পৃষ্ঠা:Su swasthyar aadhar.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰণৰ এলার্জি জনিত ৰােগ আদিত ই myopia আদিত তর্পন ব্যৱহাৰ কৰি অতি অতি ফলপ্রসু। ভাল ফল পােৱাযায়। ২। পৰিষেক -এই পদ্ধতিত বিভিন্ন ৫।পুটপাক -এইটো পদ্ধতি তর্পনৰ আয়ুর্বেদিক চূর্ণ ঔষধৰ জুলীয়া মিশ্রণ দৰে একে, কেৱল ইয়াত ঔষধি দ্রব্য বনাই তাক ভালদৰে চেকি লােৱা হয়। হিচাপে কেচা মাংসৰ ৰস ব্যৱহাৰ কৰা ইয়াৰ পিছত মিশ্রণ খিনি চকুৰ পৰা প্রায় চাৰি আঙুলি ওপৰৰ পৰা ধাৰা হিচাপে ৬। বিড়ালক -ইয়াত বিভিন্ন ঔষধ চকুত প্রয়ােগ কৰা হয়। দ্রব্য চকুৰ চাৰিওফালে লেপন হিচাপে ৩। অজন (collyrium) ব্যৱহাৰ কৰা হয়। পদ্ধতিত চকুৰ নােমৰ গুৰিত (lid margin) ৭। পিণ্ডী - এইটো পদ্ধতিত ঔষধি বিভিন্ন ঔষধি দ্রব্য প্রয়ােগ কৰা হয়। দ্রব্য পৰিস্কাৰ কাপােৰত পােত্তলী বা পিণ্ড ৪। তর্পন -তর্পন হৈছে এবিধ অতি হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষ ধৰণৰ পদ্ধতি। ইয়াত ঘীৰ লগত উপৰােক্ত ক্রিয়াকল্প পদ্ধতি সমূহ বিভিন্ন ধৰণৰ ঔষধি দ্রব্য মিশ্রণ কৰি ঘৰত নিজাকৈ প্ৰয়ােগ কৰিব অসুবিধা ৰােগীৰ চকুৰ চাৰিওফালে প্রায় এঘণ্টাৰ হয়। গুৱাহাটীৰ জালুকবাৰী স্থিত কাৰণে ৰখা হয়। ৰেটিনা জনিত বিভিন্ন চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় ও ৰােগ যেনে— diabetic retinopathy, চিকিৎসালয়ত এই চিকিৎসা পদ্ধতি সমূহ optic atrophy, glaucoma, high প্ৰদান কৰা হয়। @ চকুৰ বিভিন্ন ব্যায়াম ৬২