পৃষ্ঠা:Su swasthyar aadhar.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিৰাপদ নহয় বুলি কোৱা হৈছে আৰু আয়ুর্বেদত খােৱা খাদ্যক মানুহ এজনৰ ই য়াকে বিৰুদ্ধ আহাৰ হিচাপে বয়স, মানুহজনৰ প্রকৃতি আৰু দিন- উদাহৰণসহ বর্ণনা কৰা হৈছে। কিন্তু ৰাতিৰ হিচাপত ভাগকৰি দিয়া হৈছে। বর্তমান আধুনিক যুগত খুব কমেইহে মানুহজনৰ জীৱন কাল বা বয়স-মানুহৰ আমি এই আহাৰৰ নিয়মসমূহ মানি চলাে। বয়স অনুপাতে খােৱা খাদ্যৰ ধৰণাে ভিন্ন নিয়মিত বিৰুদ্ধ আহাৰৰ সেৱনৰ ফলত ভিন্ন হয়। যেনে- শিশুকালত কফ দোষৰ আমাৰ শৰীৰৰ জঠৰাগ্নিৰ বিসংগতিয়ে বেছি প্রাধান্য থাকে কফ গুণযুক্ত আহাৰ দেখা দিয়ে ফলস্বৰূপে বিভিন্ন ধৰণৰ যেনে- শীতল, গৰিষ্ঠ, স্নিগ্ধ বা বেছি বেমাৰৰ উৎপত্তি হয়। চর্বীজাতীয় আহাৰ বেছিকৈ খােৱাতাে বিভিন্ন প্ৰকাৰৰ বিৰুদ্ধ আহাৰঃ অনুচিত। আনহাতে বৃদ্ধ কালত আয়ুর্বেদত মুঠতে ওঠৰ বাত দোষৰ প্রাধান্যতা বেছি। প্রকাৰৰ বিৰুদ্ধ আহাৰৰ থাকে। গতিকে বাত বিষয়ে উদাহৰণ সহিতে দোষ প্রধান আহাৰ বর্ণনাকৰা হৈছে। যেনে- তীক্ষ্ণ, উষ্ণ, ১। দেশ বিৰুদ্ধ ও ৰুক্ষ, শুকান আহাৰ মৰুভূমিত বসবাস বেছিকৈ সেৱন কৰা অনুচিত। কৰা লােকে শুকান। আৰু তীক্ষ্ম খাদ্য পদার্থ দিন ৰাতি ৰ সেৱন কৰা অনুচিত। হিচাপেঃ ৰাতিপুৱা সময়ত তেনেদৰে জলাহ বা পিতনিৰে আমাৰ শৰীৰত কফ দোষৰ আবৃত্ত ঠাইবিলাক যত পানীৰ পৰিমাণ প্রকোপ থাকে গতিকে এইখিনি সময়ত বেছি সেই ভূমিত বসবাস কৰা কফ প্রকোপক আহাৰ সেৱন কৰা লােকসকলে চর্বীজাতীয়, স্নিগ্ধ, ঠাণ্ডা অনুচিত। তেনেদৰে গধুলি সময়ত বাত পদাৰ্থৰ সেৱন কৰাটো দেশ বিৰুদ্ধ। দোষৰ প্রকোপ থাকে, গতিকে বাত ২। কাল বিৰুদ্ধ ও শীত কালত যদি শুকান। প্রকোপক আহাৰ সেৱন কৰা অনুচিত। আৰু ঠাণ্ডা খাদ্য বেছিকৈ সেৱন কৰা হয় আৰু আনহাতে গধুলি বা ৰাতি খােৱা খাদ্যৰ পৰিমাণ একেবাৰে কম হ'ব লাগে। ৰাতি গৰম কালত গৰম আৰু জলা খাদ্য তেন্তে দৈ আৰু বুটৰ গুড়িৰে বনােৱা সাক্কু সেৱন তাককাল বিৰুদ্ধবুলি কোৱা হয়।বৰবা ঋতু পৰিৱর্তনৰ লগে লগে সেই বতৰ বা ঋতুৰ কৰা অনুচিত কাৰণ ই কাল বিৰুদ্ধ। বিপৰীতধর্মী খাদ্য সেৱন কৰা উচিত। ৩। অগ্নি বিৰুদ্ধ : শৰীৰত মন্দাগ্নি বা যেনে- শীত কালত গৰম। পাচন শক্তি দুর্বল হৈ থকা অৱস্থাত গৰিষ্ঠ খাদ্য আৰু গৰম কালত আৰু বেছি চর্বজাতীয় খাদ্য, তীক্ষাগ্নি বা শীত ল খাদ্য সেৱন শৰীৰৰ পাচক শক্তি তীব্র হৈ থকা কৰিব লাগে। অৱস্থাত লঘু আহাৰ আৰু শৰীৰত সমাগ্নি