পৃষ্ঠা:Su swasthyar aadhar.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
0714 fagfo farcela (Pathology), চিকিৎসালয়ৰ আটাইবােৰ বিভাগত

ৰসশাস্ত্র (Pharmaceutics), অগদতন্ত্র ব্যৱহাৰিক জ্ঞান অর্জন কৰে। (Toxicology), Toc (Pharma বর্তমান আয়ুর্বেদিক কলেজত cology), শৰীৰ ৰচনা (Anatomy) ১৫০ খন বিছনাযুক্ত চিকিৎসালয় সংলগ্ন 041677afepti (Physiology) হৈ আছে। ১৫০ খন বিছনা বিভিন্ন স্নাতক পৰ্য্যায়ৰ পাঠ্যক্ৰমৰ বিভাগত যেনে- কায়চিকিৎসা, শল্য, কাৰ্যকাল চাৰিটা ভাগত ভাগ কৰা হৈছে। শালক্য, পঞ্চকর্ম, প্রসুতি আৰু কৌমাৰ যেনে- প্রথম বর্ষত (1st BAMS) ভৃত্য (বালৰােগ) বিভাগৰ অধীনত ভাগ ১। শৰীৰ ৰচনা, ২। শৰীৰ ক্ৰিয়া আৰু কৰা হৈছে। ৩। সংস্কৃত, ৪। পদার্থ বিজ্ঞান, চিকিৎসালয়ত বিভাগ অনুযায়ী ৫। মৌলিক সিদ্ধান্ত আৰু অষ্টাঙ্গ হৃদয় অস্ত্রোপচাৰ কক্ষ, পৰীক্ষাগাৰ, আকস্মিক এটা পাচটা বিষয়ত পাঠদান কৰা হয়। চিকিৎসা সেৱা, ঔষধ বিতৰণ কেন্দ্ৰ আৰু ২য় বর্ষত (2nd BAMS) ৰােগীৰ বিছনাৰ সুব্যৱস্থা স্থাপন কৰা ১। দ্রব্যগুণ ২। ৰসশাস্ত্র ৩। ৰােগ নিদান হৈছে। আয়ুর্বেদৰ প্রধান চিকিৎসা পঞ্চকর্ম ৪। চৰক সংহিতা এই চাৰিটা বিষয়ত চিকিৎসাৰাে সুব্যৱস্থা আছে। ইয়াৰ পাঠদান কৰা হয়। উপৰিও শল্য বিভাগে অর্শ, ভগন্দৰ আদি ৩য় বর্ষত (3rd BAMS) ৰােগৰ চিকিৎসা প্রদান কৰি আহিছে। ১।প্রসুতি আৰু শ্ৰীৰােগ ২। কৌমাৰ ভৃত্য অসম তথা চুবুৰীয়া ৰাজ্যৰ শ-শ ৰােগীয়ে ৩। স্বস্থ্যবৃত্ত আৰু যােগ ৪। ৰােগ নিদান আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰ সুফল লাভ কৰি আহিছে এই আয়ুর্বেদিক কলেজৰ আৰু অন্তিম বর্ষত (Final BAMS) চিকিৎসালয়ৰ পৰা। ১। কায়চিকিৎসা ২। পঞ্চকর্ম ৩। শল্য ডিগ্রী পাঠ্যক্ৰমৰ উপৰিও আৰু ৪। শালক্য বিষয়ৰ ওপৰত পাঠদান। আয়ুর্বেদিক কলেজত ৬টা বিভাগত কৰা হয়। অন্তিম বৰ্ষত উত্তীর্ণ হােৱা ছাত্র- (সংহিতা বিভাগ, কায়চিকিৎসা, শল্য, ছাত্ৰী সকলক জলপানী সহ এবছৰৰ বাবে প্রসুতি ও স্ত্রীৰােগ, ৰােগ নিদান আৰু চিকিৎসালয়ত ব্যৱহাৰিক শিক্ষা দান কৰা শৰীৰ ৰচনা) তিনি বছৰীয়া পােষ্ট হয়। এই বছৰত তে ওলােকে গ্রেজুয়েট (PG) ডিগ্রী প্রদান কৰি আহিছে। বর্তমান আয়ুর্বেদিক কলেজ পি. এইচ. ডি ডিগ্ৰীৰাে শিক্ষা কেন্দ্র। আয়ুর্বেদিকৰ বাহিৰেও আন আন বিভাগৰ শিক্ষার্থীও ইয়াত পি. এইচ. ডি পাঠ্যক্ৰমত অংশগ্রহণ কৰিআছে। ইয়াৰ উপৰিও আয়ুর্বেদিক কলেজত স্থাপিত ঔষধ পৰীক্ষা কেন্দ্র (Drug Testing Laboratory) o