পৃষ্ঠা:Su swasthyar aadhar.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হােৱাইট হেডচ সমস্যাৰ পৰা শাক-পাচলিকে ধৰি পানী খােৱাটো উপশম পায়। খুব আৱশ্যক। আয়ুর্বেদ শাস্ত্ৰত উল্লেখ আছে যে পিত্ত আৰু বাত দোষৰ বাবে ১৪) পুদিনা পাতৰ লগত অলপ কপুৰ পিচি মিশ্রণ বনাই নিতে চুলি পকা বা চুলিৰ অন্যান্য সমস্যা এবাৰকৈ গাত ঘহিলে গৰমৰ যেনে অকালতে চুলি সৰা, চুলি পকা, টকৌয়ে খােৱা আদি সমস্যাই দেখা দিনত ছালত হােৱা ঘামছি, শৰীৰৰ পৰা ওলােৱা দুর্গন্ধৰ পৰা দিয়ে। তদুপৰি খুব তেলেতিয়া খাদ্য, ধুলি, মানসিক চাপ, শৰীৰত ফলিক উপশম পায়। এচিদ, কপাৰ, জিংক আদিৰ অভাৱত চুলি পকে আৰু চুলিৰ নানা সমস্যাই দেখা দিয়ে। তলত উল্লেখ কৰা বিধি সমূহ অৱলম্বন কৰিলে আমি চুলিৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰাে— ওপৰত উল্লেখ কৰা বিধি সমূহ প্রত্যেক ছালৰ গৰাকীয়ে ব্যৱহাৰ কৰিব ১) চুলিৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে পাৰে কেৱল স্পর্শকাতৰ ছালৰ অতিকমেও ২.৫ -৩ লিটাৰ পানী গৰাকীয়ে চিকিৎসকৰ পৰামর্শ অনুসৰি খােৱাটোখুব আৱশ্যক। ব্যৱহাৰ কৰাটো আৱশ্যক। চুলিৰ যত্ন সমগ্ৰ শৰীৰ আৰু মুখমণ্ডলত আৱৰি থকা ছালখনৰ যিদৰে যত্ন লােৱা বিধি সমূহ ওপৰত উল্লেখ কৰা হৈছে। ঠিক সেইদৰে আমাৰ শৰীৰৰ অপৰিহাৰ্য অংশ হিচাপে ছালৰ দৰে চু লিখিনিও যত্ন লােৱাটো খুব ২) সেউজীয়া শাক-পাচলি, ফল-মূল প্রয়ােজন। আজিকালি দেখা যায় যে যি বতৰত উপলব্ধ হয় খােৱাটো খুব কম বয়সৰ পৰা ল'ৰা-ছােৱালীৰ খুব আৱশ্যক। চুলি পকে, চুলি সৰাৰ সমস্যায়ে দেখা দিয়ে। গতিকে ছালৰ যত্ন লােৱাৰ দৰে ৩) আমলখি সেৱন নিতৌ ২ টাকৈ চুলিৰ সৌন্দর্য, চুলিৰ সমস্যাৰ পৰা কৰিব লাগে কাৰণ চুলিৰ বাবে আঁতৰি থাকিবলৈ আমি ফল-মূল, ভিটামিন চি খুব আৱশ্যক। ১০১