পৃষ্ঠা:Su swasthyar aadhar.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিশুৰ বিভিন্ন ৰােগত হােমিঅ'পেথিক চিকিৎসা শিশুসকলৰ নিজৰ প্রতিবােধ ক্ষমতা বাগৰ সলােৱা, কথা পতা, আঠু কঢ়া, থিয় সাধাৰণতে কম থাকে বাবে শিশু কালটোত হােৱা, বিভিন্ন বিষয়ৰ প্রতি প্রতিক্রিয়া দেখুৱা, সাধাৰণতে বিভিন্ন ধৰণৰ সমস্যাই দেখা হঁহা, মূৰ লৰচৰ কৰা, খােজ কঢ়া ইত্যাদি। দিয়ে। ইয়াৰ উপৰিও পাৰিপাৰ্শ্বিকতা, ঘৰুৱা এনেবােৰ বিকাশ যদি সময়মতেনঘটে তেন্তে পৰিৱেশ, পৰিয়ালৰ আচৰণ, সামজিক ব্যৱস্থা, লক্ষণভিত্তিক হােমিঅ'পেথিক চিকিৎসা চাফ-চিকুণতা আদি বিভিন্ন কাৰকৰ ওপৰত পদ্ধতিৰে চিকিৎসা কৰি ইয়াৰ প্ৰতিকাৰ পােৱা ৰােগসমূহ বা উপসর্গসমূহ নিৰ্ভৰশীল। শিশু দেখা যায়। হােমিঅ'পেথিক চিকিৎসা সকলৰ বিভিন্ন ৰােগত হােমিঅ'পেথিক পদ্ধতিত এইসমূহ বিসংগতিৰ বাবে কিছু চিকিৎসাই সচৰাচৰ সুচাৰু ৰূপে কাম কৰা উল্লেখনীয় ঔষধ হল- কেলকেৰিয়া দেখা যায়। হােমিঅ'পেথিক ঔষধ মিহলােৱা কার্বোনিকাম, কেকেৰিয়া কৰিকাম, মিঠাবড়ি বা পাইডাৰৰ প্রতি শিশুৱে সহজে বেৰাইটাকার্বনিকাম,চাইলেচিয়া, মেড’ৰিনাম, আকর্ষিত হােৱাও দেখা যায়। ইয়াৰােপৰি খুজা অক্সিডেন্টেলি, থাইৰইডিনাম আদি। এই চিকিৎসা কৰিলে শিশুৰ ৰােগ আৰােগ্য কৰাৰ উপৰিও ৰােগ প্রতিবােধ ক্ষমতাও বৃদ্ধি এডিনইডৰ সমস্যাৰ প্ৰতিকাৰঃ কৰে। শিশুকালত সচৰাচৰ দেখা যােৱা এইধৰণৰ সমস্যাত শিশুই মুখেৰে কেইটামান সমস্যা আৰুইয়াৰ প্ৰতিকাৰ তলত উশাহ-নিশাহলয়,নাকৰদুইফালউখহয়, মুখ উল্লেখ কৰা হ'ল। মেলি শুৱে অত্যাধিক লেলাউতি ওলায়, সঘনাই চর্দিকাহ আৰু ডিঙিৰ প্রদাহ, বয়স শিশুৰ বৃদ্ধিগত সমস্যা ঃ অনুসৰি স্মৃতিশক্তিআৰুএকাগ্রতা লােপ পােৱা শিশুৰ সাধাৰণতে এক নির্দিষ্ট বয়সৰ আদিলক্ষণ দেখা যায়।লক্ষণৰ ওপৰত ভিত্তি লগে লগে কেতবােৰ নিৰ্দিষ্ট আচৰণ আৰু কৰি হােমিঅ'পেথিক ঔষধ নির্বাচন কৰা হয়। অংগ প্রত্যংগৰ বিকাশ ঘটিব লাগে যেনে ল'বলগীয়া সাৱধানতা যেনে-অতিপাত ঠাণ্ডা ২০৬