পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বােগত গাঁঠি বােৰ বিষােৱাৰ লগতে উখহে। যদি কেতবােৰ টেমুনাৰ অবির্ভাব হয় সময়মতে চিকিৎসা কৰিব নােৱাৰিলে গাঁঠিত আৰু সেমেকা বতৰত বিষ আদি বেছি থকা কার্টিলেজ সমুহৰ ক্ষতি হােৱাৰ লগতে হয় তেতিয়া এই ঔষধ দিয়া হয়। গাঁঠিৰ হাড়ৰ মাজত থকা ঠাই খিনিও ৪) আর্নিকা ঃ ৰােগ বেছি পুৰণা হলে চাপখােৱা বা ঠেক হৈ পৰে। ফলত ৰােগীৰ আর্নিকা প্রয়ােগ কৰা হয়। হাত ভড়ি সঞ্চালন কৰাত অসুবিধা পায়। চাপৰি বহিবলৈ টান হয়। ৫) কেলিকার্বঃ গাঁঠিসমূহলৰচৰ কৰােতে যথেষ্ট কষ্ট হয়। এই ৰােগ সাধাৰণতে ৩০ ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰত আৰম্ভ হয়। এই ৰােগ পৰিয়াল পালছেটিলা ঃ বিষ এঠাইতে স্থিৰ হৈ কেন্দ্রীক আৰু মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা নাথাকি বিভিন্ন ঠাইত বিভিন্ন সময়ত উৎপত্তি যায়। হয়। ৰােগীৰ পানী পিয়াহ অত্যন্ত কম। বিষ গৰমতকৈ ঠাণ্ডা প্রয়ােগত কমে। হােমিঅ'পেথিক চিকিৎসাঃ অষ্টিওপােৰচিছ (ostioporosis) ঃ হােমিঅ'পেথিক চিকিৎসাৰ দ্বাৰা এই এই ৰােগতহাড়সমূহদুর্বলআৰুঠুনুকা ৰােগৰ চিকিৎসা কৰি যথেষ্ট সুফল পােৱা হৈ পৰে। এই ৰােগ সাধাৰণতে মহিলাৰ দেখা যায়। এনে ৰােগীয়ে অৰ্হতাসম্পন্ন আৰু ক্ষেত্ৰত বিশেষকৈ ঋতুস্ৰাৱবন্ধ হােৱাৰপিছত) অভিজ্ঞ হােমিঅ'পেথিক চিকিৎসকৰ ওচৰত বেছিকৈ দেখা যায়। হাড় সমূহ ঠুনুকা হােৱা চিকিৎসকৰ পৰামর্শ মতে চিকিৎসা কৰা বাবে সহজে ভাঙিব পাৰে। উচিত। ব্যক্তিৰ স্বতন্ত্র বৈশিষ্ট কৰণৰ ওপৰত নিভৰ কৰি হােমিঅ’পেথিক ঔষধ প্রয়ােগ কৰা হয় যদিও সঘনাই ব্যৱহৃত কেতবােৰ ঔষধ হল- R_Osteoporotic ১) কেলকেৰিয়া ফ্লোৰঃ সাধাৰণতে কোনাে আঘাতৰ কাৰণে ৰিউমেটইড আথ্রটিচ হয় আৰুবিষ গৰম সেক দিলে ভাল হয়। ২) ব্রায়ােনিয়া ঃ যদি বিষৰ বাবে অংগ সঞ্চালনত অসুবিধা হয় বা বিষ বৃদ্ধি এই ৰােগত ৰােগ লক্ষণ সমুহ প্রকাশ পায়, পানীৰ পিয়াহ যথেষ্ট থাকে নাপায়। সাধাৰণতে ৩৫ বছৰবয়সৰ পৰাহাড়ৰ তেতিয়াব্রায়ােনিয়া প্রয়োেগকব্বি পাৰি। কোষৰ পুনৰ গঠন কমি আহে আৰু ৰােগী ৩ কেলকেৰিয়াকার্বঃউখােহা ঠাইখিনিত ক্রমে এই ৰােগত আক্ৰান্ত হৈ পৰে। তদুপৰি Normal vertebra 19 TE_Osteoporotic Aure compression fracture Healthy bone Osteoporosis