পৃষ্ঠা:Su swasthyar aadhar.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বােলী নিবাৰণত হােমিঅপেথিক চিকিৎসা নৱ জাতকৰ বিভিন্ন সমস্যা আৰু ৰােগত সৌ সিদিনাহে(১৭৯৬ চনত) আবিস্কৃত হােমিঅ'পেথিক চিকিৎসা হােমিঅ'পেথিক চিকিৎসা পদ্ধতি প্ৰকৃতিৰ আৰােগ্য বিধি আৰু ৰােগীৰ অসাধৰণ প্রায়বিলাক শিশুই জন্ম লগ্ন পৰাই (uncomon, pecualier) ** বিভিন্ন সমস্যা বা ৰােগত ভােগা দেখা যায়। ওপৰত নিৰ্ভৰশীল বাবেই হয়তাে আজি প্রায় এইসমস্যা সমূহবংশানুক্রমিক, গৰ্ভাৱস্থাৰ পৰা সমগ্র পৃথিৱীতে এই চিকিৎসা পদ্ধতি সমাদৰ বা জন্মৰ পিছৰ পৰাও হােৱা দেখা যায়।ইয়াৰে লাভ কৰিবলৈ সক্ষম হৈছে। এই চিকিৎসা নৱ জাতকৰ সমস্যা সমূহ যেনে শ্বাস-প্রশ্বাসৰ পদ্ধতিৰ উত্তৰণৰ আন কাৰণ সমূহ হ'ল সমস্যা, নাভি শুকোৱা সমস্যা, মাকৰ গাখীৰ ১) এইচিকিৎসাপদ্ধতিৰদ্বাৰা যি কোনাে | খুওৱাত অসুবিধা, জন্মৰ সময়ত হােৱা আঘাত বয়সৰ লােকৰ কাহ পানী লগাৰ পৰা আৰম্ভ জনিত সমস্যা, চকুৰ অসুখ, নৱ জাতকৰ কৰি কৰ্কট ৰােগলৈ চিকিৎসা কৰিব পাৰি। জণ্ডিজ আদি সমস্যা সমূহ হােমিঅ’পেথিৰ ঔষধৰ দ্বাৰা লক্ষণ অনুযায়ী চিকিৎসা কৰিব ২) হােমিঅ'পেথিক ঔষধৰ পার্শ্বক্রিয়া পৰা যায় আৰু সুফল পােৱা যায়। সাধাৰণতে নাই বা অতি নগন্য বুলি কব পাৰি। ব্যৱহৃত ঔষধসমূহৰ একাংশ হ’ল- ৩) ঔষধ অতি কম পৰিমানে ব্যৱহাৰ ক) আঘাতজনিত - আর্নিকা, লিডাম পাল, কৰিব লাগে বাবে খৰছ অতি নগন্য হয়। নেট্রাম ছাল,হাইপাৰিকাম আদি। খ) শ্বাস-প্রশ্বাসজনিত- একোনাইট, এন্টিম ৪) ঔষধ সমূহ মিঠা গ্লোবিউলচ বা টার্ট, ব্রায়ােনিয়া, এন্টিম ক্রুড, ছাগলীৰ গাখীৰৰ পৰা বনােৱা পাউদাৰৰ আছেনিকাম এলবাম আদি। সহায়ত খাব দিয়া হয় বাবেশিশু সকলে সহজে গ) নাভি শুকোৱা সমস্যা -আর্নিকা, লিডাম আকৃষ্ট হয়। আনকি আন ৰােগী সকলেও এই পাল, হেপাৰ ছাল, কেলেণ্ডলা আদি। ঔষধৰ পেকেটবাবটল (সৰু হােৱা বাবে)স্কুল, মাকৰ গাখীৰ খুওৱা সমস্যা - এন্টিম কলেজবাকস্থলীলৈ সহজতেকঢ়িয়াব পাৰে। ক্রুড, কেম’মিলা, চিনা, কার্ব’ ভেজ ৫) এই ঔষধে ৰােগৰ ওপৰত প্রত্যক্ষ আদি। ভাবে ক্রিয়া নকৰি ৰােগীৰ ওপৰতহে ক্রিয়া জন্মৰ পিছত শিশুৰ চকুত দেখা দিয়া কৰি ৰােগীৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বঢ়াই দি সমস্যাৰ বাবে - আনিকা, আর্জেন্টাম নাইট্রিকাম, ইউফ্রেচিয়া আদি। ৰােগ নিৰাময় কৰে। সেয়েহে এই চিকিৎসাৰ। চ) পেটফুলা, পায়খানাৰ সমস্যা ও নাক্স দ্বাৰা ভাইৰাচসহ যি কোনাে বীজাণুৰ দ্বাৰা ভমিকা, এলাে চক, আর্জেনিক এলবাম, আক্রান্ত ৰােগকো নিয়ন্ত্রণ কৰিব পাৰি। কার্ব ভেজ আদি। ২০৫