পৃষ্ঠা:Su swasthyar aadhar.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চ ৰক্তচাপ (Hypertension) উচ্চৰক্তচাপকি? দেহত স্থিত সিৰা-ধমনীসমূহৰ শৰীৰৰ কোষবােৰৰ গতি ত থা মাজেৰে সুচাৰু ৰূপে তেজ চলাচলত ৰক্তসঞ্চালন লগতে দেহৰ অন্তস্থিত বাধাৰ সৃষ্টি নােহােৱাকে দেহৰ সমূহ কোষ অংগসমূহৰ আকুঞ্চন প্ৰসাৰণ ইত্যাদি তথা অংগসমূহত তেজৰ গতি বনাই ৰখাৰ ক্রিয়া শৰীৰৰস্থ বায়ুৰদ্বাৰা নিয়ন্ত্রিত হয়। বাবে প্রয়ােজনীয় হৃদয়ৰ সংকোচন আৰু এই বায়ু পাঁচবিধ - প্রাণ, অপাণ, উদাণ, প্ৰসাৰণৰ ফলত সৃষ্টি হােৱা চাপকে সমান, ব্যান। ইয়াৰে ভিতৰত ব্যানবায়ুৰ সাধাৰণ ভাষাত ৰক্ত চাপ আখ্যা দিব স্থান হৃদয়ত বুলি উল্লেখ কৰা হৈছে। এই পাৰি। যিদৰে আমাৰ বায়ুমণ্ডলত ব্যানবায়ুৰ বিকৃতিৰ ফলত হৃদয়ত বাধাৰ বিস্তাৰিত বায়ুৰ এক নির্দিষ্ট চাপ থাকে সৃষ্টি হৈ হৃদয়ৰ স্বাভাৱিক আকুঞ্চন ঠিক সেইদৰে আমাৰ দেহত থকা প্ৰসাৰণ ইত্যাদি ক্রিয়াসমুহৰাে বিসংগতি অংগসমূহক তেজৰ যােগান ধৰাৰ বাবে দেখা দিব পাৰে। যাৰ ফলত হৃদয়ৰপৰা প্রয়ােজনীয় সিৰা ধমনীৰ ভিতৰত তেজৰ বাহিৰ হােৱা ধমনীসমূহৰ ভিতৰত এক নিদির্ট চাপ বনাই ৰখাটো অতিকৈ ৰক্তচাপ স্বাভাৱিক অৱস্থাত ৰখাটো দৰকাৰী। হৃদয়ৰ গতিৰ বিসংগতি তথা কঠিন হৈ পৰে। আয়ুর্বেদত উচ্চ ধমনীৰ মাজেৰে স্বাভাৱিক ভাৱে ৰক্ত ৰক্তচাপৰ বিভিন্ন নামেৰে জনা যায়। সঞ্চালন প্রক্রিয়াত যদি বাধাৰ সৃষ্টি হয়, উদাহৰণস্বৰূপে ৰক্তগত বাত, ৰক্তবৃত তাৰ ফলত ৰক্তৰ চাপ জোখতকৈ বৃদ্ধি বাত, উদান বৃত বাত, ব্যানাবৃত বাত পাব পাৰে। ইয়াকে উচ্চ ৰক্তচাপ বােলা ইত্যাদি। হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত উচ্চৰক্তচাপ হােৱাৰ সম্ভাৱনা কাৰ বেছি। শেহতীয়া তথ্য অনুসৰি এজন সুস্থ ব্যক্তিৰ ৰােগৰ আশংকা বঢ়াব পৰা জীৱণ স্বাভাৱিক ৰক্তচাপ ১২০-৮০ mm/hg শৈলী কাৰকৰ ভিতৰত মাত্রাধিক নিমখ, বুলি নিধাৰিত কৰা হৈছে। মেদবহুলতা, ধূমপান, শাৰীৰিক পৰিশ্ৰম উচচৰক্তচাপৰ আয়ুর্বেদিক দৃষ্টিকোণ মুঠেইনকৰা ব্যক্তি, মাত্রাধিক আমিষভােজী আয়ুর্বেদ শাস্ত্র অনুসৰি আমাৰ ব্যক্তি ইত্যাদিলৈ আঙুলিয়াব পাৰি। ৬৮