পৃষ্ঠা:Su swasthyar aadhar.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হােমিঅ'পেথিক চিকিৎসাআনােগ্যৰ শৰীৰত অতি সূক্ষ্মমাত্ৰাত শক্তিকৃত কৰি ধাৰণা (Concept of cure in প্রয়ােগ কৰা হয় যাতে ৰােগীৰ প্রাকৃতিক Homoeopathy) : ৰােগতকৈ অলপ বেছি শক্তিশালী হয়। এই শক্তিশালী সদৃশ ঔষটোৱে ৰােগীৰ শৰীৰত হােমিঅ'পেথিক চিকিৎসাৰ দৰ্শনমতে ৰগৰ আৰােগ্যৰ ধাৰণাও কিছু সুকীয়া। এই কৰি ৰােগীৰ শৰীৰত আন এটা কৃত্রিম সদৃশ থকা জীৱনীশক্তিক উত্তেজিত (stimulate) দর্শনমতে এটি আদর্শ আৰােগ্য (Ideal cure) ৰােগৰ উৎপন্ন কৰে আৰুঔষধৰ দ্বাৰা তৈয়াৰী। মানে হল, ৰােগীজনৰ কোনাে ধৰণৰ কষ্ট কৃত্রিম ৰােগটোৱে প্ৰকৃত ৰােগক আঁতৰাই নােহােৱাকৈ কম সময়ৰ ভিতৰত শীঘ্ৰে আৰু ৰােগীত সুস্থ কৰি তােলে। এয়াই হ’ল ৰােগ স্থায়ীভাৱে স্বাস্থ্যৰ পুনৰ প্রতিষ্ঠা বা স্বাস্থ্যবান আৰােগ্যৰ প্ৰাকৃতিক বিধান (Therapeutic কৰা। স্বাস্থ্যৰ এই পুনৰ প্রতিষ্ঠা অতি সহজে law of nature)ৰ ওপৰত প্ৰতিস্থিত - য'ত বুজি পােৱা সৰল প্ৰক্ৰিয়াৰে হ'ব লাগিব। জনা যায় যে এটা দুর্বল গতিশীল শক্তিক ৰােগ যিহেতু জীৱনীশক্তিৰ বিশৃংখল পৰ্য্যায় আৰু এই বিশৃংখল জীৱনীশক্তিয়ে মানুহজনৰ নির্মূল কৰিব পাৰি (A weaker dynamic একেধৰণৰ আন এটা উচ্চশক্তিৰ দ্বাৰা সম্পূর্ণ সমগ্ৰ শৰীৰতে যিহেতু ক্ৰিয়া কৰি থাকে; afection is permantely extinguished সেয়েহে হােমিঅ'পেথিক চিকিৎসাৰ মতে in the living organism by a stronger ৰােগ আৰােগ্য কৰিবলৈ হ'লে সমগ্র one, if the latter (whilst different in মানুহজনৰেই চিকিৎসা কৰিব লাগিব। কেৱল kind) is very similar to the former in শৰীৰৰ কোনাে ৰােগাক্রান্ত অংশ বিশেষক its manifestations ) বিচ্ছিন্নভাৱে বেলেগে বা অকলে চিকিৎসা কৰিব নােৱাৰি। হােমিঅ’পেথিক চিকিৎসাত হােমিঅ'পেথিক চিকিৎসাৰ মূলনীতিসমূহ সেয়ে কোৱা হয়, ৰােগীকহে চিকিৎসা কৰিব (Cardinal Principles): লাগে, ৰােগৰ নহয় (Treat the patient as a whole not the disease)। সমগ্র হােমিঅ'পেথিক চিকিৎসাৰ মূল ৰােগীজনক চিকিৎসা কৰিবলৈ হ'লে সেয়ে নীতিয়েইহ’লসদৃশনীতিৰ আধাৰত সুক্ষ্মতম এই চিকিৎসাত ৰােগী এজনৰ শাৰীৰিক, ঔষধ প্রয়ােগৰে সম্পূর্ণ ৰােগীজনৰ চিকিৎসা মানসিক, আধ্যাত্মিক, আৱেগ-অনুভূতি, কৰি আৰােগ্য কৰা। এই চিকিৎসাৰ মূলনীতি, শাৰীৰিক গঠন, মানসিক স্বভাৱ, অতীত দর্শন আৰু আৰােগ্য কলাৰ বিষয়ে হেনিমেনে ইতিহাস, পৰিয়ালৰ ইতিহাস আদি সকলাে তেওঁৰ অন্যতম গ্রন্থ অর্গাননঅফ মেডিচিনত দিশ সামৰি যুগুতােৱা “বৈশিষ্ট্যপূর্ণ লক্ষণ লিপিবদ্ধ কৰি থৈ গৈছে যাক হােমিঅ'পেথিক সমষ্টিৰ লগত সদৃশ্য থকা এটা সদৃশ চিকিৎসাৰ গীতা’ আখ্যা দিব পাৰি। এই হােমিঅ'পেথিক ঔষধ ৰােগীৰ শৰীৰত চিকিৎসাৰ মূলনীতিসমূহ হ'ল-সদৃশ নীতি প্রয়ােগ কৰা হয়। এই সদৃশ ঔষধটো ৰােগীৰ (Law of Similia), সুক্ষ্মতম ঔষধ প্রয়ােগ ১৮৯