পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সর্বসাধাৰণ ৰােগত ব্যৱহৃত অসমত উপলব্ধ কিছুমান ঔষধি গছৰ এক চমু আভাষ অসম প্রাকৃতিক সম্পদৰে চহকী এখন আয়ুর্বেদ শাস্ত্ৰত মুঠ ৭০০ বিধ ৰাজ্য। ইয়াৰ প্রাকৃতিক সম্পদসমূহৰ উদ্ভিদৰ বৰ্ণনা পােৱা যায়। অসমত থকা ভিতৰত ৩৪৩১ বিধ গছ-গছনি অন্যতম। ৩৪৩১ বিধ উদ্ভিদৰ ভিতৰত প্রায় ৩০০ এইসমূহক ১৬৩টা গােত্র, ১১০২ টা জাতি, বিধ মুঠতে ২৮৬ বিধ প্রজাতিক ঔষধ ৩২৭৮ টা প্রজাতি আৰু ১৫৩ বিধ প্ৰকাৰত হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ৪২ বিধ ভগাব পাৰি ইয়াৰে ৯৪৩ বিধ শাকজাতীয়, ১০৬১ বিধ জোপােহা গছ, ৪৪৪ বিধ লতা বাহঁগছ, ১৪ বিধ কুঁহিয়াৰৰ প্রজাতি অসমত আৰু ৯৮৩বিধ ওখ গছআছে। পােৱা যায়।বহাগ বিহুৰ উৰুকাৰ দিনা ১০১ ইয়াৰ ভিতৰত উল্লেখযােগ্য গােত্র বিধ অসমীয়া শাক পৰম্পৰাগতভাৱে খােৱা যায়। ইয়াৰ প্রত্যেকবিধ শাকৰেই a. Poaceae - botsita ঔষধি গুণ আছে। b, Orchidaceae – ৮১ টা গােত্র সর্বসাধাৰণ ৰােগত ব্যৱহত c. Fabaceae – ৬৩ টা গােত্র অসমত উপলব্ধ কিছুমান ঔষধি গছৰ এক d. Euphorbiaceae – ৪৫ টা গােত্র চমু আভাষ তলত দিয়াহ’ল— e. Cucurbitaceae - টা গােত্র f. Araceae – ১৮ টা গােত্র g. Cyperaceae - ১৫ টা গােত্র h. Lauraceae - Sotsita সমূহ হল— ১১৮