পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰি। চাপ,কমশাৰীৰিকব্যায়াম, তৈলযুক্ত আহাৰ, পেছাবৰ পৰিমান বাঢ়ি যােৱা, অত্যন্ত জাংক আহাৰৰ ব্যৱহাৰ, টোপনিৰ অভাৱ ভােকলগা, পানীৰপিয়াহবঢ়া,মুখখন শুকাই আদিয়ে উচ্চৰক্ত চাপ বৃদ্ধিৰ কাৰণ বুলি কব যােৱা, দুর্বলতা আদি মধুমেহ ৰােগৰ লক্ষণ। হােমিঅ'পেথিক চিকিৎসাত শাৰীৰিক পৰিশ্ৰম কৰাৰ লগতে খাদ্যাভ্যাসৰ কাৰচিনােচিন, ব’ভিতা, লিব’ৰাচ, পৰিবৰ্তন কৰি জাংক আহাৰ বা তৈল যুক্ত লাইক’পডিয়াম, ফচফোৰাচ, প্লাম্বাম, আহাৰ আদিবাদ দিলে উচ্চ-ৰক্ত চাপ কমাব টেৰেন্টুলা, কার্বভেজ, কার্ব এনিমেলিচ, পৰা যায়। চিজিজিয়াম আদি প্রায় ২০০ ঔষধৰ কথা এই ক্ষেত্ৰত হােমিঅ'পেথিক ঔষধেও উল্লেখ আছে যদিও ইয়াক নিয়ন্ত্রণ কৰিবলৈ ৰক্ত চাপ নিয়ন্ত্রনাধীন কৰাত সহায় কৰে। ৰােগীৰ লক্ষণসমষ্টিৰ (Totality of আনকি চিকিৎসকৰ পৰামর্শমতে সঠিক ঔষধ sympt ms) ওপৰত নিৰ্ভৰ কৰাৰ ওপৰিও প্রয়ােগ কৰিলে সম্পূর্ণ আৰােগ্য হােৱাও শাৰীৰিক গঠন আৰু মানসিক অৱস্থাৰ ওপৰত দেখা যায়। নিৰ্ভৰ কৰি ঔষধ প্রয়োেগ কৰাটো প্রয়ােজন। হােমিঅ'পেথিক ঔষধঃ- সততে একাংশ পশু চিকিৎসকে চিজিজিয়াম ব্যৱহাৰ হােৱা ঔষধ সমূহ হ'ল- বেলাড়না, ঔষধটো কুকুৰৰ ওপৰৰ প্ৰয়ােগ কৰি সুফল গ্লোনইন, নেট্রাম মিউৰ, নাক্স ভমিকা, পােৱা বুলি দাবী কৰে। ওলফিয়া, বেইটা মিউৰ, কনিয়াম আদি। উচ্চৰক্তচাপৰ সৈতেহৃদযন্ত্রৰ বেমাৰ গাঁঠিৰবিৰ (RheumatoidArthritis)ঃ থাকিলে আৰু ৰােগীয়ে উশাহ লােৱাত আজি প্রত্যেক জনবয়সীয়াল লােকেই। অসুবিধা থাকিলে ক্রেটে গাছ আৰু বুকুত এটা বয়সৰ পিছত গাঁঠিৰ বিষত ভােগ দেখা কোনাে হেচা বা চাপ অনুভৱ কৰিলে কোচ যায়। গাঁঠিৰ বিষবাৰিউমেটইড আথ্রাটিচহ’ল গেণ্ডিফ্লোচ প্রয়ােগ কৰিব লাগে। শৰীৰৰ এবিধ অটইমিউন ৰােগ যত ব্যক্তি জনৰ ৰােগ প্ৰতিৰােধ ক্ষমতা কমি যায়। এই মধুমেহ ৰােগ (Diabetes Mellitus) ঃ পেংক্রীয়াছৰ পৰা নিসৰণ হােৱা ইনচুলিন নামৰ এক হ’ৰমনে তেজৰ শৰ্কৰাৰ পৰিমানটো নিয়ন্ত্রণ কৰে। পেংক্রীয়াছে ইনচুলিন সঠিকভাবে নিঃসৰণ বা উৎপন্ন কৰিব নােৱাৰিলে তেজত ইয়াৰ মাত্রা বাঢ়ি যায়। মধুমেহ সাধাৰণতে দুই ধৰণৰ হয়। মধুমেহ টাইপ -১ আৰু মধুমেহ টাইপ-২। টাইপ-১ ইনচুলিনৰ ওপৰত নিৰ্ভৰশীল নহয়।