পৃষ্ঠা:Su swasthyar aadhar.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়ুর্বেদৰ বিভিন্ন বিভাগ সমূহৰ দৰে নেত্র ৰােগ আৰু ইয়াৰ বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতিৰ বিষয়ে অতি বিষদ আৰু বিজ্ঞানসন্মত ভাৱে বর্ণনা কৰা হৈছে। প্রায় পাঁচ হাজাৰ বছৰ আগতে আয়ুর্বেদৰ আচার্য সকলে বিভিন্ন ধৰণৰ চকু ৰ ৰােগৰ বিষয়ে উল্লেখ কৰি গৈছে যিবিলাক আজিও অতি প্রাসংগিক হৈ আছে। আচার্য সুশ্রুতে ৭৬ বিধ, চৰকে ৯৬ বিধ আৰু ভাগৱত্তই ৯৪ বিধ চকুৰ ৰােগৰ বিষয়ে বিতংকৈ বর্ণনা কৰি গৈছে। ইয়াৰ ভিতৰত আয়ুর্বেদত নেত্র ৰােগৰ চিকিৎসা অভিষ্য' cominensis), অধিম (glaucoma), Forestali (cataract), ova আয়ুর্বেদ হৈছে পৃথিৱীৰ ভিতৰতে (pterygium), fofaa (myopia, এটা অতি প্রাচীন চিকিৎসা পদ্ধতি যাৰ hypermetropia, presbyopia), ystal উৎপত্তি হৈছিল আমাৰ ভাৰতবৰ্ষত। (chalazion), সুব্রন সুত্র (corneal আয়ুর্বেদৰ আদি গ্রন্থ হৈছে বেদ যাৰ ulcer), নক্তান্ধ (night blindness) বাবে ইয়াক পঞ্চম বেদ বুলিও জনা যায়। ইত্যাদি প্রধান। মহর্ষি সূত্রুত আচাৰ্যক শল্যা (Surgery) চকুৰ বিভিন্ন ৰােগৰ চিকিৎসাৰ চিকিৎসা আৰু মহর্ষি চৰক আচার্য কাৰণে ক্রিয়াকল্প নামেৰে অতি বিজ্ঞান- কায়াচিকিৎসা (Medicine)ৰ আদিগুৰু সন্মত চিকিৎসা পদ্ধতি কিছুমান আছে যাৰ বা জনক বুলিও কোৱা হয়। আয়ুর্বেদক প্রয়ােগৰ দ্বাৰা চকুৰ বিভিন্ন দুৰাৰােগ্য প্রধানতঃ আঠটা ভাগত বিভক্ত কৰা ৰােগৰ পৰা আৰােগ্য লাভ কৰিব পৰা হৈছে, যাক অষ্টাংগ আয়ুর্বেদ বুলি কোৱা যায়।ক্রিয়াকল্পৰ অন্তৰ্গত বিভিন্ন চিকিৎসা হয়। ইয়াৰ ভিতৰত শালক তন্ত্র হৈছে প্ৰণালীসমূহ তলত উল্লেখ কৰা হ'ল— এটা প্রধান ভাগ। শালক তন্ত্রত প্রধানতঃ ১। আশ্চ্যোতন - ইয়াত বিভিন্ন নেত্র বা চকু, কান, নাক, ডিঙি আৰু ধৰণৰ আয়ুর্বেদিক ঔষধ দ্রব্য eye drop দাতৰ বিভিন্ন ৰােগৰ বিষয়ে বর্ণনা কৰা হিচাপে ব্যৱহাৰ কৰা হয়। জয়বাংলা বা চকু উঠা (conjunctivities) চকুৰ বিভিন্ন