পৃষ্ঠা:Su swasthyar aadhar.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টিঅ’আৰথ্রাইটিছ (গাঠিৰ বিষ) মাংসপেশীসমূহক খুচিবলৈ ধৰে কাৰণে ৰােগীজনে অসহ্য বিষ অনুভৱ কৰে । এইৰােগৰ প্রধান লক্ষণসমূহ হলঃ- আঠুৰ বিষ।

  • আঠুটো লৰচৰ কৰােতে

অসুবিধা হব। উঠা বহা কৰােতে অসুবিধা হব অষ্টিঅ’আৰথ্রাইটিছ হ’ল আঠুৰ

  • আঠুটো লৰচৰ কৰােতে কৰক

কৰক শব্দ হয়। ভিতৰৰ অবয়বসমূহৰ ক্ষয়ৰােগ। শৰীৰৰ খােজৰ বিসংগতি হ'ব পাৰে। ওজন বৃদ্ধি, বার্ধক্য, শৰীৰৰ কেলচিয়াম, ভিটামিন, মিনৰেলৰ অভাৱ, অত্যাধিক

  • আঠুৰ আশে পাশে থকা

পৰিশ্ৰম, মহিলাৰ ৰজনিবৃতি , ৰােগ মাংসপেশীসমূহ শুকাব পাৰে। প্রতিৰােধ ক্ষমতাৰ অভাৱ তথা বংশগত আয়ুর্বেদিক দৃষ্টিভংগীঃ আদি বিভিন্ন কাৰণত আঠুৰ অবয়ুসমূহৰ হেজাৰ হেজাৰ বছৰ পুৰণি ক্ষয় হ'বলৈ ধৰে। পােনতে আঠুৰ অবয়ব আয়ুর্বেদ শাস্ত্ৰত আঠুৰ বিষৰ লক্ষণ চি সমূহৰ ক্ষয় আৰম্ভ হয়। ইয়াৰ লগে লগে কিৎসা সম্পর্কে বর্ণনা পােৱা যায়। আঠুক আঠুটোক বান্ধিৰখা কার্টিলেজ সমুহৰাে আয়ুবেদত জানুসন্ধি বুলি কোৱা হয়। ক্ষয় হ'বলৈ ধৰে। এটা সময়ত আঠুৰ শৰীৰৰ বায়ু দোষৰ বিসংগতিৰ ফলত ভিতৰত থকা তেল সদৃশ জলীয়াংশ হাড়বােৰ দুর্বল হয়, লগতে আশে পাশে (Synovial Fluid) 7 fallist fad.co থকা মাংসপেশী স্নায়ু কণ্ডৰাসমুহৰাে ধৰে আৰু হাড়ৰ লগত ওপৰৰ হাড়ৰ বিসংগতি হয়। ফলত জানু সন্ধি দুর্বল হৈ ঘহনি খাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত পৰে আৰুআঠুৰ বিষৰ আৰম্ভণি হয়। হাঁড়ৰ বাহ্যিক আৱৰণ যাক Periosteum উপচাৰঃ বুলি কোৱা হয় সেই আৱৰণখন বিদীর্ণ অষ্টিঅ’আৰথ্রাইটিছ ৰােগৰ হােৱাৰ ফলত কাইট সদৃশ Osteophyte আয়ুর্বেদিক চিকিৎসায়থেষ্ট আশাব্যঞ্জক ৰ সৃষ্টি হয়। এই Osteophyte সমূহে তথা ফলপ্রসু। বাতদোষ নিমূলকৰণৰ লিগামেন্ট, টে গুন ত থ কাষৰ লক্ষ্যণেৰে এই ৰােগৰ চিকিৎসা আৰম্ভ ৭০