পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাই। চিকিৎসা বিজ্ঞানত এনেকুৱা কিছুমান আদি ভাৱ দেখুৱায়। চিঞৰা, অনর্গল কথা ৰােগী পােৱা যায় যিবােৰৰ শৰীৰৰ কোনাে কোৱা, টোপনি নহা, ভুল দেখা, স্বভাৱ বিকাৰ নাই অথচ বিভিন্ন লক্ষণ দেখা যায়। খিটখিটিয়া হােৱা আৰু হঠাৎ উন্মাদ হৈ উঠা যেনে- ৰােগীয়ে প্রচণ্ড পেটৰ বিষ অনুভৱ আদি এই ৰােগৰ প্ৰধান লক্ষণ। এই ৰােগত কৰে, কিন্তু পেটত কোনাে ৰােগ নাই, হাত বেলাড’না, ষ্ট্রেমনিয়াম, হায়ােচিয়েমাছ, ভৰি পেৰালাইচিচ হ’ব পাৰে অথচ স্নায়ু প্লেটিনা, লেকেচিচ, ভেট্রোম এলবাম আদি সম্পূর্ণ সুস্থ ইত্যাদি। সেয়ে প্ৰকৃতাৰ্থত অংগ ঔষধ ব্যৱহাৰ কৰি সুফল পােৱা যায়। সুস্থ অথচ ৰােগৰ লক্ষণ দেখা যােৱা এনে বিভিন্ন মানসিক অৱস্থাকে হিষ্টেৰিয়া বুলি ৭)অমূলক প্রত্যক্ষ (Hallucination) কোৱা হয়। এনে ধৰণৰ লক্ষণবােৰ ও স্নায়ুবিক দুর্বলতা, অতিপাত মানসিক সাধাৰণতে ৰােগীৰ অৱচেতন মনৰ সংঘাতৰ পৰিশ্ৰমত, মূৰত আঘাত পােৱা, ড্ৰাগছ পৰা উৎপন্ন হয়। গ্রীক হিষ্টেৰিয়া শব্দৰ অৰ্থ আসক্তি আদি কাৰণত এই বেমাৰ হয়। এই যিহেতু জৰায়ু; সেয়ে প্রথমতে কেৱলআবিয়ৈ ৰােগত কোনাে বস্তু বা উদ্দীপক অবিহনেও মহিলা, সন্তানহীনা বা প্রেমজনিত সংঘাতত প্রত্যক্ষ অনুভৱ হয়। যেনেকথা কোৱা ভােগা নাৰীৰহে এই ৰােগ হয় বুলি ভবা কোনাে লােক নাথাকিলেও কথা শুনা, চকুৰ হৈছিল। কিন্তু দৰাচলতে এইবােগ পুৰুষৰ আগত একো নাথাকিলেও যেন কি থকা হয়। সেয়ে বর্তমান চিকিৎসা বিজ্ঞানত ইয়াক (ভূত) দেখা বা গােন্ধ নহলেও গােন্ধ অনুভৱ হিষ্টেৰিয়াৰ সলনি কনর্ভাচন ডিঅর্ডাৰ বুলি হয়। কিছুমান মানুহে আকৌ আচৰিত ঘটনাৰ কোৱা হয়। এই ৰােগত সাধাৰণতে ব্যৱহাৰ ব্যাখ্যা দিব পাৰে ইত্যাদি। এনেকুৱা লক্ষণ হােৱা হােমিঅ'পেথিক ঔষধ সমুহ হ’ল দেখা দিলে ওপিয়াম, বেলাড’না, এগাৰিকাচ, এমন কার্ব, এচাফিটিডা, হায়ােচিয়েমাছ, প্লেটিনা, আৰ্চেনিকাম এলবাম চিমিচিফিউগা, হায়ােচিয়েমাছ, ইগ্নেচিয়া, আদি হােমিঅ'পেথিক ঔষধ সেৱন কৰি স্ট্রোম মিউৰ, প্লেটিনা আদি। সুফল পােৱা যায়। ইয়াৰ উপৰিও অন্যান্য মানসিক সমস্যা ৬) চিত্তবিভ্রম (Mania) সমূহতাে সেই সমূহৰ লক্ষণ সমষ্টিৰ ওপৰত এই ৰােগত ৰােগীৰ মনত নানা প্রকাৰৰ ভিত্তি কৰি উপযুক্ত হােমিঅ'পেথিক ঔষধৰে ধাৰণা যেনে- অতিৰঞ্জিত বিশ্বাস, আৰােগ্য কৰিব পৰা যায়। আত্মগৌৰৱ আদিৰ উদয় হয়। এই ধাৰণাৰ বশৱৰ্তী হৈ কেতিয়াবা ৰােগীয়ে কটা-মৰা কৰিবলৈ যায়, কেতিয়াবা হাঁহি, বকিবা ঠাট্টা- মস্কৰা কৰি থাকে। কেতিয়াবা আকৌ লাজ ভয় এৰি কাপােৰ কানি খুলি ইন্দ্রীয় প্রবৃত্তি চাৰিতাৰ্থ কৰিবলৈ উদ্যত হয়, কেতিয়াবা আকৌ যেন নানা প্রকাৰৰ বিভীষিকা দেখা ২৩১