সমললৈ যাওক

পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ) শিথিলকৰণ ব্যায়ম ককালৰ জোৰাৰ সম্মুখৰ ফালে, পিছফালে, চাইদলৈ ককালৰ ঘৰুৱাব্যায়াম -২ বাৰ। ঘ) যােগ আসন - তাড়াসন, উর্ধহস্তোতাসন, কাটিচক্রাসন, অর্ধ চক্রাসন, কোনাসন, বক্ৰাসন, মৰ্যাসন, মদ্কাসন, উস্থাসন, ভূ জংগাসন, চলভাসন, মকৰাসন, সেতুবন্ধ্যাসন, সৰল মত্যাসন, শৱাসন - ২ অন্তধ্যান-৫মিনিট, জ) ধ্যান - স্বাশ-প্রস্রাসৰ অৱচেতনা - ২ মিনিট, অসুবিধাবিলাকক কেন্দ্ৰ কৰি কৰা ধ্যান। ঝ) যােগ আহাৰ - খাৰীয় খাদ্য, কম তেল, কম নিমখ আৰু কম মছলা ইত্যাদি। এ) তলত দিয়া আহি সমূহ মানি চলা উচিত - প্রতিদিনে ৰাতি পুৱা ২ ৰ পৰা ৩ কিলােমিটাৰ তীব্র বেগে খােজ কঢ়া, ৰাতি আহাৰ খােৱা পিছত ১ৰ পৰা ২ কিঃমিঃ খােজ কাঢ়িব লাগে। ইয়াৰ নিয়ম পালন কৰি ভালকৈ শুব লাগে।পৰাপক্ষত উপবাস ৰাখিব নালাগে, মানসিক উত্তেজনা, বা তীব্র গােন্ধ, ধপাতৰ গােন্ধ তীব্র পােহৰৰ পৰা আতৰি থাকিব লাগে। 917481015fa2 (Lumber Spodylosis) চিকিৎসা - ক) ষটক্রিয়া-জলনেতি, সুত্রনেতি-১ বাৰ। খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’- ২বাৰ ঙ) প্রাণায়ম-নাৰীসুধন, সূর্যভেদন, ভ্ৰামৰী-২ বাৰ। চ) বিশেষযােগ অভ্যাস - যােগ নিদ্ৰা আৰু অন্তধ্যান, উদ্দেইবদ্ধ-৫ মিনিট। ছ) ধ্যান - স্বাশ-প্রস্রাসৰ অৱচেতনা - ২ মিনিট, অসুবিধা বিলাকক কেন্দ্ৰ কৰি কৰা ধ্যান। জ) যােগ আহাৰ -শাত্তিক খাদ্য যেনে-ফলমূল, শাক-পাচলি, ফল আৰু শাক পাচলিৰ ৰস, কেলছিয়াম তথা ভিটামিন-ডি জাতিয় আহাৰ খাব লাগে। ঝ) তলত দিয়া আৰ্হি সমূহ মানি চলা উচিত - ককালত জোৰ নপৰাকৈ ওজন থকা বস্তু উঠাব লাগে, আহাৰৰ নিয়ন্ত্রন ৰাখি নিজৰ ওজন নবঢ়োৱাকৈ ধ্যান ৰাখিব লাগে, কোমল বিছনাত শুৱ নালাগে যেনে- ফম জাতিয়, অসমান জাতিয়, স্ত্রীং লগােৱা বিছনাত শুৱনালাগে। ৮। পেৰালাইছিছ (Paralysis) চিকিৎসাঃ ক) ষট ক্রিয়া-জলনেতি, সুত্রনেতি -১ বাৰ। খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’-২বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা, ভৰিৰ সৰু গাঁঠিৰ শিথিলকৰণ, আঠুৰ জোৰাৰ শিথিলকৰণ, ককালৰ জোৰাৰ শিথিলকৰণ, পাদ সঞ্চালন, বাহুৰ জোৰাৰ ঘূৰণ -১০ মিনিট। tumbar Spondylosis