পৃষ্ঠা:Su swasthyar aadhar.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ontstaat er got (Indisposition): stou canst (Disease proper or সাধাৰণতে নিয়মিতভাৱে খােৱা-বােৱা Dynamic diseases): নকৰা, টোপনিত ব্যাঘাত জন্মা বা পৰিষ্কাৰ সকলােবােৰ অচিৰ ৰােগ (Acute পৰিচ্ছন্নতা বজাই নৰখা বা অতি পৰিশ্ৰম Disease), চিৰৰােগ (Chronic কৰিলে সাময়িকভাৱে আমি কিছু অসুস্থতা Diseases), মানসিক ৰােগৰ (Mental অনুভৱ কৰাে, কিন্তু এয়া প্রকৃত ৰােগ নহয়। disease), sakit (skin diseases), এই ধৰণৰ সাধাৰণ স্বাস্থ্যৰ পৰিবৰ্তনৰ বাবে পৰিৱেশজনিত ৰােগ (Occupational or কোনাে ধৰণৰ ঔষধৰ প্ৰয়ােজন নহয়। Iatrogenic diseases) আদিকপ্রকৃত ৰােগৰ নিয়মিত খাদ্য, পথ্য আৰু জিৰণি আদি গ্রহণ শ্ৰেণীত অন্তর্ভুক্ত কৰা হৈছে। পৰিৱেশ জনিত কৰি আৰু উক্ত কাৰকৰ পৰা আঁতৰি থাকিলেই আৰু কৃত্রিম ৰােগসমূহক যদিও চিৰৰােগ যেন পুনৰ সুস্বাস্থ্য ঘূৰি আহে। অৱশ্য কেতিয়াবা লাগে কিন্তু আচলতে ইয়াৰ মুখ্য কাৰণ এনে অসুস্থতা দীঘলীয়া হলে চিকিৎসাৰ মায়াজ’নহয়। এইবােৰ ৰােগ সম্পূর্ণ আৰােগ্য প্রয়ােজন হ'ব পাৰে। কৰিব নােৱাৰিলেও হােমিঅ'পেথিক চিকিত্সা কৰি মানুহক উপকৃত কৰিব পাৰি। প্রকৃত ৰােগসমূহক হােমিঅ’পেথিকঔষধ সেৱনৰ ourist (Surgical diseases): দ্বাৰা আৰােগ্য কৰিব পৰা যায়। যি সমুহ ৰােগ কোনাে আভ্যন্তৰীণ কাৰণবাবাহিক আঘাত বা দুর্ঘটনা আদি হােৱা বাবে সৃষ্টি হয় আৰু ঔষধৰ উপৰিও অস্ত্রোপচাৰবা শল্যচিকিৎসাৰ সহায় ল'বলগা হয়, সেইবােৰ ৰােগক শল্যৰােগৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা হৈছে। হােমিঅ’পেথিক চিকিৎসাত আভ্যান্তৰীণ কাৰণৰ বাবে হােৱা বহুতাে শল্যৰােগ যেনে কাঠআচিনা (warts), frietary pagkat (corn), RISA ধৰণৰটিউমাৰ, অর্শ বা কেঁচুমুৰীয়া,ফাইড, পাথৰী ৰােগ (stones), গেংলিয়ন, কোল্ড এবচে আদি কেৱল ঔষধ প্রয়ােগ কৰিয়েই। আৰােগ্য কৰাৰ পৰিসৰ আছে। তদুপৰি বাহ্যিক কাৰণত যেনে-আঘাত, জুয়ে পােৰা আদিৰৰ হােমিঅ'পেথিৰ চিকিৎসাৰ পৰিসৰ আছে। ১৮৮