পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৰামায়ণ । ক্ৰোধে প্ৰকম্পিত বিশ্বামিয়া মুনিবৰ। দেখি অন্তৰীক্ষ ধাতু ভৈল মিৰ স্তৰ । পাত্ৰ মিত্ৰ সমে দশৰথ মহাৰায় । ভয় কাসে ভৈল যেন মৃতক পৰাস । অম কৰে বশিষ্ঠে দেখিয়া তমোময় । ৰাজাক বোল স্ত শুনিয়োক মহাশয় । প্রথমে ঋষিক তুমি বুলিলা বচন । “বুলিয়োক ঋবি কিবা সাধে। প্রয়োজন । কদাচিতে। ব্যর্থ নোহে বচন তোমাৰ । এতেকে ৰাম ক দিতে ভৈল অঙ্গীকাৰ । সিতে। জঙ্গী কাৰ আবে লাৰিব। কিমতে । তুমি সত্যৱন্ত হেন জানয় জগতে । নকৰিব। বা জ। সত্যধৰ্ম পৰিহাৰ । তুমি সত্য ললিলে বাগ স্তা নাহি অাৰ । সত্য সম ধৰ্ম্ম আৰ পুৰুষৰ নাই । জ।নি ঋষি সঙ্গে দিয়া ৰামক পঠাই । তাঙ্ক নপঠালে বিশ্বামিত্ৰ দিবে শাপ । গাধিৰ তনয় মহা প্ৰচণ্ড প্ৰতাপ । হেন জানি ৰামৰ নিমিত্তে এৰা শোক । পৃষিৰ বচন ৰাখি ৰামক দিওক । তাক পাইলে ঋষি সস্তষ্ট হৈবে চিত । নানা অস্ত্ৰে সম্ভে বিশ্বামিত্র রশিক্ষিত । মুনি সবে জ শিক্ষ1 দিবন্ত ৰামক । তাকে লৈয়া ৰামে জিনিবেক ৰাক্ষসক । বিশেষত ষি ৰামরূপে অৱতাৰ । ৰাক্ষস কুলক ৰামে কৰিব সংহাৰ । অণুমাত্ৰো চিন্তা নকৰিবা মহামানী । দশৰথ ৰাজা বশিষ্ঠৰ শুনি বাণী ।