পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অত্যাধিক ধুম্রপান, মদ্যপান, আহাৰত কেলচিয়াম, মেগনেচিয়াম আৰু ভিটামিন । ডিৰ অভাৱ আদিও এই ৰােগৰ কাৰণ। দেহৰ অঙ্গ-প্রতঙ্গৰসঞ্চালনৰঅভাবঅর্থাৎ শাৰীৰিক ব্যায়ামৰ অভাবাে এই ৰােগৰ এটা কাৰণ। ২। চিমফাইটাম ঃ সাধাৰণ আঘাতৰ পৰাই হাড় ভাঙে। এই ঔষধে অষ্টিওপােৰচিৰ ওপৰিও হাড় ভঙাৰৰ চিকিৎসা কৰে। ৩। কেলকেৰিয়া কার্বঃ ৰােগী সাধাৰণতে শকত, শীত প্ৰৱণ, উৎকণ্ঠিত স্বভাৱৰ, কণী খােৱাৰ প্ৰতি অত্যন্ত আগ্রহ থাকে তেনে ৰােগীক এইঔষধ প্রয়ােগকৰাহয়। ৪। কেলকেৰিয়া ফচঃহাড়বােৰ অতি ঠুনুকা হােৱাৰ লগতে কেলচিয়াম বা ভিটামিন ডিৰঅভাব হয়। গাঁঠি বােৰৰ বিষ আৰু ঠৰঙা (stiffness) হয়। হােমিঅ'পেথিক চিকিৎসাঃ ১) চাইলিচিয়াঃসহজতে দুর্বল আৰু অত্যন্ত শীত প্ৰবন ব্যাক্তি যাৰ ঘামৰাতিহেবৃদ্ধি হয় তেনে ব্যক্তিৰ এই ৰােগত এইঔষধ প্রয়ােগ কৰা হয়। 224