পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘ) যােগ আসন - তাড়াসন, উর্ধহস্তোতাসন, কাটিচক্রাসন, বজ্রাসন, বাসন, গমুখাসন, ভূজংগাসন, উস্তাৰাসন, উত্তান পাড়াসন, পৱন মুক্তাসন,শৱাসন - ২বাৰ। ও) প্রাণায়ম নাৰীসুধন, শিতলী, উজ্জায়ী, ভ্ৰামৰী |- ২বাৰ। চ) বন্ধ - জলন্ধৰ বন্ধ। ছ) বিশেষ যােগ অভ্যাস - যােগ নিদ্ৰা আৰু অন্তধ্যান, উদ্দেইবন্ধ- ৫ মিনিট, পঞ্চকৌছা ত থা সাত চক্র শক্তিৰ ভাৰসাম্য, পেৰালাইছিছ হােৱা মানুহে নিজৰ অংগ- প্রত্যঙ্গ বিলাক সাধাৰণভাৱে লৰচৰ কৰিব নােৱাৰে। সেয়েহে সহায়ক যােগ অভ্যাসে ইয়াক সক্রিয় কৰি লৰচৰ কৰাত সহায় খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’- ২বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা - ৫ মিনিট, ভৰিৰ সৰু গাঁঠিৰ শিথিলকৰণ, আঠুৰ জোৰাৰ শিথিলকৰণ, ককালৰ জোৰাৰ শিথিলকৰণ, পাদ সঞ্চালন,বাহুৰ জোৰাৰ ঘূৰণ-১০ মিনিট। ঘ) সূৰ্য নমস্কাৰ -১০ ৰ পৰা ১৫বাৰ (শাৰীৰিক ক্ষমতা অনুসৰি)। ঙ) যােগ আসন। তাড়াসন, উর্ধহস্তোতাসন, কাটিচক্রাসন, বজ্রাসন, বাসন, গমুখাসন, মণ্ডকুকাসন, অর্ধমত্যাসন, উষ্টৰাসন, ভূ জংগাসন, উত্তান পাড়াসন, পৱন মুক্তাসন, শবাসন- ২ বাৰ। চ) প্রাণায়ম - নাৰীসুধন, শিতলী, উজ্জায়ী, ভ্ৰামৰী-২বাৰ। ছ) বিশেষ যােগ অভ্যাস- যােগ নিদ্রা। জ) ধ্যান - স্বাশ-প্রস্রাসৰ অৱচেতনা - ২মিনিট, অসুবিধাবিলাকক কেন্দ্ৰ কৰি কৰা ধ্যান। ঝ) যােগ আহাৰ-শাত্তিক খাদ্য যেনে- ফলমূল, শাক পাচলি, ফলমূল আৰু শাক পাচলিৰ ৰস ইত্যাদি খাব লাগে। খাৰীয় খাদ্য, তেল মছলা, নিমখীয়া আৰু ভজা-পােৰা খাব নালাগে। এ) তলত দিয়া আৰ্হিসমূহ মানি চলিব লাগে - শৰীৰ আৰু স্নায়ুক শিথিলৰ বাবে ভাল টোপনীৰ দৰকাৰ। শাৰীৰিক সমতা হিচাপে শাৰীৰক যত্ন ৰাখিবলৈ ধপাত আৰু সুৰাপান জ) ধ্যান - স্বাশ-প্রস্রাসৰ অৱচেতনা - ২মিনিট, অসুবিধা বিলাকক কেন্দ্ৰ কৰি কৰা ধ্যান। ঝ) যােগ আহাৰ - শাত্তিক খাদ্য যেনে- ফলমূল, শাক পাচলি, ফল আৰু শাক পাচলিৰ ৰস। এ) তলত দিয়া আৰ্হি সমূহ মানি চলা উচিত উচ্চ ৰক্তচাপ নিয়ন্ত্রিত ৰাখি পেৰালাইছিছ সমস্যাৰ পৰা আতৰি থাকিব পাৰি, অনিয়ন্ত্রিত মধুমেহ আৰ ধূমপানে। পেৰালাইছিছ হােৱাত সহায় কৰে। ৯। পাৰকিনচন (Pakinson's Disease) চিকিৎসা - ক) ষট ক্রিয়া - কপালভাটি ২০-৩০বাৰ, জলনেতি, সুত্রনেতি -১বাৰ। ১৬৭