পৃষ্ঠা:Su swasthyar aadhar.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰােগৰ লক্ষণঃ খুন্দি মুৰত প্রলেপ দিলে ৰােগ উচ্চ ৰক্তচাপৰ লক্ষণ সাধাৰণতে আৰােগ্য হয়। কমেই দেখা যায় যদিও মুৰৰ বিষ, মূৰ ৪) সর্পগন্ধাৰ ৰস ৫০ গ্রামাকৈ দৈনিক পাতল লগা, মূৰ ঘূৰােৱা দেখাৰ সমস্যা ২বাৰকৈ খাব লাগে আদি লক্ষণসমূহ দেখা দিব পাৰে। ৫) দৈনিক ৮/৯ টা কেচাঁ আমলখী তাৰােপৰি- খােৱাৰ অভ্যাস কৰিব লাগে। ১)বুকুৰ বিষ আৰুৰীৰ দুর্বল লগা। ৬) নেফাফুৰ কুমলীয়া আগ ২/৩ টা ২) টোপনি কম হােৱা। ৩ ফুট নহৰুৰ সৈতে মিহলাই ৩) কাণেৰে কম শুনা। ৰাতিপুৱা শুদা পেটত খাৱ লাগে। ৪) গাজিন জিনােৱা ইয়াৰােপৰি, সর্পগন্ধা, ঘনৱতী, ৫) উত্তেজনা-উদ্বেগ অর্জুনাৰিষ্ট বায়ুচিন্তামনি বটি আদি ঔষধি ৬) স্মৰণ শক্তিহ্রাস পােৱা চিকিৎসকৰ পৰামৰ্শৰ্মৰ্মে গ্ৰহণ কৰিলে ৭) ঘনাইপ্ৰস্ৰাৱ হােৱাৰ ইত্যাদি সুফল পােৱা দেখা যায়। কেতবােৰ লক্ষণ দেখা দিব পাৰে। উচচৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে প্রয়ােজনীয় জীৱনশৈলী ঃ উচ্চ ৰক্তচাপৰউপদ্ৰৱঃ দীর্ঘদিন ধৰি বৰ্তি থকা উচ্চচাপৰ ক) মেদবহুল ব্যক্তিৰ বাবে শৰীৰৰ ওজন ফলত আমাৰ মস্তিস্কলৈ তেজৰ যােগান হ্রাস কৰাটো দৰকাৰী। ধৰা ধমনীবােৰ ফাটি যােৱাৰ ফলত খ) নিৰামিস আহাৰৰত গুৰুত্ব দিয়ক। সস্তস্কৃত ৰক্তক্ষৰণ হ'ব পাৰে । যাক গ) মদ্যপান আৰু ধুমপান পৰিত্যাগ কৰক। Stroke বুলি কোৱা হয়। পিছলৈ এনেবােৰ ৰােগী একাংগী ৰােগত ভুগিব ঘ) আহাৰত নিমখৰ মাত্রা কমাই দিয়ক পাৰে। ইয়াৰ লগতে অন্যান্য বৃক্ক তথা ঙ) মানসিক চিন্তাভাৱনা দূৰ কৰক। হৃদয় সম্বন্ধীয় দুৰাৰােগ্য ৰােগ হােৱাৰ প্রাণায়মতথা যােগাসনৰ ভূমিকা- আশংকা দেখা দিব পাৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে দৈনিক উচচ ৰক্তচাপ আঁতৰােৱাৰ কেতবােৰ ব্যায়াম আৰু যােগাসনৰ অভ্যাসে ধমনীৰ ঘৰুৱা বিধানঃ মাজেৰে ৰক্ত চলাচল প্রক্রিয়া সক্রিয় কৰি ১) দৈনিক কেচানহৰু ২ টাকৈ ভাতত তােলে লগতে ধমনীৰ ভিতৰৰ ছালত দি একেৰাহে এক-ডেৰমাহ খালে জমা হােৱা অত্যাধিক চর্বী ৰােধ কৰাত উচ্চ ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ সহায় কৰে। আহে। ক) দৈনিক প্রাণায়াম যেনে -অনুলােম - ২) কলা তুলসীৰ ৰসৰ লগত ৪ বিলােম, কপাল- ভাটী, ভষ্টিকা চামােচ কেচা হালধীৰ ৰস ইতাদিৰ অভ্যাস। মিহলাই দিনে দুবাৰকে খাব খ) যােগাসনৰ ভিতৰত সুখাসন, বজ্ৰাসন, লাগে। শশাসন, চতুস্পদাসন অতিকৈ ৩) ছালকুঁৱৰীৰ পাতৰ ৰস পানীত লাভকাৰী। লগত মিহলাই দিনে দুবাৰকৈ গ) নিয়মীত ১৫-৩০ মিনিট বাবে ধ্যানত খালে অথবা ছালকুঁৱৰীৰ পাত বহাৰ অভ্যাস গঢ়ি তােলক।