পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫|অষ্টমা (Asthma) চিকিৎসাঃ ক) ষট ক্রিয়া কুঞ্জল, বস্তুধােতি-১ বাৰ, কপালভাটি - ২০-৩০ বাৰ, জলনেতি-১ বাৰ, সুত্রনেতি- ১ বাৰ। খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ -‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’-২ বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা, ভৰিৰ সৰ গাঁঠি ৰ শিথলীকৰণ, আঠুৰ জোৰাৰ শিথলীকৰণ, ককালৰ জোৰাৰ শিথলীকৰণ, পাদ সঞ্চালন, বাহুৰ জোৰাৰ ঘূৰণ-১০ মিনিট। ঘ) সূৰ্য্যনমস্কাৰ-১০ ৰ পৰা ১৫ বাৰ। ঙ) যােগ আসন - তাড়াসন, কাটিচক্রাসন, উর্ধহস্তোতাসন, গৌমুখাসন, বাসন, উস্থাৰাসন, ভূজাংগাসন, চর্বাংগাসন, সৰল মৎস্যাসন, শবাসন-২বাৰ। চ) প্রাণায়ম - নাৰীসােধন, পূর্ণযােগীক শ্বাস- প্রশ্বাসন, ভষ্ট্রিকা, ভ্ৰামৰী-২ বাৰ। ছ) বিশেষযােগ অভ্যাস। যােগ নিদ্ৰা আৰু অন্তধ্যান,উদ্দেইবদ্ধ-৫ মিনিট,সূৰ্য্যমুদ্রা। জ) ধ্যান -স্বাশ-প্রস্রাসৰ অৱচেতনা-২মিনিট। ঝ) যােগ আহাৰ - শাত্রিক খাদ্য যেনে- সজিৱ ফলমূল, শাক-পাচলি, ফল আৰু শাক পাচলিৰ ৰসইত্যাদি। এ) তলত দিয়া আৰ্হি সমূহ মানি চলা উচিত। প্রতি দিনে ৰাতি পুৱা ২ ৰ পৰা ৩ কিলােমিটাৰ তীব্র বেগে খােজ কঢ়া, ৰাতি আহাৰ খােৱা পিছত ১ৰ পৰা ২ কিঃমিঃ খােজ কাঢ়িব লাগে। ৰাতি শুৱাৰ আগতে এগিলাচ কুহুমীয়া পানীত মৌমিহলাই খাব লাগে। এলার্জী হােৱা খাদ্য সমূহ যেনে- বেঙেনা, ভেন্দী, কণী, কল, গাখীৰ তথা গাখীৰৰ দ্বাৰা তৈয়াৰ কৰা বস্তু সেৱণ কৰিব নালাগে তথাবজলুৱা খাদ্য খাবনালাগে। ৬। মাইগ্রেন (Migraine) চিকিৎসাঃ ক) ষট ক্রিয়া-কুঞ্জল, জলনেতি, সুত্রনেতি -১ বাৰ। খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’-২বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা - ৫ মিনিট, ভৰিৰ সৰু গাঁঠিৰ শিথিলকৰণ, আঠুৰ জোৰাৰ শিথিলকৰণ, ককালৰ জোৰাৰ শিথিলকৰণ, সঞ্চালন,বাহুৰ জোৰাৰ ঘূৰণ-১০ মিনিট। ঘ) যােগ আসন। তাড়াসন, কাটিচক্রাসন, উর্ধহস্তোতাসন, অর্ধ চক্রাসন, বাসন, বজ্ৰাসন, মৰ্য্যাৰিয়াসন, উ স্থাৰাসন, ভূজংগাসন, মক্রাসন, পৱন মুক্তাসন, মত্যাংসন - ২ বাৰ। ঙ) প্রাণায়ম - নাৰীসােধন, চন্দ্ৰনাৰী, শিতলী, উজ্জায়ী, ভ্ৰামৰী-২ বাৰ। চ)বন্ধ্র - জলন্ধৰ বন্ধ্র। ছ) বিশেষযােগ অভ্যাস - যােগ নিদ্ৰা আৰু