পৃষ্ঠা:Su swasthyar aadhar.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নলগােৱা, ধূলিবালিৰ পৰাআঁৰতৰখা,বতাহ জ্বৰঃ ই এটি লক্ষণ মাত্র। শিশুৰ জ্বৰ নলগােৱা, গৰমপানী নিমখৰ ভাপ লােৱা বিভিন্ন বেক্টেৰিয়া, ভাইৰাছ আদিৰ কাৰণেহ'ব আদিৰ লগত হােমিঅ’পেথিক ঔষধ খালে পাৰে। কিন্তু এই সমস্যাটো লৈয়ে সুফল পােৱা দেখা যায়। কিছুউল্লেখনীয়ঔষধৰ অভিভাৱকসকল প্রায়ে বিপাঙত পৰা দেখা নাম তলত উল্লেখ কৰা হ'ল - যায়। জ্বৰৰ লক্ষণআৰুকাৰকৰওপৰত নিৰ্ভৰ বেৰাইটা আয়ড, কনিয়াম মেক, থুজা, কৰি হােমিঅ'পেথিক চিকিৎসাৰে ইয়াক হিপাৰ চালফ চাইলিচিয়া, কেকেৰিয়াৰ, নিৰাময় কৰিব পাৰি। জ্বৰৰ ক্ষেত্ৰত লক্ষণ কেকেৰিয়া কার্ব ইত্যাদি। অনুযায়ী ব্যৱহত হােৱা উল্লেখনীয় হােমিঅ’পেথিক ঔষধ সমূহ হ'ল- শিশুৰ জ্ঞানার্জনত অসমর্থতা ঃ এক নাইট, আৰ্চেনিক এলবাম, কিছুমান শিশুৰ ক্ষেত্ৰত দেখা যায় যে বেলাডােনা, ব্রায়ােনিয়া, চিনা, চাইনা, সিহঁতে সিহঁতৰ বাল্যকালত যেনেধৰণে জেলচিমিয়াম, ইউপেট'ৰিয়াম ইত্যাদি। যিমানখিনি জ্ঞান আহৰণ কৰিব লাগে সেই আয়ত্ত গুণকম থাকে যদিও সেই শিশু সমূহৰ সৰু আই আৰু মাজু আহঃ দেখাত কোনাে শাৰীৰিক সমস্যা নাথাকে। শিশুকালত এইসমূহসমস্যা প্রায় দেখা এই সমস্যা সমুহ মূলত পঢ়াৰ অসমর্থতা, যায়। যিকোনাে ভাইৰাছ জনিত ৰােগৰ শিকাৰ অসমর্থতা, আক্ষৰিক জ্ঞানৰ অভাৱ, চিকিৎসাৰ ক্ষেত্ৰত হােমিঅ'পেথিক চিকিৎসাৰ গণিত আয়ত্ত কৰিব নােৱাৰা সমস্যা আদি। এক সুনাম আছে। সেয়েহে ভাইৰাছ জনিত এনে সমস্যাসমূহ কেতিয়াবা বংশগত সৰু আৰু মাজু আই লক্ষণৰ ওপৰত নিৰ্ভৰ কাৰণত, গৰ্ভাৱস্থাত মাতৃয়ে মাদকদ্রব্য গ্রহণ কৰি উপযুক্ত চিকিৎসা কৰি আৰােগ্য কৰাৰ কৰা, গভাৱস্থাত শিশুটিৰ ভাৰসাম্যহীন লগতে প্রতিষেধক প্রয়ােগ কৰি এই ৰােগ বিকাশ, নির্দিষ্ট ওজনতকৈ কম ওজনত জন্ম প্রতিকাৰ কৰিব পাৰি। শিশুসকল মাজত পােৱা শিশু, নির্দিষ্ট সময়ৰ আগতে প্ৰসৱ সঘনাই হােৱা এই ৰােগদুবিধ আৰােগ্যৰ বাবে ঘটা, মূৰত আঘাত পােৱা আদি শিশুৰ গাত লক্ষণৰ ওপৰত ভিত্তি কৰি ব্ৰায়নিয়া, বেল, দেখা দিয়ে। এইসমূহ সমস্যা শুদ্ধ শৈশৱ ৰাচ টক্স, পালচ,এন্টিমক্রুড, এন্টিম'টার্ট আদি প্রণালী আৰু পৰিয়ালৰ সহযােগৰ লগতে ঔষধ প্রয়ােগ কৰা হয়। হােমিঅ'পেথিক ঔষধ সেৱনৰ দ্বাৰা সুফল পােৱা দেখা যায়। কেতবােৰ উল্লেখনীয় হােমিঅ'পেথিক ঔষধ হ’ল - এনাকাৰডিয়াম, এগাৰিকাচ, থুজা, নাক্স ভমিকা, এমন কার্ব, ক্রোটেলাচহৰিদাস, লাইকোপােদিয়াম, লেকেচিচ ইত্যাদি। ২০৭ মাজু আই