পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জাতিক। WHO কে ধৰি সমগ্র বিশ্বই এতিয়া ৰােগ প্ৰতিৰােধৰ ওপৰত বিশেষধৰণে গুৰুত্ব প্রদান কৰাৰ সময়তে আয়ুর্বেদ শাস্ত্রই জনপ্রিয়তা লাভ কৰিছে। আয়ুর্বেদ সংহিতা সমূহত ৰােগ প্ৰতিৰােধৰ দিশত অনেক ব্যাখ্যা আছে। ঋতুচৰ্য্যা, দিনচৰ্য্যা, বেমাৰ অনুযায়ী পথ্য অপথ্য আদি অতি বিস্তৃত ৰূপত বর্ণনা আছে।গতিকে আয়ুর্বেদ শাস্ত্ৰৰ সংহিতাৰ জৰিয়তে এই জ্ঞানবােৰ আহৰণ কৰিব পাৰি ।

অসমত আয়ুর্বেদিক চিকিৎসাৰ শিক্ষা    আয়ুর্বেদ চিকিৎসা পৰম্পৰাগত পদ্ধতিৰে চলি আছিল। জালুকবাৰীত অৱস্থিত চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত ১৯৭৪ চনৰ পৰা আয়ুর্বেদাচাৰ্য্য (ডিগ্রী) পাঠ্যক্ৰম আৰম্ভ হয়। বর্তমানৰ ডিগ্রী (BAMS) পাঠ্যক্ৰমত পঞ্চাশখন আসন ১৯৯৫ চনৰ পৰা উত্তৰ পূৱ ভাৰতৰ আন ছয় খন ৰাজ্যৰ এজনকৈ শিক্ষার্থী ভর্তি কৰােৱাৰ ব্যৱস্থা প্রচলন কৰা হয়, যিহেতু আন ৰাজ্য সমূহত আয়ুর্বেদিক কলেজ স্থাপন হােৱা নাই। ডিগ্রী কোর্চৰ উপৰিও ২০০০ চনৰ পৰা চৰকাৰী আয়ুর্বেদিক কলেজত স্নাতকোত্তৰ (MD/MS) Course ৰ আৰম্ভ হয়। বর্তমান সৰ্বমুঠ ৬টা বিষয়ত ২৪ খন আসনৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বর্তমান আয়ুর্বেদিক কলেজত পি. এইচ. ডি (PhD) পাঠ্যক্ৰমৰ আৰু আয়ুর্বেদিক ফার্মাচী পাঠ্যক্ৰমৰাে ব্যৱস্থা আছে। Central Council of Indian Medicine ৰ নির্দেশনা মর্মে বর্তমান। আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয়ত আছে। ১৪টা বিভাগ আছে। যেনে- সংস্কৃত সংহিতা-সিদ্ধান্ত বিভাগ (Basic Principle), কয় চি কি ৎসা (Medicine), *(Surgery), অসমত আয়ুর্বেদিক চিকিৎসা শিক্ষা MOTI (Eye, ENT & Dentistry), ১৯৪৮ চনৰ ২০ ডিচেম্বৰত প্রসুতি আৰু স্ত্ৰীৰােগ (Gynacology & লােকপ্রিয় গােপীনাথ বৰদলৈ, ডাঃ Obstretics), পঞ্চকর্ম, কৌমাৰভৃত্য ভূৱনেশ্বৰ বৰুৱা, ডাঃ জগদীশ চন্দ্র (Paediatrics), স্বস্থবৃত্ত আৰু যােগ ভট্টাচাৰ্য্যৰ দৰে পুৰােধা ব্যক্তিৰ নেতৃত্বত (Preventive পূৱ ভাৰতৰ প্ৰথমখন আয়ুর্বেদ চিকিৎসা Medicine & কেন্দ্ৰ চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ Yoga), স্থাপন হৈছিল। তাৰ আগলৈকে অসমত ( ৰা গ

পাৰি।