পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাকৰ দ্বাৰা ঔষধ প্রয়ােগ কৰিলে মস্তিস্ক ২) ৰােগ প্ৰতিৰােধ ক্ষমতা দুর্বল হৈ সৃষ্টি পাই বুলি শাস্ত্ৰত কোৱা হৈছে। এই হােৱাব্যাধি। পদ্ধতিৰ দ্বাৰা নাক, চাইনাছ, ডিঙি, মস্তিস্ক ৩) ত্বমকস্বাস, শ্বাসৰােগ এলার্জি। আদিৰ ৰােগ সৃষ্টি কৰা দুষিত দোষসমুহক ৪) আমবাত, আৰু অন্যান্য গাঠিৰ বিষ মস্তিস্কৰ আটাইতকৈ ওপৰত থকা প্রকৃত যুক্ত ৰােগ। ককালৰ বিষ, ৰাজহাড়ৰ মার্গ অর্থাৎ নাকৰ জৰিয়তে নিস্কাষণ কৰা সমস্যা। স্নায়ুপেষীৰ ৰােগ। হয়। এই চিকিৎসাৰ জৰিয়তে প্রখৰ ৫) চর্মৰােগ মণ্ডলকুষ্ঠ (Psoriasis) স্মৃতিশক্তি পাব পাৰি অকালতে হােৱা চিত্ৰৰােগ (Vitilogo)। স্মৃতি নাশৰ চিকিৎসা কৰিব পাৰি । নাক ৬) অন্ত্র গ্রহণী ৰােগ। ডিঙি, মুখৰ যিকোনাে ৰােগৰ চিকিৎসা ৭) মানসিক চাপজনীত ৰােগ যেনে - কৰিব পাৰি। চুলিৰ অকাল পক্কতা আৰু চুলি সৰা প্ৰতিৰােধ কৰিব পাৰি। উন্মাদ আলচাৰেটিভ কলাইটিজ আৰু অপপ্যাৰেৰ ক্ষেত্ৰতাে এই চিকিৎসা ৮) মানসিক তনাৱযুক্ত ৰােগ নিদ্রাহীনতা, পদ্ধতি প্রয়ােগ কৰা হয়। মানসিক চাপ। ৯) স্ত্রী-প্রসূতি ৰােগ, সন্তানহীনতা যৌন ৰক্তমােক্ষনঃ দুর্বলতা। আয়ুর্বেদ শাস্ত্ৰৰ ভিতৰত প্ৰখ্যাত চিকিৎসক সুশ্রুত যাক শল্যৰ পিতামহ ১০) কম্পবাত। ৰূপে গােটেই পৃথিৱীত জনা যায় তেও ১১) স্মৃতিভংশ ৰক্তমােক্ষণৰ কথা উল্লেখ কৰিছে। আমাৰ বর্তমান সময়ত পঞ্চকৰ্মৰ প্ৰয়ােজনীয়তা দেহত ৰক্ত আৰু পিণ্ড আশ্রয়ীৰূপে থাকে বর্তমান সময়ত পৰিৱর্তিত জীৱন। সেয়ে পিত্ত দূষিত হ'লে ৰক্তও দূষিত হয়। ধৰণৰ প্রণালী, পৰিৱেশ, খাদ্যাভাষ, দূষিত ৰক্তৰ ফলত বিভিন্ন দুৰাৰােগ্য ফাষ্টফুড, ফ্ৰীজৰ খাদ্য, শীতল পানীয় চর্মৰােগ,প্লিহা বৃদ্ধি, গ্রিপ্রচী আদি ৰােগৰ আদিয়ে সমাজখনত ডায়বেটিজ, কেঞ্চাৰ, উৎপত্তি হয়। আচার্য সুশ্রুতে প্রত্যেক চর্মৰােগ, থাইৰয়ড আদি ৰােগৰ সৃষ্টি কৰি ব্যাধিৰ বাবে বিশেষ স্থানৰ পৰা দূষিত ৰক্ত আহিছে। আৰামবাদয়ক জীৱনধাৰণ আৰু নিস্কাষণৰ কথা কৈছে। এইৰক্ত নিস্কাষণৰ কমি অহা শাৰীৰিক কাম কাজে দেহত বাবে কেতিয়াবা নির্বিষ জলৌকাবা জোক বিষাক্ত দ্রব্যৰ পৰিমাণ বঢ়াই আনিছ যাৰ ব্যৱহাৰ কৰা হয়। কেতিয়াবা গৰু বা মহৰ ফলত উচ্চ ৰক্তচাপ, শকত, অতিত্মেহতা শিং ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা আদিয়ে সমাজক গ্রাহ কৰিছে। পঞ্চকর্ম শিৰােবেধন কৰি নির্দিষ্ট পৰিমাণৰ দূষিত হৈছে এক জৈৱিক শােধন পদ্ধতি যিয়ে ৰক্ত ওলাই যাব লৈ দিয়া হয়। এই পদ্ধতিৰ শৰীৰত থকা এই দূষিত বিষসমূহ উলিয়াই দ্বাৰা চিকিৎসা কৰিলে ৰােগ দুনাই হােৱা পেলােৱাত সহায়ক।দেহৰ দোষ আৰু ধাতু দেখানাযায়। সমূহৰ মাজত সমতা স্থাপন কৰি দেহৰ পঞ্চকৰ্মৰদ্বাৰা বিশেষ লাভ হােৱা ৰােগ আভ্যন্তৰিণ অৱস্থা সুস্থ কৰি ৰখাত যথেষ্ট ১) অকালবৃদ্ধতা। সহায় কৰে। ১১৭