষণে কথমপি ধাতু খাইল । পাচে ৰামে গুণত ধৰিয়া বল দিল । টোকোৰ কৰিম। ধনু মাজতে ভাজিল । পুনৰপি প্ৰকম্পিত ভৈল বল । প্ৰলয় মিলিল হেন বোলে সৰ্ব্বজন । মিথিলাৰ লোক মানে ভৈল পূৰ্ব্বৱত । চেতন লভিয়া পাচে ৰাজাগণ যত । ৰামক নিৰৰি মহাভয় চিত্ত ভৈল । হেট মাথে চক্ষুমুদি মৰা যেন ৰৈল । ত্ৰাসত হৃদয় কম্পে বুদ্ধি নোহে থিৰ । মনে বোলে নতু দেধি শুনি হেন বীৰ । জানিৰ্নেীহে। এস্তে ৰাম মাছৰ নোহয় । দেৱতো উত্তম দেৱ হেন মনে লয় ৷ ৰামচন্দ্ৰে ধনুখান ভাঙ্গি অপ্ৰয়াসে । হাসি বসিলন্ত গৈয়। ৰিশ্বামিত্ৰ পাশে a ধৰিয়া ৰামক বিশ্বামিত্ৰ মুনিৰৰ । চুম্বন কৰিয়া প্ৰশংসিলা বহুতৰ । ধন্য ৰামচন্দ্ৰ তুমি বিক্ৰম তোমাৰ । ৰহিল নিৰ্ম্মল যশ জুৰিয়া সংসাৰ । ধন্ত ভাঙ্গিলন্ত ৰামচন্দ্ৰ মহাশয় । আননে নধৰে সীত। দেবীৰ হৃদয় । পৰম প্ৰেমত নীৰ বহে নয়নৰ । সুপ্ৰসন্ন বিধি বুলি উঠিলা সত্বৰ ॥ সুবৰ্ণৰ পুষ্পমালা হাতে তুলি লৈলা । বিষ্ণুক বৰিবে যেন লক্ষ্মী সাজ ভৈলা ॥