সমললৈ যাওক

পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২) মানসিক দুচিন্তা (Anxiety State) বর্তমান আর্থ-সামাজিক পৰিৱেশত এই মানসিক ৰােগৰ প্রাদুর্ভাৱ বৃদ্ধি হােৱা দেখা গৈছে। চিন্তাগ্রস্থতা এই ৰােগৰ প্ৰধান লক্ষণ। মানুহজনে অনবৰতে কিবা এটা অঘটন ঘটিব বাহানি-বিঘিনিহ'ব বুলি আশংকাত দিন কটায় আৰু ভৱিষ্যতৰ বিষয়ে নানান দুচিন্তাত ভােগ। ফলত মানুহজন অনবৰত খিংখিঙিয়া আৰু অস্থিৰ হৈ থাকে, চিঞৰ বাখৰ বা হুলস্থূল আদি সহিব নােৱাৰে আৰু কোনাে বিষন্ন কৰি তোেলাৰ প্ৰধান কাৰণ। ৰােগীৰ কথাতে মনােনিবেশ কৰিব নােৱাৰা হয়। লক্ষণ সমষ্টিৰ ওপৰত ভিত্তি কৰি তলত হােমিঅ'পেথিক চিকিৎসাৰে এই ৰােগৰ উল্লেখ কৰা ঔষধ সমূহ এই ৰােগত ব্যৱহাৰ উপযুক্ত চিকিৎসা দিব পৰা যায়। এই ৰােগত কৰি উপকাৰ পােৱা যায়। যেনে— সাধাৰণতে ব্যৱহাৰ হােৱা কেইটামান ঔষধ আৰ্চেনিকাম এলবাম, অৰাম মেট, ইগ্নেচিয়া, হ’ল - একোনাইট, আর্জেন্টাম নাট্রিকাম, কেলকেৰিয়া কার্ব, চিমিচিফিউগা, কেলি আর্চেনকি এলবাম, কেলকেৰিয়া কার্ব, ফছ, পালচেটিলা আদি। ইগ্নেচিয়া, কেলি আর্চ, ষ্ট্রেমনিয়াম, কেলি ফছ আদি। ৪) উন্মত্ততা (Insanity) : অতিপাত পৰিশ্ৰম, হঠাৎ ভীষণ শােক বা দুখ পােৱা, বেছিকৈ মৈথুনাসক্ত হােৱা, বহুদিন ড্রাগছ খােৱা, পিতৃ-মাতৃৰ মগজুৰ বিকাৰ থকা আদি কাৰণত এই ৰােগ হয়। অট্টহাস্য, কান্দোন, বিকট চিঞৰ মৰা, নিজে নিজে চুলি চিঙা, মৰা কটা কৰিবলৈ যােরা, নিজে বিবিকৈ বকি থকা আদি এই ৰােগৰ লক্ষণ। এনেকুৱা ক্ষেত্ৰত হােমিঅ’পেথিক ঔষধ যেনে— বেলাড’না, ষ্ট্রেমনিয়াম, পালচেটিলা, হাইয়ােচিয়েমাছ, ভেট্রোম এলবাম, কিউপ্রাম ৩) বিষন্নতা বা অৱসাদ Depression) : মেট আদি সেৱন কৰি সুফল পােৱা যায়। ই এক সঘনাই দেখা দিয়া মানসিক ৰােগ। বিষন্ন মেজাজ, নিশাবাদী চিন্তা ৫) হিষ্টেৰিয়া (Hysteria) বা আৰু মন্থৰতা এই ৰােগৰ মূল লক্ষণ। আত্নীয় কনভার্চন ডিঅর্ডাৰ আমাৰ সমাজত স্বজনৰ বিয়ােগ, ধন-জনৰ হানি, পৰীক্ষাত হিষ্টেৰিয়া ৰােগৰ বিষয়ে সঘনাই শুনা যায় অকৃতকার্যতা আদিয়েই সাধাৰণতে মন যদিও এই ৰােগৰ বিষয়ে মানুহৰ সঠিক ধাৰণা ২৩০