পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬ সাহিত্য-সংগ্ৰহ । আমাৰ আসামতো অনেক মহাপুকদৰ উদ্ভৱ হৈছিল, কিন্তু সেইসকলৰ জীৱন-চৰিত প্ৰায়েই নাই। এনহ কন্দলি, পুৰুষোত্তম ঠাকুৰ আদিৰ জীৱন- চৰিত নথক। বৰ টুর্ভাগ্যৰ কথা। আমাৰ ভাষাত যিবিলাক চৰিত্ৰ আৰু বংশাৱলা মাtছ, সেইবিলাকতো বহুত ভাজ আৰু ৰংচং আছে। আমাৰ। বুৰঞ্জীবে। প্রায় সেয়ে গতি ; ইংৰাজ পাতিৰ যেনে সম্পূর্ণ জীবন-চৰিত আাক বুৰঞ্জী আছেতেনে বোধকৰে। কাৰো নাই । ইংৰাজৰ আহি লৈ আমিও জীৱন-চৰিত লিখিবলৈ আৰু পঢ়িবলৈ ধৰিব লাগে। । মানুহ মাত্ৰৰে অলপ বা অধিক দে।ষ থাকে,=-সম্পূর্ণ মানুহ কোনে। নাই। কোনো মানুহৰ ভালেমান সজগুণ থাকিলেই বা তেওঁ কিছুমান ভাল কাম কৰিলেই তেওঁৰ জীৱন-চৰিত লিখা হব পাৰে। বৰ ডাঙ্গৰ মানুহৰ অহিঁ অতি অলপ মানুহেহে লব পাৰে। সেই কাৰণে মজদীয়া মানুহৰো জীৱন-চৰিত থাকিৰ অাৰু পঢ়িব লাগে । বিদেশী মানুহৰ জীৱন-চৰিততকৈ অসমীয়া মানুহৰ জীৱন-চৰিত অসমীয়াৰ পক্ষে বৰ লাগতীয়াল ৷ অসমীয়াৰ আহি অসমীয়াই বেগেতে লব পাৰে। অসমৰ উন্নতিৰ নিমিত্তে কিছুমান অসমীয়া ডাঙ্গৰ মানুহৰ জীৱন-চৰিত প্রকাশ কৰা অাৱস্থ্যক হৈছে। সেই কাৰণেই জানন্দৰাম বৰুৱাৰ জীবন-চৰিত অসমীয়াৰ পক্ষে বিশেষ লাগতীয়াল । কৃতজ্ঞতা মানুহৰ ৰৰ সজগুণ। হিন্দু বৰ কৃতঞ্জ জাতি । পিতৃ মাতৃ মানুহৰ বৰ উপকাৰী। পিতৃ মাতৃ জীয়াই থাকোতে হিন্দুৱে তেওঁলোক ক সাক্ষাৎ দেৱতা যেন দেখে । আাক মৰিলেও দহা-কাজ কৰিয়েই ক্ষান্ত নহয় ; তেও লোকৰ উপকাৰৰ সোৱ ৰণিৰ বা নিজৰ কত জ্ঞতাৰ চিন স্বরূপে বছৰি বছৰি কৰম কৰে । পিতৃমাতৃৰ দৰে আমি কিছুমান দেশৰ হিতকাৰী মহাপুৰুষ, লৈকো কুতজ্ঞ হব লাগে । এই নিমিত্তেই আমি বছৰে বছৰে জন্মাষ্টমী, শঙ্কৰদেৱৰ তিথি আদি কৰোহঁক । ঘেনে ধৰ্ম বিষয়ত, সেই দৰে আন বিষয়তো আমাৰ বৰ হিতকাৰী মানুহ আছে । সেইসকলৰ প্ৰতিও আমি কোনো প্ৰকাৰে কৃতজ্ঞতা প্রকাশ কৰিব বা তেওঁলোকৰ সোৱৰণি ৰাখিব পাওঁহঁক । জীৱন-চৰিতেই জীৱনৰ সকালোতকৈ ঘাই সোৱৰণি আাক কৃত অত। প্ৰকাশৰ ঘাই উপায়। আনন্দৰামৰ প্ৰতিও অসমীয়া জাতি কৃতজ্ঞ হব লাগে। আক তেও'ৰ সোধৰণিৰ নিমিত্তে তেওঁৰ জীবন-চৰিত প্রকাশ ।